Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu and Kashmir : কাশ্মীৰত এইবাৰ বিহাৰি শ্রমিকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, সুৰক্ষাৰ দাবীত সংখ্যালঘুৰ আন্দোলন

publisher by publisher
June 3, 2022
in India, News
Reading Time: 1 min read
0
Jammu and Kashmir : কাশ্মীৰত এইবাৰ বিহাৰি শ্রমিকক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, সুৰক্ষাৰ দাবীত সংখ্যালঘুৰ আন্দোলন
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

কাশ্মীৰত পুনৰ ভিন্ ৰাজ্যৰ শ্রমিকক গুলি কৰিলে সন্ত্ৰাসবাদীয়ে । বৃহস্পতিবাৰে নিশা বদগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হয় দুই শ্রমিক । তেওঁলোকৰ ভিতৰত এজন নিহত হৈছে । আহত এজন। তেওঁলোক বিহাৰৰ বাসিন্দা ।

ADVERTISEMENT

আৰক্ষী সূত্রে খবৰ, এই দুই শ্রমিকে চাদুৰাৰ মগ্রেপোৰাত এটা ইটভাটাত কাম কৰিছিল । বৃহস্পতিবাৰে নিশা তাত সন্ত্ৰাসবাদী যায় । দুই শ্রমিকক চিহ্নিত কৰি গুলি কৰে । স্থানীয় স্বাস্থ্যকেন্দ্রলৈ লৈ যোৱা হয় যদিও চিকিৎসকে গুৰুতৰভাৱে আহত দিলখুশ কুমাৰক (১৭) শ্রীনগৰৰ এছএমএইচএছ হাস্পাতালত স্থানান্তৰৰ পৰামর্শ দিয়ে । তাত লৈ যোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় । গুৰি নামে আন এজন আহত শ্রমিকৰ অৱস্থা স্থিতিশীল বুলি আৰক্ষী সূত্রে জনাইছে । যোৱা অক্টোবৰতো সন্ত্ৰাসবাদীৰ গুলিৰ বলি হৈছিল বিহাৰৰ তিনি শ্রমিক ।

কাশ্মীৰ উপত্যকাত বিগত তিনি দিনত এই লৈ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হ’ল তিনিজনৰ । ইয়াৰে দুজন বহিঃ ৰাজ্যৰ । বৃহস্পতিবাৰে বিয়লি কুলগাম জিলাৰ এল্লাকুয়াত দেহাতি বেংকৰ ভিতৰত প্ৰৱেশ কৰি বিজয় কুমাৰ নামে এই বেংকৰ মেনেজাৰজনক গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে । বিজয় ৰাজস্থানৰ বাসিন্দা আছিল ।

মঙলবাৰে কুলগাম জিলাৰ গোপালপোৰাৰ এখন বিদ্যাল‌‌য়ৰ সন্মুখত শিক্ষয়িত্ৰী ৰজনী বালাক হত্যা কৰা হয় । ইয়াৰ পূৰ্বে ১৩ মে’ত বদগামত জিলাৰ চৰকাৰী কর্মচাৰী ৰাহুল ভট্ট কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল । তেওঁলোক দুজনেই কাশ্মীৰি পণ্ডিত আছিল ।

বিগত কে’বা মাহ ধৰি উপত্যাকাত সন্ত্ৰাসবাদীসকলে বাছি বাছি সংখ্যালঘু হিন্দু আৰু শিখ সম্প্রদায়ৰ মানুহক হত্যা কৰিছে । ইতিমধ্যে নিৰাপত্তাৰ দাবীত সৰৱ হৈছে কাশ্মীৰি পণ্ডিতসকল । কাশ্মীৰি পণ্ডিত ৰাহুলক হত্যাৰ পাছতেই উপত্যকাত সংখ্যালঘু পণ্ডিত সম্প্রদায়ৰ ক্ষোভৰ সৃষ্টি হৈছিল ।

মঙলবাৰে শিক্ষয়িত্ৰী ৰজনীৰ হত্যাৰ পাছত উপত্যকাৰ শতাধিক চৰকাৰী কর্মীয়ে আজি শীঘ্ৰে নিজ নিজ জিলাত স্থানান্তৰৰ দাবীত আন্দোলনত নামিছে । প্রেছ ক্লাৱৰ পৰা অম্বেডকৰ চক পর্যন্ত সমদল কৰে তেওঁলোকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ConflictJammu and KashmirTerror Attack
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d