Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মোডী আমেৰিকাৰ পৰা উভতি অহাৰ পাছত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান !

publisher by publisher
February 9, 2025
in India
Reading Time: 1 min read
0
বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

মোডী আমেৰিকাৰ পৰা উভতি অহাৰ পাছত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান !তিনিটা দশকৰ পাছত দিল্লী বিধানসভা দখল কৰিলে বিজেপিয়ে । সূত্ৰ অনুসৰি এইবাৰ শীৰ্ষ নেতৃত্বই শপত গ্ৰহণ অনুষ্ঠানটো ডাঙৰ ৰূপত কৰিব বিচাৰিছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকা ভ্ৰমণৰ পৰা উভতি অহাৰ পাছত। প্ৰধানমন্ত্ৰীগৰাকী ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণ কৰিব ।

ADVERTISEMENT

বিজেপিৰ সূত্ৰই দাবী কৰে যে ১৫ ফেব্ৰুৱাৰীৰ আগতে দিল্লীত শপত গ্ৰহণ নকৰিব পাৰে নতুন মুখ্যমন্ত্ৰীয়ে।

RelatedPosts

কিউবাৰ জলসীমাত অনধিকৃত স্পিডব’ট সংঘাত: চাৰি নিহত, ছজন আহত

পঢ়া কোঠাতে পৰমাণু চিমনী তৈয়াৰ কৰিলে ১২ বছৰীয়া বালকে

দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা!

এমাহৰ ভিতৰতে আমেৰিকালৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব মোডী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত এখন বৈঠক আছে। ইয়াৰ পাছত যেতিয়া মোডী দিল্লীলৈ ঘূৰি আহিব, তেতিয়া নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

বিজেপিৰ এটা সূত্ৰই দাবী কৰা অনুসৰি ,বাকী ৰাজ্যসমূহৰ দৰে, মোডীয়ে দিল্লীতো প্ৰচাৰৰ নেতৃত্ব দিছিল। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা পৰবেশ বাৰ্মাইও মোডীক এই বিজয়ৰ কৃতিত্ব দিয়ে।

সেয়েহে, দলটোৱে তেওঁৰ অনুপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰাৰ কথা চিন্তা কৰা নাই।

বিজেপিৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীকে ধৰি এন ডি এৰ শীৰ্ষ নেতাসকলে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে।

বিজেপিয়ে ১৯৯৮ চনৰ পৰা দিল্লী বিধানসভা দখল কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ, তেওঁলোকে বিধানসভা দখল কৰাৰ পাছত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে।

অৱশ্যে, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম এতিয়াও জল্পনা-কল্পনা চলি আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালক পৰাস্ত কৰি মুখ্যমন্ত্ৰী পদৰ দৌৰত সিং বাৰ্মা আগবাঢ়ি আছে নেকি?

নে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মনত আন কোনো সমীকৰণ আছে?

সূত্ৰ অনুসৰি, দিল্লী বিজেপিত সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে পাঁচটা নাম আছে। কিন্তু এটা কথা স্পষ্ট যে শেষত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaDELHIModi
publisher

publisher

Related Posts

আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d