Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Distributing Teacher Permanent appointment letters:নিয়মীয়া পদত নিযুক্তি ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকক

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা বৃহৎ নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আন কৰ্মচাৰীৰ দৰেই ডিএ পাব শিক্ষকসকলে,জ্যেষ্ঠতা কৰ্তন নহয় নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ,জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকো হ’ব পাৰিব : মুখ্যমন্ত্ৰী, নিযুক্তি পত্ৰ বিতৰণত মুখ্যমন্ত্ৰী ঘোষণা এনপিএছ উন্নীত হ’ব ইউপিএছলৈ

publisher by publisher
September 2, 2024
in Uncategorized
Reading Time: 3 mins read
0
Distributing Teacher Permanent appointment letters:নিয়মীয়া পদত নিযুক্তি ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকক
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Distributing Teacher Permanent appointment letters:

নিয়মীয়া পদত নিযুক্তি লাভ কৰিলে ২৩,৯৫৬গৰাকী ঠিকাভিত্তিক শিক্ষকে ৷ সোমবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা বৃহৎ নিযুক্তি সমাৰোহত নিযুক্তি পত্ৰ বিতৰণ কৰিলে নিয়মীয়াকৰণ শিক্ষকক ৷

ADVERTISEMENT

নিযুক্তি পত্ৰ বিতৰণ সমাৰোহত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় ,ডেৰ লাখ নিযুক্তিলৈ আৰু এখোজ ৰাজ্য চৰকাৰৰ। আজি আমি এক লাখ নিযুক্তিৰ লক্ষ্য অতিক্ৰম কৰিলোঁ। ই স্বাধীনতাৰ ৭৮বছৰত এয়া সৰ্বপ্ৰথম। কোনো চৰকাৰে এটা কাৰ্যকালত এক লাখ চাকৰি দিব পৰা নাছিল। অহা বছৰত আমাৰ লক্ষ্য আৰু পঞ্চাশ হেজাৰ নিযুক্তি ৷ আনহাতে আজিৰ এই নিযুক্তি লাভ কৰা ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ লগে লগে ঠিকাভিত্তিক শব্দটো উঠি গ’ল।জ্যেষ্ঠতা কৰ্তন নহয় নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ। জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষকো হ’ব পাৰিব তেওঁলোক ৷ তদুপৰি আন কৰ্মচাৰীসকলৰ দৰে এই সকল শিক্ষকে লাভ কৰিব ডিএ ৷ একেদৰে নিয়মীয়াকৰণৰ মান শীৰ্ঘেই পাঁচ বছৰৰ পৰিৱৰ্তে কৰা হ’ব তিনিবছৰ ৷

মুখ্যমন্ত্ৰীয়ে এই সভাতে কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দাবী এনপিএছ ইউপিএছলৈ উন্নীত কৰাৰ ইংগিত দি কয়, এনপিএছ কৰ্মচাৰীসকলে এটা ভাল খবৰ লাভ কৰিব অচিৰেই ৷ অহা বছৰৰ পৰা বদলিৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ কৰি তিনিবছৰৰ ভিতৰত শেষ কৰা হ’ব ৷ একেদৰে ছহেজাৰ প্ৰধান শিক্ষকৰ পদ পূৰণ কৰাৰো ইংগিত দিয়ে ৷

মুখ্যমন্ত্ৰী ড:শৰ্মাই কংগ্ৰেছ দলে শিক্ষক দিৱস দিনটোত গুৰু বন্দনা আয়োজন সন্দৰ্ভত কয়, কংগ্ৰেছে ৭৮ বছৰে গুৰু বন্দনা কৰা নাই। আনকি অসম আন্দোলনৰ কালছোৱাত বহু শিক্ষকক জে’ললৈ নিক্ষেপ কৰিছিল বুলি কটাক্ষ কৰে ৷
আনহাতে শিক্ষক দিৱসৰ দিনটোক অসম কলেজ শিক্ষক সন্থাই বৰ্জন কৰিব বুলি যি ঘোষণা কৰিছে এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,শিক্ষক দিৱস চৰকাৰৰ দিৱস নহয়। শিক্ষক দিৱসটো শিক্ষকসকলৰ নিজৰ দিৱস।এনেক্ষেত্ৰত এই পবিত্ৰ দিনটোক লৈ শিক্ষকসকলক ৰাজনীতি নকৰিবলৈ আহ্বান জনায়  ড:শৰ্মাই ৷

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা শিক্ষক নিযুক্তি সমাৰোহত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডা:ৰণোজ পেগু,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা,গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,মুখ্য সচিব ৰবি কোটা ,অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰস্ম গোঁহাই বৰুৱা সহ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaDistributing Teacher Permanent appointment lettersEducation minister Dr. Ranoj PeguKhanapara Veterinary Playground
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d