Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Bangladesh:বছৰি দুই লাখ কোটি টকা বিদেশলৈ প্ৰেৰণ কৰি বিপদত শ্বেইখ হাছিনা !

ভাৰত-আমেৰিকা-আৰব-মালয়েছিয়া-ছিংগাপুৰলৈ ক'লাধন প্ৰেৰণ, দাবী অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী ইউনুছৰ

publisher by publisher
December 3, 2024
in Uncategorized
Reading Time: 3 mins read
0
Bangladesh:বছৰি দুই লাখ কোটি টকা বিদেশলৈ প্ৰেৰণ কৰি বিপদত শ্বেইখ হাছিনা !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

দেশ ত্যাগ কৰি ভাৰতত আশ্রয় গ্রহণ কৰা বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা বিপদত ৷ বিপদ কঢ়িয়াই আনিছে অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী ইউনুছে ৷

ADVERTISEMENT

শ্বেইখ হাছিনা কাৰ্যকালত দেশখনৰ পৰা ভাৰতসহ বিভিন্ন দেশলৈ লক্ষ লক্ষ কোটি টকা সৰবৰাহ কৰা হৈছিল। শ্বেতপত্র প্রকাশ কৰি এনে দাবী কৰিলে বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰে।

সোমবাৰে ইউনুছক বাংলাদেশৰ অর্থনীতি বিষয়ক এই শ্বেতপত্র অর্পণ কৰে শ্বেতপত্র প্রণয়ন কমিটীৰ মুৰব্বী দেৱপ্রিয় ভট্টাচার্যই। এই শ্বেতপত্রত প্রকাশ কৰা অনুসৰি হাছিনাৰ প্রধানমন্ত্ৰিত্বৰ কাৰ্যকালত ২০০৯ পৰা ২০২৩ পর্যন্ত মুঠ ২৩,৪০০ কোটি মার্কিন ডলাৰ বিদেশলৈ প্ৰেৰণ কৰা হৈছে। বাংলাদেশী মুদ্ৰাৰ হিচাপ প্রতিবছৰে প্রায় দুই লাখ কোটি টকা বিদেশলৈ প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছে।

hasina 1শ্বেতপত্র প্রণয়ন কমিটীৰ মতে, গ্ল’বেল ফাইনেন্সিয়েল ইটিগ্রিটি ৰিপ’ৰ্টছ (জিএফআইআৰএছ) আৰু কিছু নির্দিষ্ট পূর্বানুমানৰ ভিত্তিত ক’লা ধন সৰবৰাহৰ এই বৃহৎ পৰিমাণ পোহৰলৈ আহিছে। শ্বেতপত্র অনুসৰি, ভাৰত, আমেৰিকা, কানাডা, সংযুক্ত আৰব আমিৰ শ্বাহি, মালয়েছিয়া, ছিংগাপুৰ আদি দেশলৈ এই ধন প্ৰেৰণ কৰা হৈছিল।

হাছিনাৰ কাৰ্যকালত বিদেশলৈ ধন প্ৰেৰণৰ বাবে দুর্নীতিগ্রস্ত ৰাজনৈতিক, আমোলা আৰু বিষয়াসকলৰ মাজত এই অশুভ চক্র গঢ় লৈ উঠিছিল বুলিও কোৱা হৈছে শ্বেতপত্রত।

এক সংবাদমেলত ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে জনোৱা মতে, বিগত ১৫ বছৰীয়া লুটপাট কৰি যি ধন দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া ওভতাই অনাৰ চেষ্টা কৰাটো হ’ব চৰকাৰৰ অন্যতম অংগীকাৰ। এই লক্ষ্য আগত লৈ অহা ১০ ডিচেম্বৰৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা (এফবিআই) সহ এই বিষয়ত যিসমূহ আন্তর্জাতিক প্রতিষ্ঠানে কাম কৰে, তেওঁলোকৰ স’তে বৈঠকত মিলিত হ’ব ইউনুছ চৰকাৰ।

বাংলাদেশৰ অৰ্থনীতিৰ সামগ্রিক পৰিস্থিতিৰ পুংখাপুংখভাৱে জুকিয়াই চাবলৈ বিশিষ্ট অর্থনীতিবিদ দেবপ্রিয় ভট্টাচাৰ্যৰ নেতৃত্বত গঠিত কমিটীৰ বিতং তথ্য সদৰী কৰি ইউনুছৰ প্ৰেছ সচিবে কয় যে ক্ষমতাচ্যুত প্রাক্তন প্রধানমন্ত্রী হাছিনাৰ কার্যকালত দুর্নীতি, লুণ্ঠন আৰু ভয়াৱহ বিত্তীয় কেলেংকাৰিৰ যি চিত্র প্রতিবেদনত উপলব্ধ হৈছে, সেয়া দৰাচলতে আতংকৰ বিষয় বুলি প্রতিবেদন প্রস্তুতকাৰী কমিটীয়ে উল্লেখ কৰিছে।

যোৱা ১৫ বছৰত বাংলাদেশৰ পৰা প্ৰতি বছৰে গড়ে প্রায় ১৬ বিলিয়ন মার্কিন ডলাৰ অবৈধভাৱে সৰবৰাহ কৰা হৈছে। প্ৰেছ সচিব আলমে কয়, ‘এই প’ষ্টমর্টেমে ভয়াৱহ চিত্র আগবঢ়াইছে। আমাৰ চকুৰ সন্মুখত, বাংলাদেশৰ মানুহৰ চকুৰ সন্মুখত লুণ্ঠন চলিছে, লুটপাটতন্ত্র চলোৱা হৈছে। দুর্ভাগ্যজনকভাৱে আমাৰ বহুতেই ইয়াক বৈধতা প্রদান কৰিছে। অৱশ্যে তেনে লোকৰ সংখ্যা বৰ বেছি নহয়। ইয়াত আছিল ৰাজনীতিবিদ, আমোলা আৰু ব্যৱসায়ী। সকলো মিলি-জুলিয়েই কৰিছে।’

বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা ইউনুছৰ উদ্ধৃতি দি তেওঁ কয় যে ইউনুছৰ মতে লুণ্ঠনৰ এনে ভয়াৱহ ছবি পাঠ্যপুথিৰ অংশ হ’ব লাগে। কলেজ বা বিশ্ববিদ্যালয়ে জনা উচিত যে বিগত ১৫ বছৰে কিদৰে লুটপাট চলিছে। এই প্রতিবেদনৰ পাছত সম্পূর্ণ ধন কিদৰে ওভতাই আনিব পাৰি, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ বাবে চুৰি ধন ক’লৈ নিলে সেয়া প্রথমতে চিনাক্ত কৰিব লাগিব। ধন ওভতাই অনাটো কষ্টসাধ্য হ’ব যদিও চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিতৰত এটা। দেশক ভয়াৱহভাৱে লণ্ডভণ্ড কৰা মহাচুৰিৰ ঘটনাৰ নিশ্চিতভাৱে বিচাৰ হ’ব, কোনো সাৰি যাব নোৱাৰে বুলি ইউনুছ চৰকাৰৰ অন্যতম বিষয়াই কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHMd yunusSheikh HasinaWhite Paperঅন্তৱর্তীকালীন চৰকাৰশ্বেতপত্র
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d