Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Terror Attack on Narendra Modi’s Aircraft:বিদেশত প্রধানমন্ত্রীৰ বিমানত সন্ত্ৰাসবাদী আক্ৰমণ !

publisher by publisher
February 12, 2025
in India
Reading Time: 1 min read
0
Responsibility Of The Government To Protect Neutrality:নিৰপেক্ষতা ৰক্ষাৰ দায়িত্ব চৰকাৰৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Terror Attack on Narendra Modi’s Aircraft:বিদেশত প্রধানমন্ত্রীৰ বিমানত সন্ত্ৰাসবাদী আক্ৰমণ !

ফোন পোৱাৰ পাছত তৎপৰ মুম্বাইৰ আৰক্ষী, গ্ৰেপ্তাৰ এজন

ADVERTISEMENT

সন্ত্ৰাসবাদীয়ে উৰুৱাই দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমান! এই কথা মুম্বাই আৰক্ষীক ফোনযোগে জনাইছে এজন ব্যক্তিয়ে। মঙলবাৰে তেওঁলোকে এই ভাবুকিমূলক ফোন লাভ কৰে।

RelatedPosts

নাম সুধি হিন্দু পর্যটকক গুলীয়ালে সন্ত্রাসবাদীয়ে

Terror Attack in Israel: ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণ ! কমেও এজনৰ মৃত্যু, বহু আহত, আজি আৰক্ষীৰ গুলীত মৃত্যু হয় আক্ৰমণকাৰীৰ

Jammu and Kashmir : কাশ্মীৰত এইবাৰ বিহাৰি শ্রমিকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, সুৰক্ষাৰ দাবীত সংখ্যালঘুৰ আন্দোলন

মুম্বাই আৰক্ষীয়ে বুধবাৰে জনাই যে গোচৰটোৰ সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে, যোৱা ১১ ফেব্ৰুৱাৰীত কণ্ট্ৰল ৰুমলৈ এটা ফোন আহে। ফোনত এজন ব্যক্তিয়ে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সময়ত তেওঁৰ বিমানত আক্ৰমণ হ’ব পাৰে।

উগ্ৰপন্থীয়ে বিমানখনত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছে। খবৰ পোৱাৰ লগে লগে তদন্ত আৰম্ভ কৰা হয়। বিভিন্ন সংগঠনক ভাবুকিপূৰ্ণ কলৰ বিষয়ে অৱগত কৰা হয়।

তদন্তকাৰীয়ে মুম্বাইৰ চেম্বুৰৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে,তেওঁ কণ্ট্ৰল ৰুমলৈ ফোন কৰি এই বাৰ্তা প্ৰেৰণ কৰিছিল ।

তেওঁক গ্ৰেপ্তাৰ কৰি ভাবুকি দিয়া ফোনটোৰ সন্দৰ্ভত সোধা-পোছা কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁৰ মানসিক অৱস্থা সুস্থিৰ নহয়।

সোমবাৰে বিদেশ ভ্ৰমণলৈ যায় প্ৰধানমন্ত্ৰীগৰাকী। ফ্ৰান্স ভ্ৰমণৰ অন্তত তেওঁ আমেৰিকালৈ উভতি আহিব। মঙলবাৰে পেৰিছত অনুষ্ঠিত হোৱা এ আই সন্মিলনত অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তাৰ পাছতে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ স’তে ৰাতিৰ আহাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকী লৈ মৃত্যুৰ ভাবুকিৰ ফোন অহাটো এইটোৱে প্ৰথম নহয়। বিগত বৰ্ষৰ ডিচেম্বৰত, মুম্বাই ট্ৰেফিক পুলিচ নিয়ন্ত্ৰণ কক্ষে এটা ভাবুকিৰ ফোন পাইছিল। আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰো কৰে ।

ইয়াৰ পূৰ্বেও, মুম্বাই আৰক্ষীয়ে মোডীৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Terror Attack
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ
India

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d