Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Situation In Bangladesh :চৰম অস্থিৰতাত পতিত বাংলাদেশত সামৰিক অভ্যুত্থানৰ উকমুকনি

কঠোৰ ইছলামপন্থী লেফটেনেন্ট জেনেৰেল মহম্মদ ফাইজুৰ ৰহমানৰ সক্ৰিয়তা বৃদ্ধি, আইএছআইৰ প্ৰতিনিধিৰেও বৈঠক, নতুন দিল্লীয়ে নিৰীক্ষণত ৰাখিছে প্রতিবেশীৰ পৰিস্থিতি

publisher by publisher
January 31, 2025
in News, International
Reading Time: 2 mins read
0
Situation In Bangladesh :চৰম অস্থিৰতাত পতিত বাংলাদেশত সামৰিক অভ্যুত্থানৰ উকমুকনি
1
SHARES
14
VIEWS
ShareShareShareShare

Situation In Bangladesh :

পুনৰ এক ৰাজনৈতিক অস্থিৰতাৰ দিশে বাংলাদেশ অগ্ৰসৰ হোৱা বুলি আন্তর্জাতিক স্তৰত ব্যাপক চর্চা হৈছে। সূত্ৰৰ মতে, যোৱা বছৰৰ মাজভাগৰ পৰা ৰাজনৈতিকভাৱে অস্থিৰ হৈ থকা দেশখন এইবাৰ সামৰিক শাসনৰ অধীনলৈ যোৱাৰ সম্ভাৱনা প্রবল হৈছে।

ADVERTISEMENT

শেহতীয়াভাবে বাংলাদেশ সেনাবাহিনীত একাধিক মেৰুৰ সৃষ্টি হৈছে। এনে এক মেৰুক নেতৃত্ব দিয়া কঠোৰ ইছলামপন্থীৰূপে পৰিচিত লেফটেনেন্ট জেনেৰেল মহম্মদ ফাইজুৰ ৰহমানে সেনাবাহিনীক সম্পূর্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ উদ্দেশ্যে সক্রিয় হৈ উঠিছে বুলি সূত্রই সদৰী কৰিছে। শীর্ষ সেনা বিষয়াজনৰ এনে সক্ৰিয়তাৰ উদ্দেশ্য দেশখনত সামৰিক শাসন বলবৎ কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

RelatedPosts

No Content Available

উল্লেখ্য যে যোৱা জুলাই-আগষ্টত গণ অভ্যুত্থানৰ ফলত শ্বেইখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছত দেশখনক ড: মহম্মদ ইউনুছ নেতৃত্বাধীন অনিৰ্বাচিত চৰকাৰে শাসন কৰি আছে। ড° ইউনুছ চৰকাৰৰ শাসনত দেশখনত ব্যাপক হাৰত সংখ্যালঘু নির্যাতনৰ ঘটনাও সংঘটিত হৈছে। এনে অৱস্থাতে সামৰিক বাহিনী একাধিক মেৰুত বিভাজিত হৈছে। ফলস্বৰূপে দেশখনত সামৰিক শাসন প্ৰৱৰ্তনৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি সূত্রই সদৰী কৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে প্ৰতিবেশী দেশখনৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণত ৰাখিছে। সূত্ৰৰ মতে, হঠাতে সেনাবাহিনীক সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্রিয় হৈ উঠা লেফটেনেন্ট জেনেৰেল ৰহমান যোৱা সপ্তাহত কুখ্যাত পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআইৰ প্ৰতিনিধিৰ স’তে এক বৈঠকত মিলিত হয়।

শীর্ষ সেনা বিষয়াজনে সামৰিক অভ্যুত্থানৰ পৰিকল্পনা কৰা বুলিও চৰ্চা হৈছে। ইয়াৰ অংশৰূপে তেওঁ সেনাৰ অভ্যন্তৰৰ সমর্থন সংগ্ৰহ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তদুপৰি সমৰ্থন সংগ্ৰহৰ উদ্দেশ্যে তেওঁ বাংলাদেশৰ চোৰাংচোৱা সংস্থাৰ স’তেও যোগাযোগ অব্যাহত ৰাখিছে।

ইপিনে, দীর্ঘদিনীয়া বন্ধু ৰাষ্ট্ৰ ভাৰতৰ স’তে সুসম্পর্ক অটুট ৰাখিবলৈ বিচাৰি নতুন দিল্লীলৈ বাৰ্তা প্ৰেৰণ কৰিছে বাংলাদেশৰ সেনা মুৰব্বী জেনেৰেল ৱাকাৰ উজ জামানে। বাংলাদেশ সেনাৰ মুৰব্বীজনৰ এই বার্তাক নতুন দিল্লীয়ে গুৰুত্ব সহকাৰে লৈছে বুলি সূত্রই সদৰী কৰে।

সূত্ৰৰ মতে, শেহতীয়াভাবে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে যে ঢাকাৰ স’তে নতুন দিল্লীৰ ‘চমৎকাৰ’ সামৰিক সম্পর্ক বর্তি আছে। সম্প্রতি চুবুৰীয়া দেশখনৰ পৰিস্থিতিত সামৰিক বাহিনী আৰু ৰাজনৈতিক নেতৃত্বৰ যে গুৰুত্ব বহু সেই সম্পর্কেও অৱগত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ।

ইয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে নতুন দিল্লীয়ে। আনহাতে, কূটনৈতিক মহলত হোৱা চৰ্চা অনুসৰি, এই মুহূৰ্তত বাংলাদেশ সেনাৰ মুৰব্বী চাপত আছে। দেশখনৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত সেনা মুৰব্বীজনে ভাৰসাম্য ধৰি ৰখাৰ উদ্দেশ্যে মধ্যমস্থান ল’লেও তেওঁৰ বিৰুদ্ধে সেনাৰ অভ্যন্তৰতে কেতবোৰ শক্তি সক্রিয় হৈছে। ফলত তেওঁৰ ওপৰত চাপ সৃষ্টি হৈছে।

কূটনৈতিক সূত্ৰৰ তথ্য অনুসৰি, কঠোৰ ইছলামপন্থী লেফটেনেন্ট জেনেৰেল মহম্মদ ফাইজুৰ ৰহমানে জামাতপন্থী সেনা বিষয়াবৰ্গ আদিৰ সমর্থন ইতিমধ্যে লাভ কৰিছে। তদুপৰি তেওঁ আইএছআইৰ মিত্ৰত পৰিণত হ’বলৈও সক্ষম হৈছে বুলি সূত্রই সদৰী কৰিছে। এনে পৰিৱৰ্তিত পৰিস্থিতিয়ে দেশখনত ভাৰতবিৰোধী বাতাবৰণ সৃষ্টি কৰাৰ আভাসো স্পষ্ট হৈছে। লক্ষ্যণীয়ভাৱে এইবাৰ বাংলাদেশস্থিত ভাৰতীয় দূতাবাসত গণৰাজ্য দিৱস পালিত নহ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Army Chief Wakeru uZ zAMANDr YunusLt. gheneral Md. Faizur RahmanMilitary Coup PossibilitySituation In BANGLADESH
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d