Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    ধ্বংস হ’ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ 

    ধ্বংস হ’ল ভেৰোনাৰ যাদুঘৰৰ মূল আকর্ষণ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

publisher by publisher
May 9, 2025
in Lifestyle
Reading Time: 1 min read
0
দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
1
SHARES
12
VIEWS
ShareShareShareShare

স্বাস্থ্যৰ কথা আহিলে হৃদযন্ত্র, বৃক্ক বা যকৃতৰ দৰে অংগবোৰ যিমানেই মনলৈ আহে, সিমানেই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাটো মনত আছেনে? আচলতে বহুতে নাজানে যে মূল অংগবোৰ ভাল আৰু সতেজ কৰি ৰখাত হৰম’নৰ প্ৰভাৱ কিমান গুৰুত্বপূৰ্ণ।

ADVERTISEMENT

শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’লে ই সকলো জৈৱিক প্রক্রিয়াত প্রভাব পেলায়। বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। আমাৰ দৈনন্দিন জীৱনত আমি বহুতো বস্তু খাওঁ যিয়ে শৰীৰৰ হৰম’নৰ ভাৰসাম্য ধ্বংস কৰে।

RelatedPosts

ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

১) সৰিয়হৰ তেল আৰু প্রচেছড সৰিয়হৰ সামগ্রী : শেহতীয়াকৈ সৰিয়হ খোৱাৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে। বিশেষকৈ নিৰামিষ খাদ্য খোৱা সকলে এই খাদ্য ভাল পায়।

কিন্তু আপুনি জানেনে যে সৰিয়হত ফাইটোইস্ট্রজেন নামৰ যৌগ এটা থাকে, যিয়ে শৰীৰত ইষ্ট্ৰ’জেনৰ দৰে আচৰণ কৰিব পাবে। অত্যধিক পৰিমাণৰ সৰিয়হৰ তেল বা প্রচেছড সৰিয়হৰ সামগ্রী সেৱন কৰিলে শৰীৰৰ ইষ্ট্ৰ’জেন আৰু অন্যান্য হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।

২) উচ্চ ফ্রুক্ট’জযুক্ত খাদ্য আৰু পানীয়: এই মিঠাই ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শৰীৰৰ গ্লুক’জ নিয়ন্ত্ৰণ আৰু অন্যান্য হৰম’নৰ ভাৰসাম্যত প্ৰভাৱ পৰে। সাধাৰণতে শীতল পানীয়, প্রচেছড স্নেক আৰু চেনিযুক্ত খাদ্যত পোৱা ফুক্ট’জ যথেষ্ট পৰিমাণে পোৱা যায়।

৩) ৰঙা মাংস (বিশেষকৈ লিভাৰ বা মাংস): ইয়াত ভিটামিন ‘এ’ৰ পৰিমাণ বেছি থাকে। অত্যধিক ভিটামিন ‘এ’ সেবনে থাইৰয়ড হৰম’নৰ কাৰ্যক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে।

৪) কৃত্রিম মিঠাই: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্রিম মিঠাই আন্ত্রিক মাইক্র’বায় ‘মত নেতিবাচক প্রভাৱ পেলাব পাৰে, যাৰ ফলত পৰোক্ষভাৱে হৰম’নৰ ভাৰসাম্যত প্ৰভাৱ পৰে। আন্ত্রিক স্বাস্থ্য আৰু হৰম’নৰ মাজত এক গুৰুত্বপূর্ণ যোগসূত্র আছে। আন্ত্রিক অংশত থকা উপকাৰী বেক্টেৰিয়া ধ্বংস হ’লে হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয়।

৫) মদ্যপান: বহুতে জানে যে অত্যধিক মদ্যপানে যকৃতৰ কাৰ্যত ব্যাঘাত জন্মায়। কিন্তু বহুতে যিটো নাজানে সেয়া হ’ল হৰম’ন মেটাবলিজমৰ বাবে লিভাৰ অতি গুৰুত্বপূর্ণ। ইয়াৰ উপৰি ই টেষ্ট’ষ্টেৰন আৰু ইষ্ট্র’জেনৰ দৰে যৌন হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, একে সময়তে স্ট্রেছ হৰম’ন বা কৰ্টিছলৰ মাত্রা বৃদ্ধি কৰিব পাৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 
Lifestyle

ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

June 16, 2025
জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ
Lifestyle

জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

June 15, 2025
আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক
Lifestyle

আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

June 13, 2025
এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !
Lifestyle

এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

June 12, 2025
জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 
Lifestyle

জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

June 8, 2025
প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 
Lifestyle

প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

June 5, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d