Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika:’কংগ্ৰেছ এতিয়া পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, লক্ষ্যভ্ৰষ্ট। ৰাইজ এতিয়া বিজেপিৰ লগত, বহু কংগ্ৰেছী আহিব বিজেপিলৈঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ

publisher by publisher
February 6, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Pijush Hazarika:’কংগ্ৰেছ এতিয়া পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, লক্ষ্যভ্ৰষ্ট। ৰাইজ এতিয়া বিজেপিৰ লগত, বহু কংগ্ৰেছী আহিব বিজেপিলৈঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Garia Maria Deshi Jatiya Parishad:নির্বাচনত বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ খিলঞ্জীয়া মুছলমান সংগঠনৰ

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

Pijush Hazarika:

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত সাত বছৰ তথা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাইজৰ বাবে কাম কৰিছে। সেইবাবেই বিজেপিৰ জনসভাত লাখ লাখ, হাজাৰ হাজাৰ লোকৰ সমাগম হয় আৰু প্ৰত্যেকটো নিৰ্বাচনত বিজেপি দল জয়ী হয়। বিগত ডিমা হাচাও নিৰ্বাচনকে ধৰি প্ৰায় গোটেইকেইটা নিৰ্বাচনৰ উদ্ধৃতি দি আজি সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

ADVERTISEMENT

তেওঁ লগতে কয় যে, যিহেতু বিজেপি চৰকাৰে ৰাইজৰ বাবে কাম কৰিছে সেইবাবেই বিজেপিৰ জয়ৰ গ্ৰাফ ওখ হৈ গৈ আছে। বিজেপিয়ে অসমত এটা দুৰ্নীতি মুক্ত পৰিবেশ তৈয়াৰ কৰিছে যাতে ৰাইজে পৰিত্ৰাণ পায়। সাংবাদিকৰ আগত ৰাজ্য চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এনেবোৰ কাৰণতে বিৰোধীৰ লগত সাধাৰণ জনগণ নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, বৰ্তমান ৰাজ্যত কংগ্ৰেছ পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, লক্ষ্যভ্ৰষ্ট।

ৰাইজ এতিয়া বিজেপিৰ লগত। আৰু বহু কংগ্ৰেছী আহিব বিজেপিলৈ, অপেক্ষা কৰক’। কমল মেধিয়ে বিজেপিত যোগদান কৰা কাৰ্যত তেওঁ কয় যে, কমল মেধিয়ে কাম কৰা মহিলাগৰাকীৰ অৱস্থা দেখি বিজেপিত যোগ দিছে। মহিলাগৰাকীয়ে হয়তো ৰেচন কাৰ্ড, অৰোণোদয় আঁচনি, উদ্যমিতা প্ৰ-পত্ৰ আদি লাভ কৰিছে। গতিকে বিজেপি চৰকাৰে বিভিন্ন ধৰণে ৰাইজৰ বাবে কাম কৰিছে।

সেইবাবেই ৰাইজে বিজেপিক আঁকোৱালি লৈছে আৰু অন্য দলৰ নেতায়েও দল ত্যাগ কৰিবলৈ বাধ্য হৈছে। লগতে তেওঁ কয় যে, বিজেপি দলৰ প্ৰতি আস্থা থকাৰ বাবেই খানাপাৰাত প্ৰধানমন্ত্ৰীৰ জনসভাত অভূতপূৰ্ব ৰাইজৰ সমাগম হৈছে। বিজেপিক সহায় কৰিবলৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ কৰিবলৈ মানুহ এনেদৰে হিলদল ভাঙি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MediaPijush HazarikaSpeech
publisher

publisher

Related Posts

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d