Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Pressmeet: এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ হ’ল ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ

এতিয়াৰ পৰা প্ৰতি চাৰিবছৰৰ মুৰে মুৰে হ'ব এডভাণ্টেজ আছাম সন্মিলন, আগন্তুক চাৰিবছৰৰ মুৰত হ'বলগীয়া এডভাণ্টেজ আছাম ৩ পূৰ্বেই অসম হ'বগৈ উদ্যোগিক ৰাজ্য:মুখ্যমন্ত্ৰী

publisher by publisher
February 28, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Cm Pressmeet: এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ হ’ল ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:

সদ্য সমাপ্ত এডভাণ্টেজ আছাম২.০ক সফল সমাপ্তি সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে৷ অসম শীৰ্ঘেই এখন সফল উদ্যোগিক ৰাজ্যত পৰিণত হ’ব ৷ এডভাণ্টেজ আছামে সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ণ তৰাম্বিত হ’ব ৷ এডভাণ্টেজ আছাম ২.০ জৰিয়তে বিশ্বৰ ১০ খন দেশৰ লগতে ইউৰোপীয়ান ইউনিয়ন সহ ভাৰতৰ প্ৰতিষ্ঠিত উদ্যোগপতিৰ পৰা যি সহাৰী পোৱা গ’ল ৷ সেয়া আমাৰ বাবে এক আশাৰ ৰেঙনি ৷ এনে প্ৰেক্ষাপটত আমি এতিয়াৰ পৰা প্ৰতি চাৰিবছৰৰ মূৰত এনে বিনিয়োগ সন্মিলন আয়োজন কৰিম ৷ আনহাতে বিনিয়োগ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিলে ৷

ADVERTISEMENT

সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ উদ্যোগীকৰণৰ বাবে বিনিয়োগকাৰীক আহ্বান জনাই ৷কিন্ত আমি এইবাৰ বিপৰীতে ছবি এখন দেখা পালো৷ প্ৰধানমন্ত্ৰী মোদীয়ে অসমত প্ৰত্যক্ষ বিনিয়োগ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কে’বাটাও মন্ত্ৰণালয় সহ ভাৰতীয় প্ৰতিষ্ঠিত প্ৰতিষ্ঠানক বিনিয়োগৰ বাবে আহ্বান জনাই৷ প্ৰধানমন্ত্ৰীয়ে নামৰূপত ১২,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে ৷ আনকি দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৭৫ দেশৰ ৬০ গৰাকী প্ৰতিনিধিক নিজেই নেতৃত্ব লৈ এডভাণ্টেজ আছাম২.০ লৈ আনে ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী ধন্যবাদ জ্ঞাপন। কৰিছো ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে,আমাৰ এডভাণ্টেজ আছাম২.০ ৰ বিনিয়োগ সন্মিলনত আমাৰ পাটনাৰ হিচাপে থাকে অষ্ট্ৰেলিয়া,জাৰ্মানী,ভূটান,ইণ্ডোনেছিয়া,জাপান, মালয়েছিয়া,জাপান,ভিয়েটনাম,ছিংগাপুৰ আৰু ইউৰোপীয়ান ইউনিয়ন সহ দক্ষিণ পূব এছিয়াৰ আন কেবা খনো দেশ। আনহাতে সন্মিলনত দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বাণী,গৌতম আদানী,সজ্জন জিন্দাল সহ প্ৰায় ৮ সহস্ৰাধিক বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰে আৰু বিদেশৰ ১১০০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশ লয় সন্মিলনত ৷ আমি এই অনুষ্ঠান আয়োজনৰ পূৰ্বে অনুষ্ঠিত কৰিছিলো ২৪০ খন বিশেষ বৈঠক ৷ ইয়াৰে ১৮০ খন বৈঠক হয় বিভিন্ন দেশত ৷

প্ৰণিধানযোগ্য যে, এডভাণ্টেজ আছাম২.০ আয়োজনৰ পূৰ্বে আমি কে’বাখনো দেশলৈ গৈছিলো ৷ উল্লিখিত দেশ সমূহত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় উদ্যোগত অনুষ্ঠিত কৰা হয় অসম সপ্তাহ ৷ একেদৰে আমিও ছিংগাপুৰ,দক্ষিণ কোৰিয়া,জাপান সহ আন কে’বাখনো দেশৰ ৰ’ড শ্ব’ত অংশ গ্ৰহণ কৰিছিলো ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,আমাৰ এডভাণ্টেজ আছাম২.০ৰ লগত সংগতি ৰাখি এখন বৃহৎ কলেবৰত আয়োজন কৰা হৈছিল প্ৰদৰ্শনী ৷ প্ৰদৰ্শনী খন দেশ – বিদেশৰ বিনিয়োগকাৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ইয়াত প্ৰতিফলিত হৈছিল অসম উদ্যোগীকৰণৰ এক পৰিবেশ আছে ৷ আগন্তুক ২০২৭ ৰ এডভাণ্টেজ আছাম ৩.০ ৰ আয়োজনৰ লগত ৰজিতা খুৱাই মাৰ্কিন যুক্তৰাষ্ট্ৰত বৃহৎ ৰোড শ্ব’ কৰা হ’ব ৷

বিনিয়োগ সন্মিলনত উপস্থিত থকা ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বাণীয়ে অসমত চিবিজি প্ৰকল্প স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে প্ৰত্যক্ষ বিনিয়োগ ৫০,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে ৷ তদুপৰি তেওঁৰ প্ৰতিষ্ঠানে ক্লিন এনাৰ্জী,এআই আৰু ডিজিটেল খণ্ডটো বিনিয়োগ কৰাৰ কথা সদৰি কৰে ৷ জাহাজ,বন্দৰ আৰু জল পৰিবহন মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ মন্ত্ৰণালয় অসমত ৪,৮০০ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এক প্ৰসংগ উদ্থাপন কৰি কয় যে, মোৰ স’তে জাপানলৈ তুলিৰাম ৰংহাঙ যাওতে বহুজনে তেওঁক কটাক্ষ কৰি কেতবোৰ ইতিকিং সূচক মন্তব্য প্ৰকাশ কৰিছিল ৷ কিন্ত মুল কথাটো হ’ল কাৰ্বি পাহাৰ আৰু ডিমা হাচাওত দেশৰ ভিতৰত সৰ্বাধিক খনিজ সম্পদ আছে ৷ তাত হ’ব পৰা কে’বাটাও প্ৰকল্প সন্দৰ্ভত তুলিৰামে জাপানী উদ্যোগী সকলৰ ওচৰত নিজেই
বহু বিষয়ৰ আভাস দাঙি ধৰে ৷ৰিলায়েঞ্চে মেগা ফুড পাৰ্ক নিৰ্মাণতো গুৰুত্ব দিয়ে। আনকি বস্ত্ৰ নগৰী শুৱালকুছিক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে স্বয়ং বিদেশী বিনিয়োগকাৰীয়ে প্ৰত্যক্ষ কৰে শুৱালকুছি ।

মুখ্যমন্ত্ৰীয়ে আৰু কয়,টাটাই জাগীৰোডত ইতিমধ্যে ছেমিকণ্ডাক্টৰ প্ৰকল্পত ৪৪ কোটি হেজাৰ টকা বিনিয়োগ কৰিছে ৷ তদ্ৰুপ টাটাই এইবাৰ পুনৰ অসমত এটা ইলেক্ট্ৰনিক প্ৰকল্প স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ একেদৰে টাটা পাৱাৰে ৩০ হেজাৰ কোটি টকাৰ এক বুজাবুজি চুক্তি সম্পন্ন কৰিছে অসম চৰকাৰৰে ৷ আনকি টাটাই গুৱাহাটী মহানগৰীত অত্যাধুনিক তাজ হোটেল স্থাপন কৰিব ৷ আনহাতে অইলেয় অসমত ২০,০০০ কোটি, টকা অএনজিচিয়ে ১৫,০০০ কোটি ,বেদান্ত গ্ৰুপে ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব ৷ এখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেন্সাৰ হাস্পতাল আমেৰিকাৰ সহযোগত অসমত স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰে ৷ একেদৰে জিন্দাল গ্ৰুপৰ মুৰব্বী সজ্জন জিন্দালে চিমেণ্ট আৰু তাপ বিদ্যুত প্ৰকল্পত ধন বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় এডভাণ্টেজ আছাম ২.০ ৰ বিনিয়োগ সন্মিলনৰ জৰিয়তে অসমত বিনিয়োগ হ’ব ৫,১৮,২৯৫ কোটি টকা। আগন্তুক পাঁচ বছৰত ভিতৰত উল্লিখিত ধন বিনিয়োগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ সংবাদমেলত কে’বাগৰাকী কেবিনেট মন্ত্ৰী সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Himanta Viswa SarmaAdvantage Assam2.0GuwahatiPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d