Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

কোনোদিন নোহোৱা-নেদেখা অপৰাধ সংঘটিত হ'বলৈ ধৰাটো সমাজৰ বাবে ক্ষতিকাৰক, কিছুমান অপসংস্কৃতিৰ জ্ঞানে সমাজ ব্যৱস্থালৈ সংকট নমাইছে, অৱক্ষয় প্ৰতিৰোধ কৰিবলৈ অধিক সজাগ- সচেতন হ'ব লাগিব অসমীয়া সমাজে

publisher by publisher
May 13, 2025
in News, Assam
Reading Time: 3 mins read
0
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
1
SHARES
14
VIEWS
ShareShareShareShare

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

নিকা আৰু ভদ্রলোকৰ সমাজৰূপে চিহ্নিত অসমীয়া সমাজ ব্যৱস্থাত সাততে দেখিবলৈ নোপোৱা কেতবোৰ নৃশংস আৰু গাৰ নোম শিয়ৰি উঠা অপৰাধজনিত ঘটনা শেহতীয়াকৈ সংঘটিত হ’বলৈ ধৰিছে। এনে ঘটনাপ্রৱাহে স্বাভাৱিকতে প্রতিজন অসমীয়াক সচকিত কৰি তুলিছে। বিশেষকৈ পৰকীয়া প্ৰেমৰ বাবেই দেওবাৰে এটি ১০ বছৰীয়া শিশুক জন্মদাত্রী মাতৃৰ জ্ঞাতসাৰে নৃশংসভাৱে হত্যা কৰা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। এই ঘটনাৰ বাবেই প্রত্যেকজন সচেতন লোকৰ মনত প্রশ্ন উদয় হৈছে যে প্রকৃততে কোন দিশত গতি কৰিছে অসমীয়া সমাজখনে? উল্লেখ্য যে বিগত তিনি-চাৰিটা বৰ্ষত বাজ্যখনত বহুকেইটা নৃশংস অপৰাধজনিত ঘটনা সংঘটিত হৈছে, যিসমূহ ঘটনাপ্রৱাহ অসমীয়া সমাজ ব্যৱস্থাই কেতিয়াও কল্পনা কৰিব নোৱাৰে। অসমীয়া সমাজ ব্যৱস্থালৈ নামি অহা এই সংকট তথা অৱক্ষয় প্রতিৰোধ কৰিবলৈ হ’লে অসমীয়া সমাজখন অধিক সজাগ-সচেতন হোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ একাংশ বিশিষ্ট লোকে।

ADVERTISEMENT

দেওবাৰে এটি ১০ বছৰীয়া শিশুক হত্যা কৰা ঘটনাটো শুনি স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰি বিশিষ্ট বুদ্ধিজীবী ড’ নগেন শইকীয়াই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে সমাজখনত এনে কিছুমান ঘটনা ঘটিবলৈ ধৰিছে, যিবোৰ ঘটনা অসমীয়া সমাজ ব্যৱস্থাত পূর্বতে কেতিয়াও দেখিবলৈ পোৱা নগৈছিল। কালি পুনৰ যি ঘটনা সংঘটিত হৈছে, এনেধৰণৰ কাণ্ড অসমীয়া সমাজ ব্যৱস্থাৰ বাবে শুভ নহয় বুলি উল্লেখ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিজনে কয়, ‘এনে ঘটনাই ভবিষ্যৎ প্রজন্মৰ বাবে সংকট নমাই আনিব। এনেধৰণৰ অপৰাধ প্রৱণতাৰ বিৰুদ্ধে আমি কঠোৰ হ’ব লাগিব অৰু অপৰাধীসকলৰ বিৰুদ্ধে আইনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব। এনেধৰণৰ ঘটনা সমাজৰ বাবে ঘুণনীয়, লগতে ক্ষতিকাৰক। কালিৰ ঘটনাটো শুনি আচৰিত হৈছো। সমাজ অধিক সতর্ক হৈ এনে ব্যাধি প্ৰতিৰোধৰ চেষ্টা কৰিৰ লাগিব।’

RelatedPosts

Terrible landslides in Guwahati:মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন

EId Celebration in Guwahati:ৰাজ্যৰ লগতে গুৱাহাটীটো উদযাপন ঈদ-উজ-জোহা

Guwahati Police commissionerate:গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে মহানগৰীত

বৃদ্ধি পাবলৈ ধৰা নৃশংস অপ্ৰাধজনিত ঘটনা সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে এটি ১০ বছৰীয়া শিশুক কৰুণভাবে হত্যা কৰা খবৰে তেওঁক স্তম্ভিত কৰি তুলিছে। এনেবোৰ ঘটনাই আমাক হতভম্ব কৰি তোলে আৰু মনলৈ ভাৱ আহে যে কোন দিশলৈ অসমীয়া সমাজখন গৈ আছে বুলি হতাশা ব্যক্ত কৰি তেওঁ কয়, ‘এই বিশাল পৃথিৱীত সংঘটিত নহ’বলগীয়া বহু ঘটনা সংঘটিত হৈ আছে; কিন্তু অসমীয়া সমাজ, যিখন সমাজক আমি নিকা সমাজ, ভদ্রলোকৰ সমাজ বুলি ভাবি আছিলো, শেহতীয়াকৈ একাংশ পুৰুষ আৰু মহিলাৰ কর্মকাণ্ডই চিন্তাৰ খোৰাক যোগাইছে যে অসমীয়া সমজৰ অৱক্ষয় কিয় হৈছে? এটা দুটাকৈ বহু ঘটনা দেখিবলৈ পাইছো। সন্তানক হত্যা, পত্নীক হত্যা কৰা হৈছে। স্বামীক পৰপুৰুষৰ লগত লগ লাগি হত্যা কৰা হৈছে। ক’ৰবাত বনকৰা ল’ৰা-ছোৱালীৰ গাত গৰম পানী ঢালি দিয়া হৈছে, হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি পেলাই দিয়া হৈছে।

এনেধৰণৰ অপৰাধ প্রৱণতা ক্রমান্বয়ে অসমীয়া সমাজত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতে হৈছে সচেতনতাৰ অভাৱ আৰু পৰৰ পৰা শিকা।’ প্রসংগক্রমে ড° হাজৰিকাই পুনৰ কয়্, ‘আমি অসমীয়া মানুহে আজিকালি ম’বাইলৰ দ্বাৰা তথা বিভিন্ন দৃশ্যশ্ৰব্যৰ মাধ্যমৰ যোগেদি কিছুমান অপসংস্কৃতি শিকিবলৈ লৈছো। কিছুমান নিশিকিবলগীয়া কথাৰ বিশেষ জান লৈছো ফলত অপৰাধ প্রৱণতা বৃদ্ধি পাইছে। এই অপৰাধ প্রৱণতা নতুন পুৰুষৰ ক্ষেত্রত যদি চোৱা যায়, মাদক দ্রব্য ব্যৱহাৰৰ ফলত বিবেচনাবোধ নোহোৱা হৈছে। যেতিয়া মহিলাৰ মাজত এনেধৰণৰ অপৰাধ প্রৱণতা দেখো বা পৈণত বয়সৰ পুৰুষৰ মাজত এনেধৰণৰ অপৰাধৰ ঘটনা দেখো, ই আমাক চিন্তাত পেলায় যে ইয়াৰ অন্তৰালত কেনেকুৱা কাৰণ আছে।

এনেধৰণৰ ঘটনা হৈ থাকিলে ভবিষ্যতে অসমীয়া সমাজখন কি হ’বগৈ?’ এইধৰণৰ অপৰাধ প্রৱণতা প্রতিৰোধ কৰিবলৈ শিক্ষাৰ প্ৰচাৰ, পৰিয়ালত মৰম-চেনেহৰ ধাৰণা উন্নীতকৰণ, ৰাগিয়াল দ্রব্য বর্জন আদি বিষয়ত সমাজখনে মাৰ বান্ধি ওলাব লাগিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘চৰকাৰী সজাগতা কার্যসূচীসমূহক সমাজে গুৰুত্ব দিব লাগিব। বহু চৰকাৰী অনুষ্ঠানে এনেধৰণৰ কাম কৰে আৰু সামাজিক অনুষ্ঠানসমূহে ইয়াৰ গুৰি ধৰিব লাগিব। মহিলা সংগঠনসমূহে সামাজিক অনুশাসনৰ কাম কৰিব লাগিব: কিন্তু সেয়া নিষ্ঠুৰ বা উগ্র ধৰণে নহয়। যিটোক ম’ৰেল পুলিচ বুলি কোৱা হয়, সেয়া বেয়া পদ্ধতি; কিন্তু সবলভাৱে এক জাগৰণ আনিব লাগিব যে আমাৰ সমাজখনক পূৰ্বৰ দবে কিদৰে সুস্থ-সবলৰূপে গঢ়ি তুলিব পাৰি ৷

ইফালে, ৰাজ্যখনত ক্রমান্বয়ে মহিলাসকলৰ মাজত অতি শক্তিশালী সংস্থা আছে, যিবিলাকে সমাজ নিয়ন্ত্রণ কৰে; কিন্তু অসমত নাই। সেয়ে মই ভাবো যে এতিয়া সংখ্যা কম হৈ আছে; কিন্তু এনে ঘটনাসমূহ ইমান নিষ্ঠুৰ যে আমাক সচেতন কৰি তুলিছে। ই বৃদ্ধি নহওক, ইয়াৰ বাবে সচেতন হ’ব লাগিব। সমাজেই ইয়াৰ গুৰি ধৰিব লাগিব। ভৱিষ্যতক লৈ ভয় লাগে। নতুনকৈ সোমোৱা ই এটা ব্যাধি, ইয়াক চিনাক্ত কৰি গুৰিতে নির্মূল কৰিব লাগিব। এই যি সংকট বা ব্যাধি আহিছে, গুৰিতে নির্মূল কৰিব পাৰিলেহে সমাজখনে অৱক্ষয়ৰ পৰা হাত সাৰিব পাৰিব। লগতে উচিত শিক্ষাৰ জাগৰণৰ প্রয়োজন।’

আনহাতে, এক অবাঞ্ছিত পৰিৱেশত আজি থাকিবলগীয়া হৈছে বুলি খেদ প্রকাশ কৰি বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে কয়, ‘আমাৰ সমাজত যিটো প্রমূল্যবোধ আছিল, সেয়া নোহোৱা হৈছে। ইয়াৰ বিভিন্ন কাৰণ আছে। এটা ঠেক মানসিকতাৰে মানুহ পৰিচালিত হৈছে, যাৰ বাবে মাতৃয়ে সন্তানক মাৰিছে, সন্তানে পিতৃ-মাতৃক মাৰিছে। স্বামীয়ে পত্নীক মাৰিছে, পত্নীয়ে স্বামীক মৰাৰ এক ‘ছিৰিজ’ চলিছে। সমাজত অপৰাধ প্রৱণতা লাহে লাহে বৃদ্ধি হোৱা দেখা গৈছে। বৃদ্ধি পোৱাৰ কাৰণসমূহ আমি যিদৰে চিনাক্ত কৰিব লাগিছিল, হয়তো কৰিব পৰা নাই।’

dayanandaবস্তুবাদী চিন্তাৰ লগতে ৰাজনীতিয়ে মানুহৰ মন বহু ক্ষেত্রত তৰল কৰি পেলাইছে বুলি উল্লেখ কৰি ড° পাঠকে পুনৰ কয়, ‘ৰুচিবোধ সম্প্রতি নিম্নগামী হৈছে। যিবোৰ ঘটনা সমাজখনত ঘটিবলৈ লৈছে এয়া অবাঞ্ছিত আৰু সমাজখন কোন পথে গৈছে, অহা ১০ বছৰত আমি ক’ত থাকিম, এই বিষয়সমূহ চিন্তনীয় আৰু চিন্তা কৰি শুধৰণি কৰাৰ সময় আহি পৰিছে। কি কৰিলে এনে ঘটনাপ্রবাহৰ পৰা পৰিত্ৰাণ পাম, সেই সম্পর্কে নিশ্চিত এক ধাৰণা আমাৰ হাতত নাই।’ আজিৰ দিনত প্রশাসন ৰাজনৈতিক নেতাৰ পাছে পাছে ঘুৰি ফুৰাতহে ব্যস্ত বুলি ড’ পাঠকে মন্তব্য কৰি কয়, ‘নাগৰিকৰ স্বার্থত আৰক্ষীৰ সেৱা কমি আহিছে। লগতে ন্যায় ব্যৱস্থাৰ প্রতি যদি চোৱা যায় এটা গোচৰৰ ৰায় দিবলৈ ১০-১২ বছৰৰ প্রয়োজন হয়। সেয়ে প্রতিটো ব্যৱস্থাৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গৈছে।’ এনেধৰণৰ কথাত মানুহ আস্থাহীন হৈ পৰাৰ লগতে সমাজখন অভিভাৱকহীন হৈ পৰাৰ ফলত এনেধৰণৰ অপৰাধ প্রৱণতা বৃদ্ধি পেৱা বুলিও ড° পাঠকে সম্ভাৱনা ব্যক্ত কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Crime TendenciesDr. Dayananda pathakDr. Karabi Deka HazarikaDr. Nagen SaikiaGuwahatiProminent people comments
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d