Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

14,000 increase in a 15 days:এপষেকতে ১৪ হেজাৰ বৃদ্ধিঃ ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাই ৩৫.৮৯ লাখ

বিনিয়োগ সম্মিলনে স্পর্শ কৰিবলৈ সক্ষম হ'বনে এই জ্বলন্ত সমস্যাক ?

publisher by publisher
February 27, 2025
in India, Assam, News
Reading Time: 2 mins read
0
14,000 increase in a 15 days:এপষেকতে ১৪ হেজাৰ বৃদ্ধিঃ ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাই ৩৫.৮৯ লাখ
1
SHARES
8
VIEWS
ShareShareShareShare

14,000 increase in a 15 days:

ৰাজ্যত দ্রুতগতিত বৃদ্ধি পাইছে পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা। যোৱা ১৫ দিনত পুনৰ ১৪,০৮২ জন বৃদ্ধিৰে আজিৰ দিনটোত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ৩৫ লাখ ৮৮ হেজাৰ ৭৭ জন।

ADVERTISEMENT

নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, ২০২৩ৰ তিনি ডিচেম্বৰ পৰ্যন্ত ৰাজ্যখনত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ জন। চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত সৰ্বকালৰ অভিলেখ ভংগ কৰি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ জনত ভৰি দিয়ে। এই ১৫ দিনত ইয়াৰ সংখ্যা আৰু ১৪ হেজাৰ বৃদ্ধি পায়। এই মুঠ পঞ্জীনয়ভুক্ত নিবনুৱাৰ ভিতৰত ৩,০৩,৩৬০ জনে স্বনিয়োজনৰ বাট প্রশস্ত কৰাৰ লগতে ৩১,৪৫,৯৪০ জন সম্পূর্ণৰূপে নিবনুৱা বুলি বিভাগীয় তথ্যত পোহৰলৈ আহিছে।

RelatedPosts

বনাঞ্চলৰ সীমা নিৰ্ধাৰণক লৈ বন বিভাগৰ কৰ্তৃত্বত হস্তক্ষেপ চৰকাৰৰ 

Cm Pressmeet: এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ হ’ল ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ

Advantage Assam 2.0কোনো যুৱক নিবনুৱা হৈ থাকিব নালাগে

পঞ্জীয়নভুক্ত এই নিবনুৱাসকলৰ ভিতৰত ১,০৬,৩৪০ জন স্নাতকোত্তৰ ডিগ্রীধাৰী, ৮০৪জন ডক্টৰেট ডিগ্রীধাৰী, ২,৪৮৩ জন পিজি ডিপ্লমা, ১৪,১১৭ জন আইটিআই, ৭,৩৫,৩৮০ জন স্নাতক ডিগ্রীধাৰী, ২৩,০৪৬জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ হৈ ডিপ্লমা, ৫,৭৭৩ জন মেট্রিক উত্তীর্ণ হৈ ডিপ্লমা, ১৩,০০,১০৪ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ, ৪,৮৮,৫৯৩জন দশম শ্রেণী উত্তীর্ণ লোক আছে।

উল্লেখ্য যে ৰাজ্যখনত দ্রুতহাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধিত শ্রমিক সংগঠন চিআইটিইউৰ অসম ৰাজ্যিক কমিটীৰ উপ-সভাপতি বীৰেন শর্মাই উদ্বেগ প্রকাশ কৰি এই বিষয়টোত বিশেষভাৱে গুৰুত্ব দিবলৈ চৰকাৰক দাবী জনায়। তেওঁ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিনিয়োগ সম্মিলন এডভান্টেজ আছামে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব নে বুলি প্রশ্ন উত্থাপন কৰি কয় যে ৰাজ্যখনত নিবনুৱাৰ সংখ্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই ক্ষেত্রত শীঘ্রে চিন্তা-চর্চা নকৰিলে অনাগত দিনত এক ভয়ানক পৰিৱেশৰ সূচনা হ’ব।

তেওঁ কয়, ‘দ্বিতীয়বাৰলৈ এডভান্টেজ আছাম অনুষ্ঠিত হৈছে। সৰ্বানন্দ সোণোৱালৰ দিনত প্ৰথমবাৰলৈ এডভান্টেজ আছাম পাতিছিল। বহু জাক-জমকতা দেখিলো যদিও ক’ত কি বিনিয়োগ হৈছিল দেখা নাপালো। এইবাৰ ৰাজ্য চৰকাৰে যথেষ্ট টকা-পইচা খৰচ কৰি এক পৰিৱেশ সৃষ্টি কৰিছে; কিন্তু ইয়াৰ ফলত অসমৰ ৰাইজ কিমান উপকৃত হ’ব ইয়াত সন্দেহ আছে। এই সম্মিলনত ডাঙৰ ডাঙৰ উদ্যোগপতি আহিছে যদিও কার্যত অসমৰ কিমান নিবনুৱাই সংস্থাপন পাব, সেয়াহে মূল কথা।

কিয়নো আজি অসমত পঞ্জীয়নভুক্ত নিবনুৱাই ৩৬ লাখত ভৰি দিলে। এইটো সাধাৰণ কথা নহয়। তাতে চৌদিশে আকাশলংঘী মূল্যবৃদ্ধি। হেজাৰ হেজাৰ শ্রমিক-কর্মচাৰীয়ে আজিও ন্যূনতম মজুৰিৰ পৰা বঞ্চিত হৈ আজি হাহাকাৰ কৰিবলগীয়া হৈছে।’ শর্মাই লগতে কয় যে অলেখ কষ্ট কৰি পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক পঢ়ুৱাইছে; কিন্তু পঢ়ি উঠি কৰিবলৈ কাম নাই। বহুতে আজি গাঁও এৰি চহৰলৈ ঢাপলি মেলিছে, বহুজনে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। গুৱাহাটীতে কিমানজন স্নাতক, স্নাতকোত্তৰ ডিগ্রীধাৰী আজি বাহন চলাই, হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে।

এতিয়া এডভান্টেজ আছামৰ জৰিয়তে যে লাখ লাখ কোটি টকাৰ বিনিয়োগ কৰা হ’ব বুলি কোৱা হৈছে, ইয়াৰ সন্দেহ আছে যদিও যদি হয় অসমৰ কিমান যুৱক-যুৱতীয়ে কর্ম সংস্থাপন পাব সেয়াহে মূল বিষয়। কিয়নো বিনিয়োগকাৰীয়ে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি তেওঁলোকৰ লাভাংশ লৈ যাব; কিন্তু অসমৰ নিবনুৱাসকলৰ সংস্থাপনৰ পথ প্রশস্ত হ’ব নে নাই এই দিশটো এতিয়া স্পষ্ট হোৱা নাই বুলি শ্রমিক নেতাজনে মন্তব্য কৰি কয়, ‘বিগত কে’বাবছৰ ধৰি বহু সৰু-বৰ উদ্যোগ বন্ধ হৈছে আৰু ইয়াৰ ফলত নিবনুৱা সংখ্যা বৃদ্ধি পাইছে। আজিৰ দিনত বহু চিকিৎসালয় হ’ল; কিন্তু তাত চিকিৎসক নাই বা উপযুক্ত সুবিধা নাই।

এডভান্টেজ আছামো এনে হ’ব নেকি মনত সন্দেহ হৈছে। আমি উন্নয়নৰ বিৰোধিতা নহয়; কিন্তু উন্নয়নে অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ পথ প্রশস্ত কৰিব লাগিব। আজি স্নাতক ডিগ্রী ধাৰীয়ে চাফাই কর্মীৰূপে নিয়োজিত হ’বলগীয়া হৈছে।’ উল্লেখ্য যে শ্রমিকনেতাজনে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰক বিশেষ গুৰুত্ব প্রদান কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 000 increase14Advantage Assam2.0Last 15 DaysUnemployment Problem
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d