Panchayat Election Results:
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নিজ সমষ্টি শিৱসাগৰত বিজেপিৰ ৰাজকীয় উত্থান ৷ পঞ্চায়ত নিৰ্বাচনত জিলা খনৰ ১২টা জিলা পৰিষদেই মিত্ৰজোঁটৰ দখলত। জিলা খনৰ এখনো আসন কংগ্ৰেছে দখল নকৰাৰ সমান্তৰালভাৱে শিৱসাগৰ সমষ্টিত বিধ্বস্ত হ’ল অখিল গগৈৰ ৰাইজৰ দল। অখিল গগৈৰ ৰাইজৰ দলৰ শোচনীয় পৰাজয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক গৰাকীৰ বাবে এক অশনি সংকেত হিচাপে বিবেচিত হৈছে ৷
ADVERTISEMENT