Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Modern School 10th Inter-school Drama Competition:নাটকৰ উৎকৰ্ষতাৰ এটা দশকঃ ”সহাৱস্থান’’ শীৰ্ষক বিষয়বস্তুৰে

২০২৩-২৪ বৰ্ষৰ দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ ঘোষণা কাহিলীপাৰাস্থিতি মডাৰ্ণ ইংলিছ স্কুলৰ

publisher by publisher
November 8, 2023
in India, Assam, News
Reading Time: 1 min read
0
Modern School 10th Inter-school Drama Competition:নাটকৰ উৎকৰ্ষতাৰ এটা দশকঃ ”সহাৱস্থান’’ শীৰ্ষক বিষয়বস্তুৰে
2
SHARES
15
VIEWS
ShareShareShareShare

Modern School 10th Inter-school Drama Competition:

প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক ৰোমাঞ্চকৰ যাত্ৰাৰ উদ্দেশ্য সন্মুখত ৰাখি ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সগৌৰৱে ঘোষণা কৰিছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে।

ADVERTISEMENT

চলিত বৰ্ষৰ ১১ নৱেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই দৰ্শনীয় অনুষ্ঠান। যুৱ শিল্পীসকলৰ প্ৰতিভাৰ উন্মেষৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাখনে “সহাৱস্থান” শীৰ্ষক সময়োপযোগী বিষয়বস্তু প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকল উজ্বলি উঠিব পৰাকৈ এক অসাধাৰণ মঞ্চ প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে মডাৰ্ণ ইংলিছ স্কুলে।

RelatedPosts

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

মডাৰ্ণ ইংলিছ স্কুলে জানিবলৈ দিয়া মতে, এই নাট প্ৰতিযোগিতাৰ মঞ্চত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক উল্লেখযোগ্য সমাৱেশ অনুষ্ঠিত হ’ব। ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ “সহাৱস্থান” বিষয়বস্তুৰ ওপৰত নিজৰ অনন্য দৃষ্টিভংগী অন্বেষণ আৰু প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব।

এই বিষয়বস্তুটো ছাত্ৰ-ছাত্ৰীসকলক আনৰ সৈতে সুসমঞ্জস্যভাৱে জীয়াই থকা, বৈচিত্ৰ্যক আকোৱালি লোৱা আৰু আমাৰ আন্তঃসংযোগী পৃথিৱীখনে আগবঢ়োৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ সৈতে মোকাবিলা কৰাৰ তাৎপৰ্য্যৰ ওপৰত চিন্তা কৰিবলৈ উৎসাহিত কৰিবলৈ সযতনে বাছনি কৰা হৈছে।

drama 2এই নাট প্ৰতিযোগিতাখনত ইতিমধ্যে গুৱাহাটীকে ধৰি অন্য প্ৰান্তৰ কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে। শ্বেমফোৰ্ড ফিউচাৰিষ্টিক স্কুল, মাৰিয়াজ পাব্লিক স্কুল, আৰ্মি পাব্লিক স্কুল, অসম জাতীয় বিদ্যালয়, কাজিৰঙা ইংলিছ একাডেমী, পূব গুৱাহাটী হাইস্কুল আৰু নিউ ফটাশিল হাইস্কুলে এই নাট প্ৰতিযোগিতাখনিৰ অংশ হোৱাৰ কথা স্পষ্ট কৰাৰ পিছতে বহু প্ৰত্যাশিত নাট প্ৰতিযোগিতাখনিলৈ উৎসাহ বৃদ্ধি পাইছে নাট্যপ্ৰেমীৰ।

দশম আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতা সন্দৰ্ভত কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষ শ্ৰীমতী জোনালী দাসে কয়, ”এইবাৰৰ আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাখনি আমাৰ বাবে অত্যন্ত বিশেষ, কিয়নো এইবাৰ আমি এই প্ৰত্যাশিত নাট প্ৰতিযোগিতাখনৰ দশম সংস্কৰণ অনুষ্ঠিত কৰিবলৈ ওলাইছো।

বিগত এটা দশকৰ পৰা এই নাট প্ৰতিযোগিতাখনিৰ যাত্ৰা আমাৰ বাবে এতি ৰোমাঞ্চকৰ হৈ আহিছে। আমি আমাৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ ব্যতিক্ৰমী অভিনয়েৰে এই বৰ্ষপূৰ্তিটোক কেনেকৈ অবিস্মৰণীয় কৰি তুলিব সেয়া চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো।”

উল্লেখযোগ্য যে, কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে বিগত এটা দশকত আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ আয়োজন কৰি গুৱাহাটীৰ অন্য বিদ্যালয়সমূহক আমন্ত্ৰণ জনাই বিদ্যালয়সমূহৰ মাজত নাট্য সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এই নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও মডাৰ্ণ ইংলিছ স্কুলে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ সহযোগত ইতিমধ্যে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দক্ষ প্ৰশিক্ষকৰ সহায়ত কেইবাখনো বিদ্যালয়ত নাট্য কৰ্মশালাৰো আয়োজন কৰিছে।

নতুন শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰাই তেওঁলোকক নাট্য কলাৰ দৰে শিক্ষাৰ সকলো দিশৰ সৈতে পৰিচয় কৰাই দিয়াটো প্ৰয়োজনীয়।

আন্তঃবিদ্যালয় নাট প্ৰতিযোগিতাৰ জৰিয়তে বিদ্যালয়খনে মৃদুলা বৰুৱা, নীলু চক্ৰৱৰ্তী, ভগীৰথী, নয়ন প্ৰসাদ, ৰবিজিতা গগৈ, সঞ্জীৱ হাজৰিকা, অৰুণ হাজৰিকা, চেতনা দাসৰ দৰে বিশিষ্ট অভিনেতা-অভিনেত্ৰীসকলক বিগত সময়ত সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 10th Inter-school Drama CompetitionGuwahati Press ClubModern SchoolPressmeet
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d