Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

publisher by publisher
February 9, 2025
in International
Reading Time: 1 min read
0
‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !
1
SHARES
12
VIEWS
ShareShareShareShare

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

ADVERTISEMENT

প’লা হাৰ্ডৰ স’তে সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে কোটিপতি তথা মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে।প’লাক লৈ যে তেওঁ অতি ‘ ছিৰিয়াছ’ সেই কথাও তেওঁ জনাই ।

RelatedPosts

অন্ততঃ এশ বছৰলৈ নিশ্চিন্ত মনৰে থাকিব পাৰিব

Prime Minister Narendra Modi Meets Bill Gates to discuss climate issues.জলবায়ুৰ বিষয়ে আলোচনা কৰিবলৈ বিল গেটছৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীক

Bill Gates Company Oxytech is Busy Making Mosquitoes:গৱেষণাগাৰত বৃহদাকাৰৰ মহ তৈয়াৰত ব্যস্ত বিল গেটছৰ প্ৰতিষ্ঠান অক্সিটেক

লগতে তেওঁ জনাই যে, পলাৰ স’তে তেঁওৰ সম্পৰ্কক অতি গুৰুত্বসহকাৰে বিচাৰ কৰিছে আৰু দুয়ো একেলগে সময় অতিবাহিত কৰিছে।

WhatsApp Image 2025 02 09 at 21.21.52প’লা আৰু বিল গেটছৰ সম্পৰ্কৰ বিষয়ে তিনি বছৰ আগতে জল্পনা-কল্পনা আৰম্ভ হৈছিল। ৰাস্তাৰ পৰা টেনিছ কোৰ্টলৈকে, তেওঁলোকক বিভিন্ন ঠাইত একেলগে দেখা যায়। সেই সকলো বোৰ মুহূৰ্ত বন্দী কৰা হৈছে ।

কিন্তু ছ’চিয়েল মিডিয়াই প’লাক ‘ৰহস্যময়’ বুলি টেগ দিছিল কাৰণ তেঁও কোন সেই উত্তৰ কোনো পোৱা নাই।

WhatsApp Image 2025 02 09 at 21.21.52 1WhatsApp Image 2025 02 09 at 21.21.53WhatsApp Image 2025 02 09 at 21.21.53 1অৱশ্যে, এই সকলো কথাৰ অন্ত পেলায় পোহৰলৈ আহিছে যে ,৬৯ বছৰীয়া বিলৰ সঙ্গীৰ নাম প”লা।

বিলে নিজে কয় যে,”মই ভাগ্যৱান যে প’লা মোৰ প্ৰেমিকা। মই সম্পৰ্কটোক যথেষ্ট গুৰুত্ব দিওঁ। আমি যথেষ্ট আনন্দ কৰিছো, অলিম্পিকলৈ গৈছো আৰু বহুতো। ’’

বিলৰ সদ্য প্ৰকাশিত আত্মজীৱনী ‘ছ’ৰ্চ কোড’তো প’লাৰ কথাও উল্লেখ আছে । বিলে ৰিপ’ৰ্ট জনাই যে তেওঁৰ কিতাপৰ পাণ্ডুলিপিৰ প্ৰধান পাঠক আছিল প’লা।

২০২৩ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল। মেলবৰ্ণত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেন চাবলৈ গৈছিল দুয়ো। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনৰ ঠিক কাষতে প’লাৰ আসনখন আছিল।

খেলখনৰ পাছত, দুয়ো মেলবৰ্ণ চহৰত একেলগে খোজ কাঢ়িবলৈ ওলাইও গৈছিল। তেওঁলোকৰ একেলগে খোজ কঢ়াৰ ভঙ্গীয়ে গভীৰ বন্ধুত্বৰ বিষয়ে অৱগত কৰে ।

ইয়াক লৈ বহুত আলোচনাও হয়। তাৰ পাছত, বহুবাৰ দুয়োকে একেলগে দেখা যায় । প’লা বিলতকৈ সাত বছৰ সৰু। তেওঁৰ বয়স বৰ্তমান ৬২ বছৰ।

প’লা এটা প্ৰতিষ্ঠিত কোম্পানীৰ প্ৰযুক্তি সঞ্চালক আছিল, প’লা এতিয়া এগৰাকী অনুষ্ঠান পৰিকল্পনাকাৰী। তেওঁ বিভিন্ন কৰ্পোৰেট সংগঠনৰ অনুষ্ঠান আয়োজন কৰে।লগতে তেওঁ সামাজিক কামো কৰা দেখিবলৈ পোৱা যায় ।

বিলে ২০২১ চনত তেওঁৰ প্ৰাক্তন পত্নী মেলিণ্ডা গেটছৰ স’তে তেওঁৰ সম্পৰ্ক সমাপ্ত কৰে। ইফালে প’লাৱে ২০২১ চনত তেওঁৰ স্বামীক হেৰুৱাইছিল। প’লাৰ স্বামী মাৰ্ক হুণ্ড অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আছিল। ২০২১ চনত মাৰ্কৰ মৃত্যু হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bill Gates
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d