BARPETA ROAD DRUGS PEDDLER ARRESTED
➡️বৰপেটাৰোডত নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
➡️নগদ ধন ড্ৰাগছ সহ আটক এজন
➡️আজি নিশা বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৰপেটাৰোডৰ১নং কাটাঝাৰ পথাৰৰ পৰা নিষিদ্ধ হেৰইন সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়
➡️ধৃত সৰবৰাহকাৰী গৰাকী বৰপেটাৰোডৰ১নং কাটাঝাৰ পথাৰৰ নেপাল বসাক (৪৫)
➡️আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ বাসগৃহ ৰ পৰা ২ কিলোগ্ৰাম সন্দেহজনক হেৰইনখিনি জব্দ কৰাৰ লগতে নগদ ৩০ হেজাৰ টকা আৰু এটা মোবাইল জব্দ কৰে ৷
➡️ নেপাল বসাকে বৰপেটাৰোডৰ ১নং কাটাঝাৰ পথাৰ স্থিত নিজ বাসগৃহৰ পৰাই ড্ৰাগছৰ নিষিদ্ধ ব্যৱসায়ী দীৰ্ঘদিন ধৰি চলাই আছিল ৷