Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Hasina’s overthrow is behind the anti-India:হাছিনাৰ উৎখাতৰ আঁৰত ভাৰতবিৰোধী বৃহৎ চক্ৰ

বাংলাদেশৰ সংসদ ভংগ, খালেদা জিয়াক মুক্তি, অন্তৱর্তীকালীন চৰকাৰ গঠনক লৈ আলোচনা, ন'বেল জয়ী ইউনুছ মুখ্য উপদেষ্টা, হাছিনাৰ ঘনিষ্ঠ সেনাবিষয়াক অপসাৰণ

publisher by publisher
August 7, 2024
in Uncategorized
Reading Time: 5 mins read
0
Hasina’s overthrow is behind the anti-India:হাছিনাৰ উৎখাতৰ আঁৰত ভাৰতবিৰোধী বৃহৎ চক্ৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ

Hasina’s overthrow is behind the anti-India:

শ্বেখ হাছিনাৰ দেশত্যাগৰ পাছদিনাই মঙলবাৰে বাংলাদেশৰ সংসদ ভংগ কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী পাকিস্তানপন্থী বুলি পৰিচিত খালেদা জিয়াক মুক্তিদানৰ কথা ঘোষণা কৰে ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে।

ADVERTISEMENT

ইয়াৰ সমান্তৰালভাবে বাংলাদেশত অন্তৱর্তীকালীন চৰকাৰ গঠনৰ বাবে জোৰদাৰ আলোচনা অব্যাহত আছে। বাংলাদেশৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱর্তীকালীন চৰকাৰত অংশ ল’বলৈ সাজু বুলি কয়। দেশজুৰি অগ্নিগর্ভা প্ৰতিবাদৰ
পৰিপ্ৰেক্ষিতত সদ্য পদত্যাগী প্রধানমন্ত্রী হাছিনাৰ দেশত্যাগৰ পাছত ইউনুছৰ নাম চর্চালৈ আহে।

৮৪ বছৰীয়া ইউনুছক দৰিদ্ৰৰ বেংকাৰ বুলি কোৱা হয়। তেওঁ ইতিমধ্যে এক বিবৃতিত কয়, ‘বাংলাদেশত যদি কিবা কৰিব লাগে, তেন্তে মই মোৰ দেশ আৰু মোৰ মানুহৰ বাবে সেয়া কৰিম।’ তেওঁ দেশত শীঘ্রে মুক্ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। বাংলাদেশত প্রতিবাদৰ নেতৃত্ব দিয়া ছাত্র সংগঠনসমূহে ইউনুছক অন্তৱর্তীকালীন চৰকাৰত উপদেষ্টৰূপে নিযুক্তি দিবলৈ দাবী জনাইছে।

প্রতিবাদী ছাত্র সংগঠনৰ এজন অন্যতম নেতা নাহিদ ইছলামে মঙলবাৰে পুৱা ভিডিঅ’ বার্তাযোগে এই দাবী জনায়। ইয়াৰ পাছত ইউনুছে কথা, ‘অন্তৱর্তীকালীন চৰকাৰ আৰম্ভণি মাথোঁ। স্থায়ী শান্তি প্রতিষ্ঠা হ’ব মুক্ত নিৰ্বাচনৰ জৰিয়তে। নির্বাচন অবিহনে কোনো পৰিৱৰ্তন সম্ভৱ নহয়।’ ইপিনে, বিভিন্ন মহলত ইউনুছ বাংলাদেশৰ প্রধানমন্ত্রী হ’ব বুলিও প্ৰচাৰ চলিছে। ইউনুছে এক বিবৃতিত কয়, মই প্রতিবাদকাৰীসকলৰ আস্থাৰ প্ৰতি সম্মান জনাইছো, যিসকলে মই অন্তৱর্তীকালীন চৰকাৰক নেতৃত্ব দিয়াটো বিচাৰিছে।’

ইতিমধ্যে মঙলবাৰে সন্ধিয়াৰ পৰা ঢাকাত নতুন প্রস্তাৱিত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হয়। ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে যে পাকিস্তান সেনা আৰু পাকিস্তানৰ চেৰাংচোৱা সংস্থা আইএছআয়ে পাকিস্তানপন্থী বিএনপিক পুনৰ ক্ষমতাত বহুওৱাবলৈ ষড়যন্ত্রত লিপ্ত হৈছে। হাছিনাৰ চৰকাৰ অস্থিৰ কৰি তুলিবলৈ এই ষড়যন্ত্র আছিল অতি পৰিকল্পিত।

বাংলাদেশ চোৰাংচোৱাৰ তথ্য অনুসৰি, বিগত কে’বামাহ ধৰি জামাত-ই-ইছলামীয়ে এই পৰিকল্পনা ৰচিছে। আন এক তথ্য অনুসৰি, খালেদাৰ পুত্ৰই পাকিস্তানৰ আইএছআইৰ বিষয়াসকলৰ স’তে বৈঠকতো মিলিত হৈছে। আনহাতে, পাকিস্তানত কৰ্মৰত চীনৰ সংস্থাই বহন কৰিছে পুঁজি। সূত্ৰত প্রকাশ যে অইএছআইৰ সহযোগত হাছিনা চৰকাৰৰ পতনৰ খচৰা প্ৰস্তুত কৰা হৈছে। বাংলাদেশৰ একাংশ বিষয়াই দাবী কৰে যে বিএনপিৰ ভাৰপ্ৰাপ্ত মুৰব্বী তথা খালেজাৰ পুত্ৰ তাৰিক ৰহমানে ছৌডি আৰবত আইএছআইৰ বিষয়াসকলৰ স’তে বৈঠকত মিলিত হয়।

হিংসাত্মক ৰূপ ধাৰণ কৰা সংৰক্ষণ বিৰোধী প্রতিবাদক উচটনি দিবলৈ পাকিস্তানত কৰ্মৰত চীনা প্রতিষ্ঠানে পুঁজিৰ যোগান ধৰা বুলি বাংলাদেশৰ চোৰাংচোৱাই তথ্য লাভ কৰিছে। সুত্রত প্রকাশ যে পাকিস্তান সেনা আৰু আইএছআয়ে হাছিনা চৰকাৰক অস্থিৰ কৰিবলৈ আৰু পাকিস্তানপন্থী বুলি পৰিচিত বিএনপিক পুনৰ শাসনত ন্যস্ত কৰিবলৈ ৰচিছিল পৰিকল্পনা। সমান্তৰালভাবে চীনে আইএছআইৰ জৰিয়তে প্ৰতিবাদৰ উচটনি দিয়াৰ ক্ষেত্ৰত ইন্ধন যোগায়।

চোৰাংচোৱা সংস্থাই কয় যে জামাত-ই-ইছলামী বাংলাদেশৰ ছাত্র সংগঠন আইএছআইৰ মদতপুষ্ট ইছলামী ছাত্র শিবিৰে (আইচিএছ) এই প্রতিবাদক অগ্নিগর্ভা কৰি তোলে। হাছিনাক ওফৰাই ভাৰত বিৰোধী তথা পাকিস্তান আৰু চীনৰ স’তে বন্ধুত্ব ৰখা শাসক গোষ্ঠীক প্রতিষ্ঠা কৰিবলৈ আইচিএছে সুপৰিকল্পিতভাৱে প্রতিবাদক অগ্নিগর্ভ কৰি তোলে।

ভাৰত বিৰোধী স্থিতি পোষণ কৰা জামাত-ই-ইছলামীৰ লক্ষ্য হৈছে ছাত্র আন্দোলনটোক ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত কৰা। চোৰাংচোৱাৰ তথ্যই আঙুলিয়াই দিয়ে যে বিগত কে ‘বামাহ ধৰি ইছলামিক ছাত্র শিবিৰে পৰিকল্পনা ৰচিছিল। এই ক্ষেত্রত বৃহৎ পুঁজি পাকিস্তানৰ পৰাই চীনা প্রতিষ্ঠানে যোগান ধৰাৰ তথ্যও লাভ কৰিছে বংলাদেশৰ চোৰাংচেৱা সংস্থাই।

প্রতিবাদকালীন সামাজিক মাধ্যমত প্রকাশিত বিভিন্ন কার্যকলাপৰ নিৰীক্ষণ কৰি চোৰাংচোৱাই তথ্য লাভ কৰে যে আৱামী লীগ বিৰোধী অধিক সংখ্যক পোষ্ট বা প্রতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ ভিডিঅ’, হাছিনাক পদদলিত কৰা প’ষ্টৰ আদি সামাজিক মাধ্যমত প্রকাশ কৰা হৈছিল বিএনপি আৰু ইয়াৰ অধীনস্থ সংস্থাৰ একাউণ্টৰ পৰা। ৰাজপথৰ পৰা সামাজিক মাধ্যমলৈ অতি পৰিকল্পিতভাৱে এইদৰে স্ফলিংজৰ পৰা জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত কৰা হয় সংৰক্ষণ বিৰোধী প্রতিবাদক। সামাজিক মাধ্যম ‘এক্স’ত বহুকেইটা বাংলাদেশ বিৰোধী একাউন্টে প্রতিবাদত ইন্ধন যোগায়। চোৰাংচোৱই তথ্য লাভ কৰে যে হাছিনা চৰকাৰৰ বিৰুদ্ধে পাঁচশতকৈ অধিক নেতিবাচক টুইট কৰা হৈছিল আৰু ইয়াৰে বহু টুইট আছিল পাকিস্তানী একাউণ্টৰ।

#সংসদ ভংগ কৰিলে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে:

সোমবাৰে সিদ্ধান্ত গ্ৰহণৰ পাছত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে মঙলবাৰে খালেদাৰ শাস্তি ৰেহাই দি মুক্তি প্রদানৰ কথা ঘোষণা কৰে। তদুপৰি সংসদ ভংগ কৰে। বাংলাদেশৰ সেনা প্রধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ স’তে বৈঠকৰ পছতে কালি সিদ্ধান্ত লৈছিল ছাহাবুদ্দিনে।

উল্লেখ্য যে বিএনপিৰ মুৰব্বী খালেদাই দুর্নীতিৰ দুটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ২০১৮ব আঠ ফেব্রুৱাৰীত কাৰাবন্দী হয়। এই শান্তিৰ ম্যাদ আছিল ১৭ বছৰ। দুবছৰৰ অধিক সময় তেওঁ কাৰাবন্দী হৈ থকাৰ পাছত পৰিয়ালৰ আবেদনৰ ভিত্তিত হাছিনাৰ চৰকাৰে এক অন্তৱর্তী নির্দেশ যোগে খালেদাৰ শাস্তি ২০২০ৰ ২৫ মাৰ্চত স্থগিত ৰাখি তেওঁক চৰ্তসাপেক্ষে গৃহবন্দী কৰি ৰখাৰ সিদ্ধান্ত লয়। ইয়াৰ প্ৰথমতে ম্যাদ আছিল ছমাহ। তাৰ পাছত প্রতি ছমাহৰ বিৰতিত এই ম্যাদ বৃদ্ধি কৰা হৈছিল। কাৰামুক্ত হ’লেও খালেদাই এই সময়ছোৱাত গৃহবন্দী হৈ আছিল। তেওঁৰ স্বাধীন যাতায়াতৰ ওপৰত নিষেধাজ্ঞা আছিল। সম্প্রতি অৱশ্যে খালেদা অসুস্থ।

গণ বিক্ষোভৰ পৰিপ্ৰেক্ষিতত হাছিনাৰ পদত্যাগ আৰু দেশ ত্যাগৰ পাছত  নাটকীয় পৰিবর্তন হৈছে বাংলাদেশৰ ৰাজনীতিত। খালেদাৰ পুত্র লন্ডন নিবাসী তাৰিকে বিএনপিৰ লেকাম ধৰিব বুলি চর্চা হৈছে। অসুস্থ খালেদাই সক্রিয়ভাবে  ৰাজনৈতিক কাম-কাজত অংশগ্রহণ কৰাটো সম্ভৱপৰ নহ’ব বুলিয়েই সুত্ৰত কৈ প্রকাশ। ইপিনে, বাংলাদেশৰ সংসদ ভংগৰ বাবে মঙলবাৰে বিয়লি তিনি বজা পর্যন্ত লৈ আন্দোলনকাৰীসকলে চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিয়ে আৰু এই মর্মে সংসদ ভংগ কৰে ৰাষ্ট্রপতিয়ে।

#অপসাৰিত হ’ল হাছিনাৰ ঘনিষ্ঠ সেনা বিষয়া:

অন্তৱর্তী চৰকাৰ গঠনৰ পূর্বে বাংলাদেশ সেনাৰ বৃহৎ সাল-সলনি কৰা হয়। মঙলবাৰে বাংলাদেশ সশস্ত্র বাহিনীৰ তিনি শাখাৰ জনসংযোগ বিভাগৰ বিবৃতিত প্রকাশ যে ৰাষ্ট্রপতি চাহাবুদ্দিনৰ অনুমোদন মর্মে সেনা প্রধান এই ৰদ- বদলৰ নির্দেশ কার্যকৰী কৰিছে। তাৎপর্যপূর্ণভাবে অপসাৰিত আৰু বদলি হোৱা বিষয়াসকল অধিকাংশই হাছিনাৰ ঘনিষ্ঠ বুলি পৰিচিত। বিবৃতিত প্রকাশ যে মেজৰ জেনেৰেল জিয়াউল এহছানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।

আন্দোলনকাৰী তথা বিৰোধী নেতৃত্বই জিয়াউলৰ বিৰুদ্ধে হাছিনাক গুপ্তহত্যাত সহযোগ কৰা বুলি অভিযোগ কৰিছে। ইপিনে, সেনাৰ পোনপটীয়া নিয়ন্ত্ৰণৰ পৰা আঁতৰাই তুলনামূলকভাৱে কম গুৰুত্বপূর্ণ পদত নিয়োগ কৰা হাছিনাপন্থী কে’বাজনো শীর্ষ বিষয়াক।

#চৰকাৰ গঠনৰ বৈঠক:

ঢাকাত আজি অন্তৱর্তী চৰকাৰৰ ৰূপৰেখা প্রস্তুতৰ বাবে ছাত্র আন্দোলনৰ প্রতিনিধি আৰু সেনাৰ তিনিটা বাহিনীৰ মুৰব্বীসকলৰ স’তে বংগ ভৱনত বৈঠকত মিলিত হয় ৰাষ্ট্ৰপতি চাহাবুদ্দিন। সকলো থিকে থাকিলে দুই এদিনৰ ভিতৰতে বাংলাদেশৰ অন্তৱর্তী চৰকাৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: anti-IndiaBangladesh CrisisHasina's overthrow
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d