Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !

    Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

    Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

    GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

    Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

     Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Broiler Fram:ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ বৰবালিশীহাৰ উদ্যমী যুৱক পুষ্পক মহন্ত

আন দহজনকো কৰ্ম সংস্থাপনৰ দিহা

publisher by publisher
December 31, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Broiler Fram:ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ বৰবালিশীহাৰ উদ্যমী যুৱক পুষ্পক মহন্ত
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

Broiler Fram:

ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বী তামুলপুৰৰ এগৰাকী উদ্যমী যুৱক পুষ্পক মহন্ত ৷ বিজ্ঞান সন্মত ভাৱে ব্ৰইলাৰ পালন কৰি মাহেকত ৭০ হেজাৰতকৈ অধিক টকা উপাৰ্জন কৰি আন দহ জন যুৱকৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে তামুলপুৰৰ বৰবালিশীহা গাঁওৰ এই গৰাকী উদ্যমী যুৱক পুষ্পক মহন্ত ৷ চৰকাৰী চাকৰি আশা নকৰি বিগত ২৪ বছৰ ধৰি নিজৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰি নিজকে আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তুলিছে ৷

ADVERTISEMENT

ব্ৰইলাৰ পালনত বিশেষ অভিজ্ঞতা পুষ্ট পুষ্পক মহন্তৰ ওচৰত প্ৰশিক্ষন লৈ তামুলপুৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী শিক্ষিত নিৱনুৱাই ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিক ভাৱে স্বাৱলম্বন হৈ পৰিয়াল পোহপাল দি আছে ৷ উল্লেখ্য যে ২০০০ চনত নিজৰ ধন খৰচ কৰি ব্ৰইলাৰ পালনৰ বাবে ফাৰ্ম স্থাপন কৰি পোৱালী কিনি উৎপাদন আৰম্ভ কৰিছিল পুষ্পক মহন্তই ৷ প্ৰথম অৱস্থাত দুই হেজাৰ পোৱালীৰে ফাৰ্ম আৰম্ভ কৰা মহন্তই আশা কপা ধৰণে লাভান্বিত হোৱা নাছিল যদিও ধৈৰ্য্য নেহেৰুৱাই ব্ৰইলাৰ পালন কৰি যায় ৷

শেহতীয়াকৈ উন্নত জাতৰ ব্ৰইলাৰ পোৱালী উৎপাদন কৰা কোম্পানীৰ লগত চুক্তি কৰি এবাৰত ৫ ৰ পৰা ৬ হেজাৰ ব্ৰইলাৰৰ পোৱালী আনি তাক সঠিক ভাৱে প্ৰতি পালন কৰি মাহেকত ৭০ হেজাৰতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পুষ্পক মহন্ত ৷ পুষ্পক মহন্তই সদৰি কৰা মতে তেওৰ ওচৰত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ নিৱনুৱা যুৱকৰ লগতে নগাঁও,কাৰ্বি আংলং,ধুবুৰী,বাগসা,ওদালগুৰী জিলা আদিৰ নিৱনুৱা যুৱকেও তেওঁৰ ওচৰত ব্ৰইলাৰ পালনৰ প্ৰশিক্ষন লবলৈ আহে ৷

২০০০ চনত তামুলপুৰত পোন প্ৰথম বাৰৰ বাবে ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰা পুষ্পক মহন্তৰ দিহা পৰামৰ্শ আৰু সহযোগীতাত সম্প্ৰতি তামুলপুৰৰ বিভিন্ন প্ৰান্তত ২০০ খনতকৈ অধিক ফাৰ্ম স্থাপন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে বহু যুৱক ৷ নিজৰ লগতে আন দহজনক কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ পায় অত্যন্ত সুখী পুষ্পক মহন্ত তামুলপুৰত এজন আদৰ্শ ব্ৰইলাৰ পালক হিচাপে পৰিগণিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Broiler FramPuspak MahantaSelf Sufficient YouthTamulpur
publisher

publisher

Related Posts

Dhruv Rathee non bailable warrant: বিপদত জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী !
Crime

November 23, 2026
Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত
Assam

Guwahati:গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰপ্ৰদেশৰ মহিলা সৰবৰাহকাৰীক কৰায়ত্ত

November 23, 2026
Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে
Assam

Outbreak of fever, cough and cold:এই সময়ত কি কৰিব লাগে-নালাগে? পৰামৰ্শ আগবঢ়ালে বিশেষজ্ঞ চিকিৎসকে

November 23, 2026
GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !
Assam

GDP:অহা বছৰ ভাৰতত আৰু ভয়াৱহ হ’ব মূল্যবৃদ্ধিৰ প্ৰকোপ: জিডিপিও হ্রাস পাব ৭.২ শতাংশলৈ !

November 23, 2026
Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন
Assam

Bijni AAMSU :বিজনীত আমছুৰ জনজাগৰণ সভাত আমছুৰ সভাপতি ইমতীয়াজ হুছেইন

November 23, 2026
 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত
Assam

 Dhubri:ধুবুৰী অধিবক্তা সন্থাৰ নিৰ্বাচনত আমিনুৰ ৰহমান আহমেদ সভাপতি, জমছেৰ তালুকদাৰ সম্পাদক নিৰ্বাচিত

November 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d