Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ

    চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

    তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

    জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

    পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Advantage Assam 2.O Workshops In Tezpur: তেজপুৰত এডভাণ্টেজ অসম ২.০ সৈতে সংগতি ৰাখি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
February 10, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Advantage Assam 2.O Workshops In Tezpur: তেজপুৰত এডভাণ্টেজ অসম ২.০ সৈতে সংগতি ৰাখি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
8
VIEWS
ShareShareShareShare

Advantage Assam 2.O Workshops In Tezpur:

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে  তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এডভাণ্টেজ অসম ২.০ ৰ অধীনত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত বিশেষ কৰ্মশালাত উপস্থিত থাকে ।

ADVERTISEMENT

উল্লেখ্য যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগা এডভাণ্টেজ অসম ২.০ ৰ সৈতে সংগতি ৰাখি জিলা পৰ্যায়ত উদ্যোগীসকলৰ সৈতে বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে । আজি তেজপুৰত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ দুই শতাধিক উদ্যোগীৰ বাবে অনুষ্ঠিত কৰ্মশালাত মন্ত্ৰী হাজৰীকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্যোগী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ।

RelatedPosts

Udalguri : বিটিচিৰ ২৫ টা নহয়, ৪০ টা সমষ্টিতে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিজেপি

Tezpur rape case:৯০ বছৰীয়া বৃদ্ধাক যৌন নিৰ্যাতনৰ অভিযোগ

১০টকীয় পানী বটলৰ দাম ৩০টকা,২০টকাৰ ক’ক কলাৰ দাম ৭৫!

TEZPUR 3আজিৰ কৰ্মশালাত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত বহুকেইগৰাকী সমল ব্যক্তিয়ে জিলা দুখনৰ উদ্যোগিক সম্ভাৱনাসমূহৰ বিষয়ে বিস্তৃত উপস্থাপন কৰে । অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই দুয়োখন জিলাৰ পৰা অহা উদ্যোগী সকলৰ পৰা তেওঁলোকৰ বাণিজ্যৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে বুজ লয় । দুগৰাকী উদ্যোগীৰ মাটিৰ কাগজ পত্ৰৰ সমস্যা হোৱা বুলি জানিবলৈ পাই মন্ত্ৰী হাজৰীকাই জিলা আয়ুক্তক বিষয়টো তাৎক্ষণিকভাৱে চোৱাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে ।

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে আজি ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ স্বচ্ছ কামসমূহৰ বাবে অসমত এতিয়া দুৰ্নীতিমুক্ত পৰিৱেশ বিৰাজ কৰিছে যাৰ ফলত বিনিয়োগকাৰীৰ পছন্দৰ ৰাজ্য হিচাপে অসমে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ আৰম্ভ কৰিছে । আমাৰ দেশখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত পৃথিৱীৰ পঞ্চম বৃহত্তম দেশ হিচাপে পৰিগণিত হোৱাৰ সময়ত অসমতো উদ্যোগ আৰু বাণিজ্যৰ বাবে সুষ্ঠিৰ পৰিৱেশ সৃষ্টিৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক প্ৰয়াস অব্যাহত ৰখা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

TEZPUR 2আনহাতে চাহ আৰু মুষ্টিমেয় চৰকাৰী উদ্যোগ দুটামানৰ বাহিৰে অসমত বিগত সময়ত বিশেষ উদ্যোগ থন ধৰি নুঠাৰ অন্তৰালত এসময়ৰ বন্ধ-ধৰ্মঘট আদিৰে অশান্তজৰ্জৰ পৰিৱেশ অন্যতম দায়ী আছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিগত চাৰিটা বছৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এবাৰলৈও অসম বন্ধৰ দৰে প্ৰতিবাদ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শৰে অসমতো মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত “মেনুফেকচাৰিং হাব” হিচাপে গঢ়ি তুলিবলৈ কাম কৰি থকা হৈছে । মন্ত্ৰী গৰাকীয়ে লগতে কয় যে আগন্তুক এডভাণ্টেজ অসমৰ জড়িয়তে ৰাজ্যখনে ভালেমান বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ বিশ্বাস কৰে ।

আজিৰ অনুষ্ঠানত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আয়ুক্তদ্বয় ক্ৰমে অংকুৰ ভৰালী আৰু মুনিন্দ্ৰ নাথেও বক্তব্য আগবঢ়োৱাৰ লগতে বিধায়কত্ৰয় ক্ৰমে পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু আৰু কৃষ্ণকমল তাতীঁ উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantage Assam 2.O WorkshopsMinister Pijush HazarikaTEZPUR
publisher

publisher

Related Posts

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ
News

June 1, 2025
চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!
News

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

June 1, 2025
তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক
India

তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

June 1, 2025
জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০
News

জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

June 1, 2025
পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন
News

পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

June 1, 2025
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

June 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d