Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়

publisher by publisher
January 21, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Two health office in Nagaon have been rente for many years:

বিকল্প ব্যৱস্থা থকা সত্ত্বেও নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একাধিক গুৰুত্বপূর্ণ কাৰ্যালয় বছৰ বছৰ ধৰি ভাড়াঘৰতে চলাই থকা পৰিলক্ষিত হৈছে। এনেদৰে বছৰ বছৰ ধৰি চহৰখনত ভাড়া ঘৰত চলাই থকা হৈছে নগাঁৱৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াৰ কার্যালয় আৰু জিলা মেলেৰিয়া বিষয়াৰ কার্যালয়।

ADVERTISEMENT

এই কার্যালয়সমূহৰ ভাড়াৰ বাবদ চৰকাৰে প্রতি মাহে এক মোটা অংকৰ ধন ব্যয় কৰি থাকিবলগীয়া হৈছে। অথচ এই চৰকাৰী কার্যালয়সমূহ স্বাস্থ্য বিভাগৰ নিজা ভৱনত চলোৱাৰ বিকল্প ব্যৱস্থা আছে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰায়বোৰ বিভাগেই নগাঁও মেডিকেল কলেজ হাস্পতাললৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে।

ফলত চিকিৎসালয়খনত বহু ঘৰ খালী হৈ আছে। ইচ্ছা কৰিলে স্বাস্থ্য বিভাগে বিভাগটোৰ সেই কার্যালয় সমূহ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত খালী হৈ থকা ভৱন সমূহলৈ স্থানান্তৰ কৰিব পাৰে।

ইপিনে, নগাঁও চহৰৰ কলঙৰ পাৰত ব্ৰিটিছ চৰকাৰৰ আমোলতে বিগত ১৮৫৪তে অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ নগাঁৱৰ চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটো। চহৰখনৰ মাজমজিয়াতে এক বৃহৎ অঞ্চলত চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা চিভিল ছাৰ্জনৰ চৰকাৰী আৱাস গ্ৰহটোত কে’বাটাও আহল বহল কোঠা আছে।

২০০০ ৰ আগলৈকে জিলা যুটীয়া স্বাস্থ্য সেবা সঞ্চালকজনে এই বাংলোটোকেই নিজা চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল। এই বাংলোটোক চৰকাৰী আৱাসগৃহ ৰূপে ব্যৱহাৰ কৰা অন্তিমজন নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আছিল ডাঃ আনন্দৰাম বৰুৱা। ২০০০ৰ পাছৰ পৰা নগাঁও জিলাৰ কোনো এজন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকেই এই ইতিহাস প্রসিদ্ধ বাংলোটোক চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা নাই।

সকলোৱে নিজা গৃহ অথবা চহৰৰ ভাড়া ঘৰতহে থকা পৰিলক্ষিত হৈছে। ২০০১-২০০২ৰ পৰা এই পৰিত্যক্ত বাংলোটো সম্পূর্ণ পৰিত্যক্ত অৱস্থাত আছে। চৰকাৰে ইচ্ছা কৰিলে সেইটো গৃহ মেৰামতি কৰি তাতো স্বাস্থ্য বিভাগৰ এটা কার্যালয় স্থাপন কৰিব পাৰে। যিহেতু এই আৱাস গৃহটোৰ চৌহদটোও প্রকাণ্ড সেয়েহে চৰকাৰে ইচ্ছা কৰিলে সেইটো চৌহদতেই নগাঁৱৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয় গৃহ নির্মাণ কৰি ভাড়াঘৰত চলাই থকা কার্যালয়সমূহ স্থানান্তৰ কৰিব পাৰে। কিন্তু তাকে নকৰি কাৰ্যালয় গৃহৰ ভাড়াৰ নামতেই মাহে হেজাৰ হেজাৰ টকা অযথা ব্যয় কৰি থকা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NagaonRented HouseTwo health office
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d