Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Budget session at BTC Legislative Assembly Bhawan : অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

publisher by publisher
February 15, 2025
in India, Assam
Reading Time: 1 min read
0
Budget session at BTC Legislative Assembly Bhawan :  অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল
1
SHARES
10
VIEWS
ShareShareShareShare

Budget session at BTC Legislative Assembly Bhawan :

অসম বিধানসভাৰ বাজেট অধিবেশন উপলক্ষে  গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী আৰু  মন্ত্রী-বিধায়কসকল

ADVERTISEMENT

প্রথমবাৰৰ বাবে অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰস্থিত বিটিচি পৰিষদীয় ভৱনত অনুষ্ঠিত হ’ব লগাক লৈ উচ্ছ্বসিত হৈছে বিটিচি মুৰব্বী প্রমোদ বড়ো।

RelatedPosts

বিটিছি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে এখনো আসন নাপায়, দাবী বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ 

CM’s remarks on the Hemkosh dictionary in Assembly:হেমকোষ অভিধান চুৰি কৰি নিজৰ বুলি দাবী কৰা মানুহ আজি নায়ক !

Budget session of the Assam Assembly will be held for the first time in BTC:বিটিচিত প্ৰথমবাৰৰ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

ইতিমধ্যে এই অধিবেশন উপলক্ষে প্রশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰ নতুনকৈ সজাই-পৰাই তুলিছে। অধিবেশনৰ প্ৰস্তুতিৰ বুজ লৈ বিটিচিৰ মুৰব্বী বড়োৱে সাংবাদিকৰ আগত কয়, ‘অহা ১৭ ফেব্ৰুৱাৰীৰ দিনটো আমাৰ বাবে ঐতিহাসিক দিন হ’ব। অসম বিধানসভাই সদায়ে ৰাজ্যৰ উন্নয়নৰ হকে সিদ্ধান্ত গ্রহণ কৰি আহিছে। বৰ্তমানৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই স্থায়ী শান্তি-সমন্বয়ৰ লগতে ৰাজ্যৰ চুকে-কোণে উন্নয়নৰ বাবেও কাম কৰিছে।’

নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘বিকশিত ভাৰত’ নির্মাণ প্রক্রিয়াত ইতিমধ্যে অসম চামিল হৈছে বুলিও তেওঁ মন্তব্য কৰে। লগতে তেওঁ আশা প্রকাশ কৰে যে ‘এডভান্টেজ অসম’ বিনিয়োগ সম্মিলন আয়োজনৰ মুখ্যমন্ত্ৰীৰ উদ্দেশ্য সফল হ’ব।

আনহাতে, অসম বিধানসভাৰ আগন্তুক বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰে আৰম্ভ হ’ব। এই অধিবেশন উপলক্ষে ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰেলত উঠি কোকৰাঝাৰত উপস্থিত হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

পিছদিনা তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশ ল’ব। তদুপৰি তেওঁ কেন্দ্ৰীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (চিআইটি) কোকৰাঝাৰৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা। তেওঁ চৰাইখোলাস্থিত অতিথিশালাত দুনিশা কটাব। বাজেট অধিবেশনলৈ ৰাজ্যপালক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আদিয়ে আদৰি নিব।

আনহাতে, বাজেট অধিবেশনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী আৰু আন মন্ত্রী-বিধায়কসকলে ১৭ ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটীৰ পৰা চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হ’ব। যাত্রাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। বাজেট অধিবেশন উক্ত দিনা ১১-৪৫ বজাৰ পৰা আৰম্ভহ’ব। এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে।

বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিবেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব। আনহাতে, সাংবাদিকসকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে। অধিবেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্রণ জনোৱা হৈছে। তেওঁলোকে অস্থায়ীভাৱে নিৰ্মাণ কৰা সভাস্থলীত ডাঙৰ পৰ্দাত অধিবেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব। বর্তমানে পৰিষদীয় ভৱনৰ পাৰ্কিঙৰ স্থানত অস্থায়ী ৰভাৰ ব্যৱস্থা কৰি সেই সুবিধা মুকলি কৰা হৈছে।

আনহাতে, বিটিচি সচিবালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত মন্ত্রী-বিধায়কসকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে। উক্ত দিনা সুষম আহাৰ তথা পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হ’ব বুলি সূত্রই প্রকাশ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTCBTRBudget Session
publisher

publisher

Related Posts

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d