Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump has suspended aid to many countries, including Bangladesh: বাংলাদেশসহ বহু দেশৰ অনুদান বন্ধ কৰিলে ট্রাম্পে, তালিকাত ভাৰতো ?

ইজৰাইলৰ সাহায্য অব্যাহত থাকিব, ভাৰতলৈ সাহায্যৰ বিষয়টো পর্যালোচনা কৰিছে আমেৰিকাই,মোদীৰ বাৰ্তালাপ ট্রাম্পৰ স'তে

publisher by publisher
January 28, 2025
in International, News
Reading Time: 2 mins read
0
Trump has suspended aid to many countries, including Bangladesh: বাংলাদেশসহ বহু দেশৰ অনুদান বন্ধ কৰিলে ট্রাম্পে, তালিকাত ভাৰতো ?
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Trump has suspended aid to many countries, including Bangladesh:

নির্বাচনী প্ৰচাৰত প্ৰদান কৰা সকীয়নি দ্বিতীয়বাৰলৈ মার্কিন ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণৰ পাছতে কাৰ্যত পৰিণত কৰিবলৈ আৰম্ভ কৰিছে ড’নাল্ড ট্রাম্পে। তাৰে অংশৰূপে বিভিন্ন দেশক প্ৰদান কৰা আর্থিক সাহায্য বন্ধ কৰিলে ট্রাম্পৰ প্রশাসনে।
ক্ষমতালৈ প্ৰত্যাৱৰ্তনৰ পাছতেই এখনৰ পাছত এখন নির্দেশ পত্ৰত স্বাক্ষৰ কৰাত ব্যস্ত হৈ পৰিছে ট্রাম্প। ইয়াৰ মাজতে আছে সাহায্য বন্ধৰ নিৰ্দেশ পত্ৰ। অৱশ্যে মিছৰ আৰু ইজৰাইলে পূৰ্বৰ দৰেই সাহায্য লাভ কৰিব যদিও অনুদান বন্ধৰ তালিকাত আছে হ’ব পাৰে বুলি বিবুদ্ধিত পৰিছে ঢাকা। এই প্রসংগত বাংলাদেশ চৰকাৰৰ দাবী যে কেৱল তেওঁলোকৰ দেশতে যে সাহায্য বন্ধ হৈছে এনে নহয়। বিষয়টো তেওঁলোকৰ বাবে প্রত্যাশিত বুলি দাবী কৰে বাংলাদেশে।

ADVERTISEMENT

বাংলাদেশত আশ্রয় গ্রহণ কৰা ৰহিংগ্যাসকলৰ বাবে সাহায্য অব্যাহত থাকিব। ইপিনে, ভাৰতৰ ক্ষেত্রত অনুদান অব্যাহত থাকিব নে বন্ধ হ’ব, সেই বিষয়ে আমেৰিকাই সিদ্ধান্ত গ্রহণ কৰা নাই। নতুন দিল্লীৰ আমেৰিকান দূতাবাসৰ এক মুখপাত্রই জনোৱা মতে, ভাৰতৰ সাহায্য প্রসংগ পর্যালোচনা কৰিছে আমেৰিকাই।

আমেৰিকাৰ অনুদান বন্ধ হ’লে ভাৰতত পৰিৱেশ-স্বাস্থ্যসহ যিসমূহ উন্নয়নমূলক প্রকল্প অব্যাহত আছে, সেইসমূহ বাধাগ্রস্ত হ’ব পাৰে। দীর্ঘদিন ধৰি এই ধৰণৰ প্ৰকল্প নতুন দিল্লীয়ে আমেৰিকান দূতাবাস আৰু ইউএছএইড-এ আর্থিক সাহায্য প্রদান কৰি আহিছে।

আমেৰিকাই এক বিবৃতিত প্রকাশ কৰে যে আমেৰিকাৰ আন্তর্জাতিক উন্নয়ন সংস্থা (ইউএছএইড)ৰ পৰা ইমানদিনে বাংলাদেশে লাভ কৰা আর্থিক সাহায্য বন্ধ হ’ল। এক বিবৃতিত উল্লেখ যে বাংলাদেশৰ স’তে চুক্তি-প্রকল্প বাতিলৰ নির্দেশ দিছে। প্রায় ৫০ বছৰ ধৰি বাংলাদেশৰ জনস্বাস্থ্য-শিক্ষা, ইন্ধন, পৰিৱেশ, খাদ্য, প্রাকৃতিক দুর্যোগ মোকাবিলাসহ বিভিন্ন ক্ষেত্ৰত আমেৰিকাই আর্থিক সাহায্য প্রদান কৰি আহিছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে আঠ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৬৮ হেজাৰ কোটি টকা সাহায্য প্ৰদান কৰে আমেৰিকাই। ট্রাম্পৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত বাংলাদেশত কাম কৰা স্বেচ্ছাসেৱী সংগঠনসমূহ বিপাঙত পৰিল। এইসমূহে আমেৰিকাই প্ৰদান কৰা আর্থিক সাহায্যৰ দ্বাৰাই কাম কৰি আছিল। এনে সংগঠনসমূহে দাবী কৰে বিভিন্ন উন্নয়নৰ কাম-কাজ বন্ধ হ’ব।

ইপিনে, দেশখনৰ বৈদেশিক মন্ত্রণালয়ৰ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয়, ‘এয়া প্রত্যাশিত। আমেৰিকাই নিৰ্বাচনৰ পূৰ্বৰে পৰা ড’নাল্ড ট্রাম্পে বিদেশলৈ সাহায্য প্রদানৰ কথাটো বিবেচনা কৰিব বুলি কৈ আহিছে। এই ধৰণৰ সাহায্য যে হ্রাস পাব, তাকে লৈ সকলো উদ্বিগ্ন আছিল।’ তেওঁৰ দাবী অনুসৰি, বাংলাদেশ চৰকাৰলৈ কোনো আনুষ্ঠানিক বার্তা প্ৰেৰণ কৰা নাই।

# ট্রাম্পৰ নিৰ্দেশ

যোৱা ২৪ জানুৱাৰীৰ নিৰ্দেশ মর্মে ট্রাম্পৰ প্ৰশাসনে ইজৰাইল আৰু মিছৰৰ বাহিৰে বহু দেশৰ বাবে আর্থিক সাহায্য বন্ধ কৰিলে। মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিয়ে জনোৱা মতে, নতুনকৈ সাহায্যৰ বিষয়টো অনুমোদিত নোহোৱা পর্যন্ত ই বন্ধ থাকিব। অহা ৮৫ দিনৰ ভিতৰত বৈদেশিক সাহায্যৰ বিষয়সমূহ পর্যালোচনা কৰা হ’ব। তাৰ পাছত পৰৱৰ্তী সিদ্ধান্ত গ্রহণ কৰিব ট্রাম্প চৰকাৰে। এই সম্পর্কত বিতং ব্যাখ্যা কৰা নাই আমেৰিকাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPincluding Bangladeshmany countriessuspended aid
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d