Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

হৰিৎ নৌকা আঁচনিৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি,১০০ কোটি টকাৰ বিনিয়োগেৰে ব্ৰহ্মপুত্ৰৰ সমীপত নদীকেন্দ্রিক লাইটহাউচ ,ডিব্ৰুগড়ৰ আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ বাবে ১২০ কোটি টকা আৰু গুৱাহাটী আৰু ধুবুৰীত বিশ্বমানৰ জল মেট্ৰ' সেৱা ৩১৫ কোটি টকাৰ হ'ব বিনিয়োগ

publisher by publisher
February 26, 2025
in India, News
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন‘ত আজি অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে অহা পাঁচ বছৰত ৪,৮০০ কোটিতকৈও অধিক টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে। ‘এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন’ৰ দ্বিতীয় দিনা অসমৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্রিক আন্তঃগাঁথনিৰ আলোচনা-চক্রত সোণোৱালে দৃঢ়তাৰে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্রণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে।

ADVERTISEMENT

আভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল। দূৰদৰ্শী মোদীয়ে ২০১৪ চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্র জলপথ প্রণালীক পুনৰুজ্জীৱিত কৰি তুলিছে। অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কে ধৰি নদীপ্রণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে আভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

আভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্রত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে। ‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অর্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে। জলপথৰ এই অভিনৱ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ বছৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাতকৈও অধিক পুঁজি বিনিয়োগ কৰা হ’ব।”

সন্মিলনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ‘হৰিৎ নৌকা আঁচনি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজৰ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি টকাৰ আবণ্টনৰ কথা ঘোষণা কৰে। ২০২৭-২৮ বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্রুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আঞ্চলিক কার্যালয়, এমএছডিচি, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কার্যালয় নির্মাণ।

পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ দ্বিতীয় পৰ্যায়ৰ বিকাশৰ বাবে ৩৭৫ কোটি টকাৰ পুঁজিৰ পৰিমাণ ৰখা হৈছে। তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বর্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্রেজিং কৰ্প’ৰেচন (ডিচিআই) ক দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে”, সোণোৱালে লগতে কয়।

তদুপৰি তেওঁ কয়, “এডভান্টেজ আছাম ১.০ আৰু ২.০এ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰিছে, ব্যৱসায়সমূহক তেওঁলোকৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অসমে লাভ কৰা অপৰিসীম সমর্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অৰ্থনীতিৰ সামগ্রিক বিকাশৰ যাত্রা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্র’ সেৱাৰ বিকাশৰ কথাও ঘোষণা কৰে। সৰ্বানন্দ সোণোৱালে কোচিন শ্বিপয়ার্ড লিমিটেড (চিএছএল) ৰ দ্বাৰা নিৰ্মাণ কৰা দুটা বৈদ্যুতিক কেটামাৰান মোতায়েন কৰাৰ কথাও ঘোষণা কৰে। ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা বিশ্বমানৰ ক্রুজ টার্মিনেল নিৰ্মাণ কৰা হ’ব বুলিও তেখেতে উল্লেখ কৰে। তদুপৰি ডিব্ৰুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকর্ষ কেন্দ্ৰ (আৰচিঅ’ই) নিৰ্মাণ কৰা হ’ব।

সোণোৱালে কয় যে- ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি লাইটহাউচ পাঁচটা স্থানত নিৰ্মাণ কৰা হ’ব বগীবিল, বিশ্বনাথ, নিমাতী, পাণ্ডু আৰু শিলঘাটত। ইয়াৰ বাবে ব্যয় হ’ব আনুমানিক ১০০ কোটি টকা। ইয়াৰ উপৰিও, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে।

অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন বং, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট নীতি’য়ে কেনেদৰে অসমৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূর্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তুলিছে, সেই সন্দর্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি বিস্তাৰিতভাৱে আলোকপাত কৰে।

এই উপলক্ষে কেন্দ্রীয় মন্ত্রীজনে কয়, “এডভান্টেজ আছামৰ বৃহত্তৰ উদ্দেশ্যটোৱেই হৈছে অসমক আত্মনিৰ্ভৰশীল অসমলৈ ৰূপান্তৰিত কৰা আৰু ইয়াৰ যোগেদি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ গতি ত্বৰান্বিত কৰা। অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভান্টেজটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, যিয়ে অনবৰতে অসমৰ লগত আছে। যেতিয়ালৈকে মোদী ডাঙৰীয়া আমাৰ শুভাকাংক্ষী হৈ থাকিব, অসমৰ সদায়েই এডভান্টেজ থাকিব। ২০১৮ চনত আৰম্ভ হোৱা এই এডভান্টেজ আছামৰ প্ৰথম যাত্রাক আজি আৰু এখোজ সফলতাৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা প্রশংসাৰ পাত্ৰ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Advantage Assam2.0InvestmentMinistry Of Ports And Ships Transport SUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d