Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Lahore-Islamabad is a civil war-like atmosphere:লাহোৰ-ইছলামাবাদত গৃহযুদ্ধ সদৃশ পৰিৱেশ

তিনি-চাৰি টুকুৰাত পৰিণত হ'ব পাৰে পাকিস্তান !, প্ৰধানমন্ত্ৰীৰ পদত্যাগ-কাৰাবন্দী ইমৰান খানক মুক্তিৰ দাবী

samimsultana by samimsultana
October 16, 2024
in International, News
Reading Time: 3 mins read
0
Lahore-Islamabad is a civil war-like atmosphere:লাহোৰ-ইছলামাবাদত গৃহযুদ্ধ সদৃশ পৰিৱেশ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Imaran khan Party Gen Secy Resign:এইবাৰ ইমৰানৰ দলৰ সাধাৰণ সম্পাদক উমৰে দিলে ইস্তফা

Lahore-Islamabad is a civil war-like atmosphere:

গৃহযুদ্ধ সদৃশ অৰাজকতাৰ কবলত পৰিছে চুবুৰীয়া দেশ পাকিস্তান। আনকি দেশখন তিনিটা টুকুৰাত পৰিণত হোৱাৰো সম্ভাৱনা প্রকট হৈছে। বিগত কিছুমাহ ধৰি দেশখন জটিল আর্থিক সংকটৰ মাজত আছে। এনে অৱস্থাতে বিৰোধী দল তথা প্রাক্তন প্রধানমন্ত্রী ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক- ই-ইনছাফ (পিটিআই)এ প্রৱল বিক্ষোভ গঢ়ি তুলিছে। এই বিক্ষোভে সমগ্র দেশখনত জোঁকাৰণি তুলিছে।

ADVERTISEMENT

বিক্ষোভকাৰীসকলৰ মূল দাবী হৈছে সম্প্রতি কাৰাবন্দী হৈ থকা দলৰ মুৰব্বী খানৰ মুক্তি আৰু প্রধানমন্ত্রী শাহবাজ শ্বৰিফৰ পদত্যাগ লক্ষ্যণীয় যে এনে এক বিক্ষোভৰ ফলতে চলিত বৰ্ষৰ আগষ্টত বাংলাদেশৰ শেইখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত হয়।

সম্প্রতি পাকিস্তানতো এনে গৰিস্থিতিৰ সৃষ্টিৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ আন্তর্জাতিক সম্পর্ক বিশেষজ্ঞই। অৱশ্যে যোৱা মাহ (ছেপ্টেম্বৰ) ৰ পৰা দেশখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। প্রাক্তন প্রধানমন্ত্রী নেতৃত্বাধীন পিটিআয়ে সম্পূর্ণ সংঘবদ্ধভাবে বিক্ষোভ গঢ়ি তোলা বুলি চর্চিত হৈছে। বিক্ষোভকাৰীসকলে ঘাইকৈ ৰাজধনী ইছলামাবাদ তাৰু লাহোৰ কঁপাই, তুলিছে। ঠায়ে ঠায়ে পৰিস্থিতি একপ্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

আনহাতে, বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ উদ্দেশ্যে চৰকাৰে আৰক্ষী-অর্ধসামৰিক বাহিনীৰ উপৰি কেতবোৰ স্থানত সেনাবাহিনীও নিয়োগ কৰিছে। অৱশ্যে বিক্ষোভকাৰীসকলৰ অভিযোগ হ’ল তেওঁলোকৰ প্রতিবাদক চৰকাৰে লৌহ হাতেৰে দমন কৰাৰ অপচেষ্টা চলাইছে। চৰকাৰী নির্দেশতে সেনাবাহিনীয়ে বিক্ষোভকাৰীৰ ওপৰত গুলিবর্ষণো কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি প্রাক্তন প্রধানমন্ত্রী খানৰ একাংশ উগ্ৰ সমৰ্থকক পথৰ পৰাই চৰকাৰী মদতপুষ্ট বাহিনীয়ে অপহৰণে কৰিছে। এনে দুষ্কাৰ্যৰ স’তে কুখ্যাত পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআই জড়িত থকা বুলি চর্চিত হৈছে। ইপিনে, বিক্ষোভকাৰীসকলে মূল চৰকাৰী কেন্দ্ৰসমূহৰ ওচৰত প্রতিবাদ অব্যাহত ৰাখিছে। সেনাবাহিনীৰ ৰাৱলপিণ্ডিস্থিত মুখ্য কৰ্যালয়ৰ ওচৰতো বিক্ষোভ দেখিবলৈ পোৱা গৈছে। এই বিক্ষোভকাৰীসকলক অর্ধসামৰিক বাহিনীয়ে আসুৰিক নির্যাতনে’ চলায়। আৰক্ষী অর্ধ সামৰিক বাহিনী তথা সেনাই চলেৱা উৎপীড়নত বহু বিক্ষোভকাৰী আহত হৈছে।

অৱশ্যে প্রতিবাদ দমনৰ এনে চেষ্টৰ মাজতো বিক্ষোভকাৰীসকল নিজ স্থিতিত অব্যাহত থাকি বিক্ষোভ কার্যসূচী চলাই আছে। ফলত দেশখন প্রবল অস্থিৰতাৰ গ্রাসত পৰিছে। গতিকে একাংশ আন্তর্জাতিক সম্পর্ক বিশেষজ্ঞই মন্তব্য কৰিছে যে পাকিস্তান টুকুৰা-টুকুৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: civil war-like atmosphereImaran KhanLahore-IslamabadPTI Protest
samimsultana

samimsultana

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d