Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Employees protest demanding OPS:পুৰণি পেন্সন প্ৰৱৰ্তনৰ দাবীত আজি ৰাজ্যজুৰি কৰ্মচাৰীৰ ক’লা বেজা পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত

publisher by publisher
February 1, 2025
in News, Assam, India
Reading Time: 3 mins read
0
Employees protest demanding OPS:পুৰণি পেন্সন প্ৰৱৰ্তনৰ দাবীত আজি ৰাজ্যজুৰি কৰ্মচাৰীৰ ক’লা বেজা পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত
0
SHARES
4
VIEWS
ShareShareShareShare

Employees protest demanding OPS:

পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি ৰাজ্যৰ প্রান্তে প্রান্তে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়া-কর্মচাৰীয়ে ৷

ADVERTISEMENT

ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত এই কাৰ্যসূচী ৰূপায়ণ কৰি নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত ক’লা বেজা পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। এই সন্দৰ্ভত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয়, ‘নতুন পেঞ্চন আঁচনি প্রত্যাহাৰ আৰু পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত পহিলা ফেব্ৰুৱাৰীত ক’লা দিৱস পালন কৰে ৰাজ্যৰ কৰ্মচাৰী সমাজে। উল্লিখিত দাবীৰে আজিৰে পৰা পুনৰ আন্দোলন তীব্ৰতৰ হয়।’

RelatedPosts

Sadou Assam Karmachari Parishad:অপিএছ প্ৰৱৰ্তনৰ দাবীত ৰাজ্য ব্যাপি ধাৰাবাহিক আন্দোলন ঘোষণা সদৌ অসম কৰ্মচাৰী পৰিষদৰ

চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি

উল্লেখ্য যে সংস্থাৰ নেতৃত্বত ৰাজ্যৰ ৩০টাৰো অধিক শিক্ষক, বিষয়া, কৰ্মচাৰী সংগঠন একেখন মঞ্চত থিয় হৈ এই সংগ্রাম আগবঢ়াই নিয়াৰ লক্ষ্যৰে কে’বাটাও প্রতিবাদী কার্যসূচী গ্রহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি, শণিবাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় প্রতিজন কৰ্মচাৰীয়ে নিজ নিজ কার্যালয়ত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে বুলি সভাপতি হাজৰিকাই মন্তব্য কৰে। লগতে তেওঁ কয়, ‘ইয়াৰ উপৰি দিনৰ ১২ বজাৰ পৰা এক বজালৈ কৰ্মচাৰীসকলে নিজ নিজ কার্যালয়ত ধর্ণা কার্যসূচীও ৰূপায়ণ কৰে।’ তেওঁ কয় যে আজিৰ এই প্ৰতিবাদৰ পাছতো যদি চৰকাৰে নিজৰ স্থিতিত অটল হৈ থাকে, তেন্তে আগন্তুক অসম বিধানসভাৰ বাজেট অধিবেশনৰ সময়ছোৱাত কর্মৰ্মচাৰীসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰিছে।

লগতে পহিলা মে’ত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কৰ্মচাৰী সমাবেশ আয়োজনৰো প্ৰস্তুতি আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰি কয় যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি তথা এনপিএছ ব্যবস্থা বাতিল কৰা আৰু চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে ৰাজ্যৰ শিক্ষক-কর্মচাৰীসকলে দীর্ঘসময় ধৰি দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্রদান কৰা নাই। কৰ্মচাৰী সমাজৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিবই লাগিব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অধীনস্থ তিনি লাখ ৮০ হেজাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তথা অসমত কৰ্মৰত এক লাখ ২০ হেজাৰ বিষয়া-কৰ্মচাৰীয়ে শণিবাৰে ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে বুলি হাজৰিকাই কয়।

আনহাতে আজি ‘সদৌ অসম চৰকাৰী এন পিএছ কৰ্মচাৰী সন্থাই জাৰি কৰা বিবৃতিত কয় , পুৰণি পেঞ্চন ব্যৱস্থা হৈছে এটা ৰাজহুৱা পেঞ্চন ব্যৱস্থা, য’ত কোনো ব্যক্তিগত বৰঙণিৰ দৰকাৰ নাই যদিও চাকৰিকালৰ অন্তিম মাহৰ দৰমহা ভিত্তি কৰি ন্যূনতম মাহিলী পেঞ্চন নিশ্চিত। লগতে বস্তুৰ দামৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মৰত কৰ্মচাৰীৰ দৰে মৰগীয়া ভাট্টা নিশ্চিত। দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি এই নিৰিখ বৃদ্ধি কৰাৰ উপৰিও ৮০ বছৰৰ উৰ্ধৰ সকলে অতিৰিক্ত ২০, ৯০ বছৰ হলে ৪০% বৃদ্ধিৰে মাহিলী পেঞ্চন লাভ লাভ কৰে। ভাৰতৰ সংবিধানৰ ১৪ নং অনুচ্ছেদ অনুসৰি পেন্সন প্ৰাপ্য সকলক অৰ্থনৈতিক সুৰক্ষা নিদিয়াটো এক সংবিধান বিৰোধী। আনহাতে মহামান্য উচ্চতম ন্যায়ালয়ৰ মতে- “pension is not a bounty nor a matter of grace depending upon the sweet will of the employer and it creates a vested right subject to 1972 rules which are statutory in character, because they enacted in exercise of powers conferred by the proviso to Article 309 and clause 50 of Article 148 of the Constitution, ii) that pension is not an ex-gratia payment , but it is a payment for the past service rendered…”.

এন পি এছ যে এক বঞ্চনা আৰু পুঁজিপতিক ধন যোগানৰ এক চৰকাৰী ব্যৱস্থা তাৰ ব্যাখ্যাৰ আৰু প্ৰয়োজন নাই। চৰকাৰী ব্যৱস্থাৰ প্ৰধান চালিকা শক্তি শিক্ষক-কৰ্মচাৰি-শ্ৰমিক শ্ৰেণীৰ আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থাৰ ব্যৱহাৰিক সংশোধনৰ প্ৰয়োজনবোধ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুন:বলবৎ কৰিব বুলি আশা কৰা হৈছিল। যোৱাৰ্ষৰ ২৮ আগষ্টত ঘোষণা কৰা ইউ পি এছ আঁচনিত তাৰ ৰূপ দেখাৰ বাবে আশা কৰা হৈছিল যদিও কাৰ্যত চলিতবৰ্ষৰ ২৫ জানুৱাৰীত প্ৰকাশ কৰা অধিসূচনাত তাৰ ওলোটা ছবিহে দেখা পোৱা গ’ল ।

ইউ পি এছ ব্যৱস্থাৰে কৰ্মচাৰী সমাজৰ অৱসৰী সময়ক সুৰক্ষা দিয়াৰ বিপৰীতে তেওঁলোকক অধিক শংকাপূৰ্ণ পৰিবেশলৈহে আগুৱাই দিলে। বজাৰৰ সৈতে চিধাকৈ সংলগ্ন এই ব্যৱস্থাই এফালে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা ১০% ঘূৰাই নিদিয়ে আনফালে গ্ৰেচুইটি, পৰিয়াল পেঞ্চন, দৰমহা সংশোধনী পৰা দুৰত ৰাখি কৰ্মচাৰীক নিৰাশ কৰিছে।

এনপিএছ কৰ্মচাৰী সন্থাই কয়, ইয়াৰ প্ৰতিবাদ হবই। অৱসৰৰ আগদিনা পৰ্যন্ত যি সকলে ৫০,০০০ টকাৰ পৰা ২,০০,০০০ টকাকৈ মাহিলী দৰমহা পাইছিল, তেওঁলোকে হঠাতে ১০০০ বা ২০০০ টকাকৈ পেন্সন লাভ কৰি কেনেদৰে বিপৰ্যয়গ্ৰস্ত হৈছে সেয়া ভুক্তভোগী সকলেহে উপলব্ধি কৰিব পাৰে। এক কথাত আজি প্ৰশাসন নামৰ ব্যৱস্থাটিৰ মূল চালিকা শক্তিৰ বিপৰ্যয় স্পষ্ট। ৰাজ্য, দেশ আৰু সামাজিক ব্যৱস্থাক সুস্থিৰ কৰি ৰাখিব খোজা প্ৰতিজনে এই হঠকাৰী ব্যৱস্থাৰ পৰিবৰ্তনৰ বাবে মাউখে উটাৰ সময় সমাগত।

ব্যৱস্থাৰ পৰিৱৰ্তন আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ হকে ২০০৪ৰ পৰা হোৱা সংগ্ৰামত আৰু এক মাত্ৰা প্ৰদান কৰে ২০১৮ চনত জন্ম গ্ৰহণ কৰা’ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা নামৰ মিচন ভিত্তিক সংস্থাৰ সংযোজনে। যোৱা সময়ত আমি অসমৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংঘবদ্ধ হৈছো একক দাবীৰ সমাধানৰ স্বাৰ্থত, শিক্ষক-কৰ্মচাৰীৰ অৱসৰী জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত। এই সংগ্ৰামে পূৰ্ণতা পাইছে। সংস্থাই ঘোষিত ‘ক’লা দিবস’ত আজি অসমৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সমাজে স্বত:স্ফুটভাবে প্ৰতিবাদ সব্যস্ত কৰি শিক্ষক-কৰ্মচাৰী-শ্ৰমিক ঐক্যৰ প্ৰমান দিয়াই নহয়, ও পি এছ প্ৰাপ্তিক সম্তৱপৰ কৰিব বুলি আমি নিশ্চিত।

আগন্তুক সময়ত অসম তথা ভাৰত চৰকাৰে পুনৰ চৰকাৰী শিক্ষক-শ্ৰমিক-কৰ্মচাৰীৰ অৱসৰী সুৰক্ষাৰ বিষয়টি গুৰুত্ব সহকাৰে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি অসমৰ প্ৰতিজন শিক্ষক-শ্ৰমিক-কৰ্মচাৰীয়ে দাবী জনাইছে। পূৰ্ণ সংগ্ৰাম অবিহনে সমস্যাটি সমাধান আমাৰ সকলোৰে বাবে কাম্য। অন্যথা অহা মাৰ্চ মাহৰ পৰা ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ কাৰ্যসূচীৰে আগবাঢ়িবলৈ আমি সম্পূৰ্ণ সাজু।

কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সহযোগ কৰা বিভিন্ন শিক্ষক-শ্ৰমিক-কৰ্মচাৰী সংস্থা, সংঘ, অসমৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰী-শ্ৰমিক, সংবাদসেৱীৰ লগতে সংস্থাৰ সকলো পৰ্যায়ৰ কৰ্মীকে’ সদৌ অসম চাৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Assam Govt. NPS Employees AssociationDemanding OPSEmployees protest
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d