Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manipur Violence Update:অশান্ত ইম্ফল উপত্যকাৰ সকলো শিক্ষানুষ্ঠান ২৩ নৱেম্বৰলৈ বন্ধ ঘোষণা

ক্ৰমাৎ শান্ত পৰিবেশ জিৰিবামত, জিৰিবাম আৰু কাছাৰৰ আৰক্ষী অধীক্ষকৰ মাজত যৌথ বৈঠক মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ তদন্তৰ বাবে গঠিত সমিতিয়ে সংগ্রহ কৰিছে তথ্যপ্রমাণ, সাক্ষীৰ সুৰক্ষা-নিৰাপত্তাক লৈ উদ্বিগ্ন কমিটীও, ১০ জনকৈ কুকি-জ' বিধায়ক-ৰাজ্যিক কেবিনেটে ৰাজনৈতিক আলোচনাৰ মাধ্যমৰে বিচাৰিছে সমস্যাৰ সমাধান , ১১ হেজাৰ শপতনামা লাভ কৰিছে সমিতিয়ে

publisher by publisher
November 22, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Manipur Violence Update:অশান্ত ইম্ফল উপত্যকাৰ সকলো শিক্ষানুষ্ঠান ২৩ নৱেম্বৰলৈ বন্ধ ঘোষণা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Tragic accident in Barkhala: মৰ্মান্তিক ! শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কণমানি কন্যা সহ মাতৃ

Manipur Violence Updates:প্রত্যক্ষদর্শীৰ ভাষ্য কোন মুহূর্তত মৃত্যু আহে তাৰ কোনো নিশ্চয়তা নাই মণিপুৰত !

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ

Manipur Violence Update:

হিংসাত দগ্ধ মণিপুৰৰ ইম্ফল উপত্যকাত ২৩ নৱেম্বৰ পর্যন্ত সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব। ছাত্র-ছাত্রী, শিক্ষক-কর্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হৈছে বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে ।

ADVERTISEMENT

উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ যুটীয়া সচিব দায়াল জুলি আনালে এক নির্দেশত কয় যে অব্যাহত থকা সান্ধ্য আইনৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্র-ছাত্রী, শিক্ষকৰ সুৰক্ষাৰ দিশ বিবেচনা কৰি সকলো চৰকাৰী আৰু চৰকাৰী সাহায্যপ্রাপ্ত শৈক্ষিক প্রতিষ্ঠান তথা ৰাজ্যিক বিশ্ববিদ্যালয় অহা ২৩ নৱেম্বৰলৈ বন্ধ থাকিব।

মণিপুৰৰ যিসমূহ জিলাত সান্ধ্য আইন বাহাল আছে সেইসমূহত বন্ধ থাকিব সকলো শৈক্ষিক প্রতিষ্ঠান। অসম-মণিপুৰ সীমান্তৰ জিৰিবামত সন্ধানহীন হোৱা তিনিটি শিশু আৰু তিনিগৰাকী মহিলাকে ধৰি ছজনৰ মৃতদেহ ১৬ নৱেম্বৰত উদ্ধাৰৰ পাছত ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাকে ধৰি কে’বাখনো জিলাত ব্যাপক হিংসাত্মক ঘটনা বিয়পি পৰে। শৈক্ষিক প্রতিষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া জিলাকেইখন হৈছে ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং।

অৱশ্যে এই জিলা কেইখনত কালিৰে পৰা কোনো গুৰুতৰ ঘটনা সংঘটিত নোহোৱাৰ ফলত সান্ধ্য আইন কিছু শিথিল কৰা হয়। আজি পুৱা পাঁচ বজাৰ পৰা ১০ বজালৈ শিথিল কৰা হয় সান্ধ্য আইন। অৱশ্যে ৰাজ্যখনৰ গৃহ আযুক্ত এন অশোক কুমাৰে এক নির্দেশত কয় যে ৰাজ্যৰ আইন-শৃংখলাৰ অৱস্থাৰ বাবে ম’বাইল ইণ্টাৰনেট আৰু ডেটা সেৱা তিনিদিনৰ বাবে সাতখন জিলাত অহা শনিবাৰ পৰ্যন্ত বন্ধ ৰখা হৈছে। এই জিলা কেইখন হ’ল ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপক’পি আৰু চূড়াচান্দপুৰ।

#গোষ্ঠী সংঘৰ্ষৰ তদন্ত আয়োগ:

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে গঠন কৰি দিয়া তিনিজনীয়া তদন্ত কমিটীয়ে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সন্দৰ্ভত প্রমাণ আদি সংগ্ৰহ কৰিছে। অচিৰে ৰাজহুৱা শুনানি গ্রহণ কৰিব আয়োগে। অৱশ্যে এই ক্ষেত্রত শুনানিত সাক্ষ্য প্রদান কৰা লোকসকলৰ সুৰক্ষা প্ৰদানৰ বিষয়টো বিবেচনা কৰি থকা হৈছে বুলি সংশ্লিষ্ট বিষয়াই কয়। যোৱা ১৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে গঠন কৰি দিয়া আয়োগে অহা ২০ নৱেম্বৰৰ ভিতৰত প্রতিবেদন দাখিল কৰাৰ কথা।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আজাই লাম্বাৰ নেতৃত্বাধীন পেনেলে ১১ হেজাৰ শপতনামা লাভ কৰিছে। এই সমূহত আছে পেন ড্রাইভ, ফটোগ্রাফ আৰু অন্যান্য নথিপত্র। দুটা কোঠাত ৰখা নথিসমূহৰ ওজন ২.৫ টন হ’ব। ইতিমধ্যে আয়োগে সকলো জিলা উপাযুক্ত, আৰক্ষী অধীক্ষক আদিলৈ বিভিন্ন প্রশ্নযুক্ত জাননী প্ৰেৰণ কৰিছে। আয়োগে প্রতিটো নথি জিলাভিত্তিত পৰীক্ষা কৰিছে। সম্প্রতি তথ্য প্রমাণ সংগ্রহত ব্যস্ত আছে আয়োগ।

সকলো সংশ্লিষ্ট লোকক চমন দিয়া হ’ব আৰু সেয়েহে এই প্রক্রিয়াত সময় লাগিব বুলি বিভাগীয় বিষয়াই কয়। বিগত বৰ্ষৰ তিনি জুনত আয়োগ সন্দর্ভত জাননী জাৰি কৰাৰ পাছত ইণ্টাৰনেট সেৱা দীঘলীয়া সময় বন্ধ থকাৰ ফলত তথা বাতৰি কাকত ছপা নোহোৱাত শপতনামা বিচাৰি ৰাজহুৱা জাননী বিতৰণ কৰিব পৰা নাছিল বুলি বিষয়াজনে কয়। তদুপৰি সেই সময়ত ডাকঘৰসমূহ বন্ধ আছিল। ২০২৩ৰ জুনত আয়োগে মণিপুৰ ভ্ৰমণ কৰাৰ সময়ত ৫৭ টা ডাকঘৰৰ ভিতৰত মাত্র ২২ টাতহে কাম-কাজ চলি আছিল।

আয়োগে গোষ্ঠী সংঘৰ্ষৰ কাৰণসমূহ, হিংসাৰ প্ৰভাৱ, বিভিন্ন সম্প্রদায়ক লক্ষ্য কৰি লৈ কৰা আক্ৰমণ আৰু ঘটনাৱলীৰ ধাৰাবাহিকতাৰ লগতে কোনো দায়িত্ববাহী কর্তৃপক্ষ অথবা ব্যক্তিৰ কৰ্তব্য পালনত গাফিলতি হৈছিল নেকি সেই দিশসমূহৰ তদন্ত কৰিব। আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সোধপোছ কৰাৰ লগতে হিংসাত্মক ঘটনাত মৃত্যু হোৱা তথা ঘৰ-বাৰী জুলাই দিয়া ভুক্তভোগীসকলৰ ওচৰলৈ যাব লাগিব। বিষয়াজনে কয় যে সকলো শপতনামা পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্রণালয়ে প্রতিবেদন দাখিল কৰাৰ বাবে চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিছিল যদিও আয়োগ এতিয়াও তথ্য প্রমাণ সংগ্ৰহৰ পৰ্যায়ত আছে। অৱশ্যে এই পর্যন্ত কেন্দ্ৰীয় চৰকাৰ আয়োগৰ প্ৰতিবেদন দাখিলৰ পূৰ্ব নির্ধাৰিত সময়সীমাৰ ম্যাদ বৃদ্ধি কৰা নাই।

# ৰাজনৈতিক আলোচনাৰ দাবী

মণিপুৰৰ ১০ জন কুকি-জ’ বিধায়কে ৰাজ্যখনত স্থায়ী শাস্তি ওভতাই আনিবলৈ ৰাজনৈতিক আলোচনা আৰম্ভ কৰিবলৈ দাবী জনাইছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক। দুদিন পূর্বে একেটা প্রস্তাৱে গ্ৰহণ কৰে মণিপুৰৰ বীৰেন সিং চৰকাৰৰ কেবিনেটে। মণিপুৰত পৃথক প্রশাসনিক ব্যৱস্থাৰ দাবীত অটল হৈ থকা ১০ বিধায়কৰ আঠদফীয়া বিবৃতিত মেইটেই বিধায়কসকলৰ আৰু মন্ত্ৰীসকলৰ বাসগৃহ উন্মত্ত মেইটেই লোকৰ দলে জ্বলাই দিয়া ঘটনাৰো গৰিহণা দিয়া হয়। একেদৰে মণিপুৰ কেবিনেটেও এই ঘটনাৰ গৰিহণাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ জৰিয়তে সেয়া তদন্তৰ বাবেও প্রস্তাৱ লয়।

মুখ্যমন্ত্রী বীৰেণ সিঙৰ তীক্ষ্ণ সমালোচক ছাইক’টৰ বিধায়ক পাউলিয়েনলাল হাওকিপকে ধৰি ১০ জন কুকি-জ’ বিধায়কে স্বাক্ষৰ কৰা বিবৃতিটো মণিপুৰ কেবিনেটে গ্রহণ কৰা প্ৰস্তাৱত উল্লেখ থকা ধৰণৰে উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। অৱশ্যে কেবিনেটৰ আঠদফীয়া প্ৰস্তাৱ আৰু কুকি-জ’ বিধায়কসকলৰ আঠদফীয়া বিবৃতিত শান্তি স্থাপনৰ বিষয়টো একে হ’লেও অন্যান্য বিষয়ত এটা পক্ষই আনটো পক্ষৰ তীব্র সমালোচনামুখৰ হয়।

বিধায়ককেইজনে বিবৃতিত কয় যে প্রস্তাবিত উচ্চ ক্ষমতাসম্পন্ন সমিতি ন্যস্ত স্বার্থ জড়িত ৰাজনৈতিক দল আৰু ব্যক্তি তথা পৰিস্থিতিৰ সুযোগ গ্রহণ কৰা বিচ্ছিন্নতাবাদী মনোভাবাপন্ন মেইটেই নাগৰিক সমাজৰ নেতৃত্বৰ কৰ্মকাণ্ডও তদন্তৰ আওতালৈ আনিব লাগে। তদুপৰি কয় যে সমস্যাজৰ্জৰ ৰাজ্যখনত হিংসা আৰু উত্তেজনা বৃদ্ধিৰ ভয়াৱহ ষড়যন্ত্ৰৰে ৰাজনৈতিক বিষবাষ্প বিয়পোৱাৰ অভিসন্ধিৰে প্ৰতিফলন সাম্প্রতিক পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ থৰক-বৰক চকী ৰক্ষাৰ বাবে একাংশ তৎপৰ হৈছে।

উল্লেখ্য যে বিগত বৰ্ষৰ ২৩ মে’ৰ পৰা এই বিধায়কসকলে মণিপুৰ বিধানসভাৰ এখনো অধিবেশনত অংশগ্ৰহণ কৰা নাই । হিংসাত্মক ঘটনাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা ব্যক্তিগত সুৰক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণ দর্শাই ইম্ফলত বিধানসভাৰ অধিবেশনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে এই বিধায়কসকল । তদুপৰি এই শেহতীয়া বিবৃতিত কুকি উগ্রপন্থীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অভিযান চলোৱাৰ বাবে গ্রহণ কৰা প্ৰস্তাৱৰ গৰিহণা দিয়ে এই বিধায়কসকলে । এটা সম্প্ৰদায়ৰ বিৰুদ্ধে এইদৰে বৃহৎ অভিযান চলোৱাটো পক্ষপাতপুষ্ট বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ৰাজ্যজুৰি সকলো উগ্রপন্থী সংগঠনৰ পৰা অবৈধ অস্ত্র উদ্ধাৰৰ বাবেহে অভিযান চলাব লাগে।

# জিৰিবাম আৰু কাছাৰ আৰক্ষী অধীক্ষকৰ মাজত যৌথ বৈঠক

অশান্তজৰ্জৰ জিৰিবামৰ পৰিস্থিতি ক্ৰমাৎ শান্ত হোৱাৰ দিশে গতি কৰিছে ৷ আজি জিৰিবাম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ মাজত এক যুটীয়া বৈঠক অনুষ্ঠিত হয় ৷ জিৰিবাম আৰু জিৰিবামৰ সীমান্তৱৰ্তী অসমৰ কাছাৰ জিলাত কোনো ধৰণৰ কুটাঘাটমূলক কাৰ্য সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আগতিয়াকৈ দুয়োখন সীমান্তৰ্ৱতী জিলাৰ আৰক্ষী সশ্ৰম হৈ পৰিছে ৷ গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cacher PoliceJiribam UnrestManipur Violence Update
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d