Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asom Jatiya Parishad :কা’ বিৰোধী গণ সংগ্ৰামৰ পঞ্চ শ্বহীদক সোঁৱৰি অসম জাতীয় পৰিষদৰ আত্মবলিদান দিৱস পালন

বীৰ শ্বহীদৰ স্মৃতিয়ে ভৱিষ্যত প্ৰজন্মক জাতীয় দায়বদ্ধতাৰ কথা সোঁৱৰাই থাকিব : লুৰীণজ্যোতি গগৈ

publisher by publisher
December 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Asom Jatiya Parishad :কা’ বিৰোধী গণ সংগ্ৰামৰ পঞ্চ শ্বহীদক সোঁৱৰি অসম জাতীয় পৰিষদৰ আত্মবলিদান দিৱস পালন
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Asom Jatiya Parishad :

কা’ বিৰোধী গণ সংগ্ৰামত আত্মবলিদান কৰা পাঁচ গৰাকী জাতীয় বীৰ শ্বহীদক সোঁৱৰি অসম জাতীয় পৰিষদে আজি ৰাজ্যজুৰি আত্মবলিদান দিৱস পালন কৰে।

ADVERTISEMENT

২০১৯ চনৰ আজিৰ দিনটোতে (১২ ডিচেম্বৰ) ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, দীজেন্দ্ৰ পাংগিং, আব্দুল আলিম আৰু ঈশ্বৰ নায়কে আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱাইছিল। অসম জাতীয় পৰিষদে বীৰ শ্বহীদ কেইগৰাকীৰ স্মৃতিত আজিৰ দিনটোক আত্মবলিদান দিৱস হিচাপে পালন কৰি আহিছে।

আজি গুৱাহাটীৰ জু ৰোডত থকা অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰা আত্মবলিদান দিৱসত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে দলৰ নেতাসকলে পাঁচোগৰাকী শ্বহীদৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে আৰু ধুপ-ধুনা-চাকি জ্বলাই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। লগতে নাগাৰা নাম পৰিৱেশনেৰে বীৰ শ্বহীদ কেই গৰাকীৰ আত্মাৰ সদগতি কামনা কৰা হয়। আত্মবলিদান দিৱস উপলক্ষে দলৰ কৰ্মীসকলে কৱিতা আবৃতি আৰু গীত-মাত পৰিৱেশন কৰে।

আনহাতে বীৰ শ্বহীদ কেইগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে জাতিৰ হকে প্ৰাণ দিয়া এই শ্বহীদকেইগৰাকীক জাতিয়ে সদায় মনত ৰাখিব। তেওঁলোকৰ ত্যাগে ভৱিষ্যত প্ৰজন্মক জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই থাকিব।

বিনা দোষত পুলিছে অপ্ৰৰোচিতভাৱে গুলিয়াই উক্ত পাঁচগৰাকী যুৱকক হত্যা কৰা ঘটনা কেতিয়াও পাহৰিব নোৱাৰি বুলি উল্লেখ কৰি গগৈয়ে কয় যে তেওঁলোকক ৰাজ্য চৰকাৰে শ্বহীদ ঘোষণা নকৰা আৰু দোষী আৰক্ষীক শাস্তি প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক। এনে ভূমিকাৰে বিজেপি নেতৃত্বধীন চৰকাৰখন যে এখন জনবিৰোধী চৰকাৰ সেয়া চৰকাৰখনে নিজেই প্ৰমাণ কৰি দিলে।

আনহাতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই নিজৰ ভাষণত জাতীয় বীৰ শ্বহীদ কেই গৰাকীক স্মৰণ কৰি কয় যে শ্বহীদ কেই গৰাকীৰ নাম কেইটাই সেই অসমৰ ছবিখন স্পষ্ট কৰি তোলে যিখন অসম ভাঙিবৰ বাবে বিজেপি দল আৰু চৰকাৰে অহৰহ চেষ্টা কৰি থাকে। উক্ত অসমখন অটুট ৰখাটো অসম জাতীয় পৰিষদৰ সংকল্প।

তেওঁ বিজেপি চৰকাৰখনক সমালোচনা কৰি লগতে কয় যে অবৈধ নাগৰিক চিনাক্ত আৰু বহিস্কৰণ বাবে পৃথিৱীৰ বিভিন্ন দেশ বা ৰাজ্যই আইন প্ৰণয়নৰ অলেখ উদাহৰণ আছে । বিজেপি দলে অবৈধ নাগৰিকক ৰক্ষণাবেক্ষণ দিবৰ বাবে কা’ৰ দৰে এখন ক’লা আইন প্ৰৱৰ্তন কৰি বিশ্বৰ বুকুত এক কুখ্যাতি অৰ্জন কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Jatiya Parishadcaa Protest MovementGuwahatipancha SAHID
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d