Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

RBI:ৰিজার্ভ বেংকৰ সুতৰ হাৰ কর্তনে নেপেলালে প্ৰভাৱ: শ্বেয়াৰ বজাৰত প্ৰচণ্ড খহনীয়া

পাঁচ বছৰৰ মূৰত হ্রাস ৰেপ' ৰেট, কমিব গৃহ-গাড়ী ঋণৰ ইএমআই, ছেনছেক্স নামিল দুশ পইন্ট, ৪৩.৪০ পইন্ট পতন নিফটিৰ, অর্থনীতিলৈ গতি আহিব: গৱৰ্ণৰ, ৰিজার্ভ বেংকৰ সুতৰ হাৰ কর্তনে নেপেলালে প্ৰভাৱ: শ্বেয়াৰ বজাৰত প্ৰচণ্ড খহনীয়া, মুদ্রা নীতি সমিতিৰ বৈঠকত সৰ্বসম্মতভাবে সিদ্ধান্ত

publisher by publisher
February 8, 2025
in News, India
Reading Time: 2 mins read
0
RBI:ৰিজার্ভ বেংকৰ সুতৰ হাৰ কর্তনে নেপেলালে প্ৰভাৱ: শ্বেয়াৰ বজাৰত প্ৰচণ্ড খহনীয়া
1
SHARES
10
VIEWS
ShareShareShareShare

RBI:

বিভিন্ন প্রত্যাহ্বানে ঘেৰি ধৰা দেশৰ অথর্থনীতিক গতি দিয়াৰ উদ্দেশ্যে ভাৰতীয় ৰিজার্ভ বেংকে সুদীর্ঘ পাঁচ বছৰৰ পাছত আজি ঋণৰ সুতৰ হাৰ (ৰেপ’ ৰেট) কর্তন কৰে যদিও অভীষ্ট সিদ্ধিৰ পথত আৰম্ভণিতে উজুটি খালে। বিগত বহুদিন ধৰি শ্বেয়াৰ বজাৰে উত্থানতকৈ অধিক পতনৰ সম্মুখীন হৈ আহিছে। শ্বেয়াৰ বজাৰৰ এই অস্থিৰতা দূৰ কৰাটোও আছিল ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট হ্ৰাসৰ অন্যতম উদ্দেশ্য। দেশৰ কেন্দ্ৰীয় বেংকৰ এনে প্রত্যাশাৰ বিপৰীতে আজি দেশৰ দুয়োখন শ্বেয়াৰ বজাৰত সূচকাংকৰ বৃহৎ পতন ঘটে। এয়া আছিল ৰিজার্ভ বেংকৰ বাবে সম্পূর্ণ অনাকাংক্ষিত। আজি অনুষ্ঠিত ৰিজার্ভ বেংকৰ মুদ্রা নীতি সমিতিয়ে বেগ’ ৰেট ০.২৫ শতাংশ হ্রাস কৰে। ফলত সম্প্রতি ৰেপ’ বেট ৬.২৫ শতাংশ হৈছে। ৰিজার্ভ বেংকে নিজৰ অধীনৰ বিভিন্ন বেংকক দিয়া ঋণৰ বিপৰীতে আৰোপ কৰা সুতৰ হাৰেই হ’ল ৰেপ’ বেট।

ADVERTISEMENT

যিহেতু ৰিজার্ভ বেংকে ঋণৰ হাৰ কৰ্তন কৰিছে গতিকে ইয়াৰ অধীনৰ বেংকসমূহে গ্রাহকসকলক প্ৰদান কৰা গাড়ী, গৃহ ঋণ আদিৰ মাহিলি কিস্তি (ইএমআই) ও হ্রাস পাব। গতিকে ৰেপ’ বেট কর্তনে ঋণ গ্রহণকাৰীসকলক এক বৃহৎ সকাহ প্ৰদান কৰাটো নিশ্চিত। ইয়াৰ বিপৰীতে ৰিজার্ভ বেংকৰ এই মুদ্রা নীতিয়ে আজি শ্বেয়াৰ বজাৰতো কিঞ্চিতো ইতিবাচক প্রভাৱ পেলাব নোৱাৰিলে। তাৰ বিপৰীতে বোম্বে আৰু দিল্লী দুয়োখন শ্বেয়াৰ বজাৰতে সূচকাংকৰ প্ৰচণ্ড খহনীয়াহে ঘটে। ফলস্বৰূপে বিনিয়োগকাৰীসকল লাখ লাখ কোটি টকাৰ লোকচানৰ সম্মুখীন হয়।

RelatedPosts

Rupee Falls:ভাৰতীয় টকাৰ বিপৰ্যয় অব্যাহত !

দৈনিক মাত্র ৪৫ টকা খৰচত মাহিলি ৪০ হেজাৰ টকাৰ ৰিটাৰ্ণ

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে পুণৰ ল’ব ঋণ !

 পুৱা ষ্টক এক্সচেঞ্জ খোলাৰ সময়ত বোম্বে স্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আছিল ৭৮,১১৯.৬০ পইন্ট। ইয়াৰ বিপৰীতে দিনান্তত ছেনছেক্স ৭৭,৮৬০.১৯ পইন্টলৈ নামে। অর্থাৎ আজিৰ দিনটোত ছেনছেক্সৰ প্ৰায় দুশ পইন্ট অর্থাৎ ১৯৭.৯৭পইণ্টৰ পতন ঘটে। শতাংশৰ হাৰত এই পতন ০.২৫ শতাংশ। অৱশ্যে দিনটোৰ মাজভাগত ছেনছেক্স ৭৮,৩৫৬.৬৯লৈ বৃদ্ধি পাইছিল। তাৰ পাছৰে পৰা ছেনছেক্সৰ পতন আৰম্ভ হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটীৰো আজি ৪৩.৪০ পইণ্টৰ পতন ঘটে। শতাংশৰ হিচাপত আজি নিফটীৰ পতন ০.১৮ শতাংশ। আনহাতে, একাংশ বিশ্লেষকৰ মতে, ৰিজার্ভ বেংকৰ ঋণৰ সুতৰ হাৰ কৰ্তনে শ্বেয়াৰ বজাৰত ইতিবাচক প্ৰভাৱ নেপেলোৱাৰ বিভিন্ন কাৰণ আছে।

# কিমান হ্রাস পাব গাড়ী-গৃহ ঋণৰ ইএমআই

অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিত জুৰুলা জনতাক আজি ৰিজার্ভ বেংকৰ ঋণৰ সুতৰ হাৰ কৰ্তনে কিছু সকাহ দিব। ইয়াকে লৈ বহুজনে স্বস্তিৰ নিশ্বাস পেলাইছে। কাৰণ ৰিজার্ভ বেংকৰ ৰেপ’ ৰেট কর্তনে গৃহ আৰু গাড়ী ঋণৰ ইএমআইৰ পৰিমাণ হ্ৰাস কৰি গ্ৰাহকসকলক সকাহ দিব। ঋণৰ ইএমআই কেনেদৰে হ্রাস পাব, সেয়া বুজি পাবলৈ এটা উদাহৰণ লোৱা হওক। ধৰা হ’ল এজন ব্যক্তিয়ে ১০ লাখ টকাৰ গাড়ী ঋণৰ বাবদ ন শতাংশ সুতত ২০,৭৫৮ টকাৰ ইএমআই পৰিশোধ কৰি আছে। সম্প্ৰতি আৰবিআয়ে ৰেপ’ ৰেট ০.২৫ শতাংশ কৰ্তন কৰাৰ ফলত গ্রাহকজনৰ ঋণৰ সুতৰ হাৰ ৮.৭৫ শতাংশলৈ হ্রাস পাব। এই হাৰত তেওঁ ২০,৬৩৭ টকাৰ ইএমআই পৰিশোধ কৰিব লাগিব।

এই একে ধৰণে গৃহ ঋণৰ সুতৰ হাৰো হ্রাস পাব। তদুপৰি ইচ্ছুকসকলে নতুন গাড়ী আৰু গৃহ ঋণৰ বাবেও আবেদন জনোৱাৰ সুবিধা পাব। আনহাতে, ৰিজার্ভ বেংকে ৰেপ’ ৰেট হ্ৰাস কৰাৰ ফলত শীঘ্রেই ইয়াৰ অধীনৰ বিভিন্ন বেংকে ঋণৰ সৰ্বনিম্ন সুতৰ হাৰ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ৰিজার্ভ বেংকৰ অধীনৰ ৰাজহুৱা আৰু ব্যক্তিগত-দুয়ো ধৰণৰ বেংকেই ৰেপ’ ৰেট হ্ৰাসৰ লগে লগে ঋণৰ সুতৰ নতুন হাৰ ঘোষণা কৰে। ইপিনে, আজি ৰেপ’ ৰেট হ্রাস কৰাৰ কথা ঘোষণা কৰি ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয়, ‘মুদ্রা নীতি সমিতিৰ বৈঠকত গৃহীত সর্বসম্মত সিদ্ধান্তমর্মে ৰেপ’ ৰেট হ্ৰাস কৰা হৈছে। ঋণৰ সুতৰ হাৰ হ্রাসে দেশৰ আৰ্থিক কাম-কাজলৈ গতি আনিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Home LoanRape RateRBIStock Market
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d