Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ পিছুৱাই দিয়া হ’ল সুভাংশুৰ অভিযান !

    অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা

    Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

    Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি

    GST evasion of 355 establishments:ৰাজ্যত শ শ কোটি টকাৰ জিএছটি ফাকিৰ বৃহৎ ক’লা বজাৰ, ৰাজকোষত মাধমাৰ

    Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত

    বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত ‘শিল্পকানন’ৰ বিশেষ নাট্য সন্ধিয়া

publisher by publisher
February 1, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত ‘শিল্পকানন’ৰ বিশেষ নাট্য সন্ধিয়া
15
SHARES
154
VIEWS
ShareShareShareShare

Nagaon Drama:

নগাঁও জিলা পুথিভঁৰালত কালি সন্ধিয়া সফলতাৰে মঞ্চস্থ হয় ‘বিদ্ৰোহী জনা’ নামৰ পূৰ্ণাংগ নাটখন । ঊনৈশ বছৰীয়া নাট্যানুষ্ঠান ‘শিল্প কানন’ৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ নাট্য সন্ধিয়া । গোলাপ চন্দ্ৰ বৰাৰ ‘বিদ্ৰোহী জনা’ নামৰ নাটখনৰ পৰিকল্পনা আৰু পৰিচালনা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমৰ জীয়ৰী দক্ষিণা শৰ্মাৰ । পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজকন্যা জনাগাভৰুৱে আৰম্ভ কৰা বিদ্ৰোহক শীৰ্ষস্থান প্ৰদান কৰি ৰচনা কৰা হৈছে এই নাটখন ।

ADVERTISEMENT

কেনেদৰে আজিও মহিলাসকল পুৰুষৰ হাতত লাঞ্ছিত হয় আৰু প্ৰতাৰণাৰ বলি হয় তাৰেই যথাযোগ্য নিদৰ্শন পূৰ্ণাংগ নাটখনি । মুঠ বিশটাকৈ চৰিত্ৰ সম্পন্ন নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল প্ৰসন্ন কুমাৰ বেজবৰুৱা, ধনঞ্জয় বৰদলৈ আৰু শোণিত কুমাৰ বৰা । নীৰ আবিদৰ সংগীতেৰে উপভোগ্য হৈ পৰা নাটখনৰ পোহৰ নিক্ষেপন কৰিছিল সুৰজ কুমাৰ শইকীয়া আৰু গৌতম শইকীয়াই ।

RelatedPosts

No Content Available

nagaon 2জ্যেতি গগন, বিনন্দ কুমাৰ সূতৰ মঞ্চসজ্জা আৰু গৌৰৱ কুমাৰ হাজৰিকা, মূৰ্চ্ছনা মহন্তৰ নৃত্য নিৰ্দেশনাৰে প্ৰাণ সঞ্চাৰিত হোৱা নাটখনিৰ অভিনয় শিল্পীসকল হৈছে ক্ৰমে অজয় ৰাজবংশী, ইন্দ্ৰাণী বৰা, দুৰ্বা ডেকা, ধনঞ্জয় বৰদলৈ, পাপৰি ৰাজখোৱা, প্ৰকাশ বৰা, যুতৃষ্ণা গোঁহাই, নৱজ্যোতি গোস্বামী, মৌচম বৰা, প্ৰণৱজ্যোতি বৰদলৈ, মেঘালী বৰা শইকীয়া, কৰৱী শৰ্মা, নিবেদিতা গৌতম, উদয় বাস্তৱ শৰ্মা, কৃষ্ণাংগ বৰা, কৃপাশ্ৰী হাজৰিকা, সুস্মিতা শইকীয়া, হিৰু কাশ্যপ শৰ্মা, বিদ্যুত কুমাৰ নাথ আৰু চিৰঞ্জীৱ বাৎস্য ।

উল্লেখ্য যে, আগন্তুক ৮ ফেব্ৰুৱাৰীত এইখন নাটকেই ‘ভাৰত ৰঙ্গ মহোৎসৱ’ৰ উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত মঞ্চস্থ হ’ব । আনহাতে, নগাঁও জিলাৰ ননৈৰ অভিমুখ নাট্যদলেও এই মহোৎসৱত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে । নাট্যদলটোৱে বিদ্যুত কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাত আগন্তুক ৫ ফেব্ৰুৱাৰীৰ দিনা গোৰখপুৰত তেওঁলোকৰ বহু সমাদৃত নাট ‘ৰঘুনাথ’ মঞ্চস্থ কৰিব ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: নগাঁও জিলা পুথিভঁৰালনাট মঞ্চস্থশিল্প কাননৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
publisher

publisher

Related Posts

পুনৰ পিছুৱাই দিয়া হ’ল সুভাংশুৰ অভিযান !
India

June 18, 2025
অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা
India

অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা

June 18, 2025
Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ
News

Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

June 18, 2025
Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি
News

GST evasion of 355 establishments:ৰাজ্যত শ শ কোটি টকাৰ জিএছটি ফাকিৰ বৃহৎ ক’লা বজাৰ, ৰাজকোষত মাধমাৰ

June 18, 2025
Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত
News

Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত

June 18, 2025
বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ
India

বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ

June 18, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d