Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা
ADVERTISEMENT
জম্মু-কাশ্মীৰৰ কাটাস্থিত বিখ্যাত মাতা বৈষ্ণো দেৱীৰ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে আধাৰ শিবিৰ কটৰাত সুৰা আৰু আমিষ খাদ্যৰ বিক্ৰী, সংগ্ৰহ আৰু ভক্ষণ নিষিদ্ধকৰণ দুমাহলৈ বৃদ্ধি কৰা হ’ল।
মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি কটাৰ পৰা ত্রিকূট পর্বতস্থিত মন্দিৰলৈকে যোৱা ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ আৰু ইয়াৰ আশে-পাশে থাকা অঞ্চলত এই নিষেধাজ্ঞা বাহাল থাকিব।
নিৰ্দেশনা নতুনকৈ জাৰি কৰাৰ পৰা আগন্তুক দুমাহলৈকে প্ৰযোজ্য হ’ব।