Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

শালবাৰীৰ সাউদৰভিঠাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

পদুমক ভোট দিলে গাখীৰ ওলাব, বিটিএডিৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিব লাগিব : মুখ্যমন্ত্ৰী

publisher by publisher
October 24, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
শালবাৰীৰ সাউদৰভিঠাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

পদুমক ভোট দিলে প্ৰতিদিনে ২৬ লিটাৰ গাখীৰ দিব ৷ দানা খুৱাই চুচি থাকিলেও কংগ্ৰেছ-এআইইউডিএফৰ পৰা গাখীৰ নোলাব ৷ গাখীৰ ওলাব পদুমৰ পৰা ৷ ছহিদ খৰ্গেশ্বৰ তালুকদাৰে পঢ়া দক্ষিণ বিজনী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তিনি কোটি দিম ৷‌ কোকৰাঝাৰ-দিল্লী-দিছপুৰ এতিয়া একেলগে আছো ৷ বিটিএডিৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিব লাগিব ৷ অৰুণোদয়ৰ টকা এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব, প্ৰত্যেক বছৰে বৃদ্ধি হৈ থাকিব ৷ এটাই মনত দুখ ভৱানীপুৰত আমি মাত্ৰ তিনি হেজাৰত হাৰিছিলো ৷

ADVERTISEMENT

তেওঁ কয়, ‘সকলো ল’ৰাছোৱালীয়ে কৰ্মসংস্থাপন পাব লাগিব ৷ এক টকাৰো ঘোচ নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিম ৷ মই মুখ্যমন্ত্ৰী থকালৈকে কোনেও এক টকাও দিব নালাগে ৷ পুলিচত ২৫ হেজাৰ চাকৰি হ’ব ৷ যি সুলভ মূল্যৰ দোকানীয়ে মা ভনীৰ ভাগৰ চাউল কাটিব চব জেলত যাব লাগিব ৷ বিটিএডিত পূৰ্বে অশান্তি চলি আছিল ৷ কিন্তু যোৱা ছমাহৰ পৰা বিটিএডিত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছো ৷ কংগ্ৰেছ-এআইইউডিএফক যদি আমি ভোট দিওঁ আকৌ পাঁচ বছৰ বিৰোধীত থাকিব লাগিব ৷ সকলোৱে এইবাৰ নিৰ্বাচনত বেছিকৈ ভোট দিব লাগে ৷‌ বেছিকৈ মানে এজনে দুটাকৈ নহয় কিন্তু ৷ গুৱাহাটীকে ধৰি ভিন্ন ঠাইত আমাৰ যি ল’ৰাবোৰ আছে সকলোৱে ভোটৰ দিন ভোট দিব পাব লাগে ৷’

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয়, ‘আনন্দ বজাৰত কোল ষ্টৰেজৰ কথা ভবা হৈছে ৷ শালবাৰীত এম্বুলেন্স, সাউদৰভিঠাত প্ৰেক্ষাগৃহ হ’ব ৷ ছহিদ খৰ্গেশ্বৰ তালুকদাৰে অধ্যয়ন কৰা সাউদৰভিঠাস্থ দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনি কোটি প্ৰদান কৰা হ’ব ৷ এই অঞ্চলৰ ১৭খন শংকৰদেৱ শিশু নিকেতনৰ বাবে গৃহ নিৰ্মাণ কৰি দিয়া হ’ব ৷ অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে ডেকা ল’ৰাবোৰ বিপথে পৰিচালিত হোৱাটো ৷‌ এইয়া ড্ৰাগছৰ বাবে হৈছে আৰু আমি ড্ৰাগছমুক্ত অসম গঢ়াত লাগি আছো ৷ ইতিমধ্যে চাৰিশ কোটি টকাৰ ড্ৰাগছ ধৰিছো ৷ আমি ক’ভিডৰ বাবে আই মাতৃসকলৰ লোণ ঘূৰাই দিব পৰা নাছিলো ৷ কিন্তু আমি দিম ৷ যিয়ে লোণ ল’ব খোজে নৱেম্বৰৰ ভিতৰত চেক দিম ৷ অৰুণোদয়ৰ ধন এপ্ৰিলত বাঢ়িব ৷ প্ৰত্যেক বছৰে বাঢ়ি থাকিব ৷ বিটিএডি-নন বিটিএডি এতিয়া নাই ৷ সুলভ মূল্যৰ দোকানীয়ে মা-ভনীক সম্পূৰ্ণ চাউল দিব লাগিব ৷‌ এক টকা কাটিলেও চিধাই জেলত যাব লাগিব ৷ এই অঞ্চলৰ ৰাইজক পকী ঘৰ দিম ৷’

বিটিএডিত পূৰ্বে অশান্তি চলি আছিল ৷ কিন্তু যোৱা ছমাহৰ পৰা বিটিএডিত শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিছো ৷ বিটিএডি এতিয়া শান্তিৰ ঠাই ৷‌ দিল্লী দিছপুৰত বিজেপি ৷ কোকৰাঝাৰতো বিজেপি-ইউপিপিএল‌ ৷ কোকৰাঝাৰ দিল্লী দিছপুৰ আমি এতিয়া একেলগে আছো ৷ সাউদৰভিঠা অঞ্চলৰ চিকিৎসালয়সমূহৰ তিনি/চাৰি মাহৰ ভিতৰত উন্নয়ন কৰিম ৷ বিটিএডিৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিব লাগিব‌ ৷ পঞ্চায়তে প্ৰতি একোটাকৈ জীম খোলা হ’ব ৷ আনন্দ বজাৰক উন্নয়ন কৰিম ৷ ডিচেম্বৰত মই এদিন আনন্দ বজাৰত আহিম ৷ পৰিৱেশ চাম ৷ কাম কৰিম ৷ ভৱানীপুৰ সমষ্টিৰ সাউদৰভিঠাত আজি বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

একেদৰে সমষ্টিটোৰ টাপাত অনুষ্ঠিত আন এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, অসমত সাম্প্ৰদায়িক শক্তিবিলাক মূৰ দাঙি উঠিছে ৷ আমি বজালী জিলাৰ পৰা নামনি অসমৰ মাটি-ভেটি হেৰুৱাই পেলাইছো ৷ সাম্প্ৰদায়িক শক্তিবোৰৰ আগ্রাসী মনোভাৱত আমি সত্রৰ মাটি, আমাৰ চিনাকি, পৰিচয় হেৰুৱাবলৈ গৈ আছোঁ৷আমি প্রজন্মৰ পাছত প্রজন্ম বসবাস কৰা মাটিখিনি বিক্রী কৰি গুৱাহাটীলৈ উঠি গৈছো ৷ নামনি অসমত মাটি বিক্ৰী কৰি কৰি এতিয়া আমাৰ মাজত মাটি নোহোৱা হ’ল ৷ এতিয়া ‘ঠাকুৰবাৰী’ নাম আছে কিন্তু ইয়াত আমাৰ সভ্যতা নাই সংস্কৃতি নাই৷ আমি অসমীয়া মানুহবোৰে কোনোবা বিজেপি অগপ কংগ্রেছৰ নামত ভাগ ভাগ হৈ গৈ আছো ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যোৱা পাঁচ মাহত চেষ্টা কৰিছো যে অসমীয়াই যাতে প্রাণ পাই উঠে । গৰুখুঁটিৰ উচ্ছেদৰ বাবে আমাক সমালোচিত কৰা হৈছে ৷ কিন্তু আমি সাহসিকতাৰে কাম কৰি গৈ থাকিম‌ ৷ গৰুখুঁটিত এতিয়া হৰি ধ্বনিৰে মুখৰিত হৈছে৷অহা পাঁচ বছৰত হৰি ধ্বনি অথবা শিৱৰ আৰাধনাৰে আমাৰ হেৰোৱা অঞ্চলবিলাকত সনাতন সভ্যতা-সংস্কৃতিৰ ভেটি নিৰ্মাণ হ’ব ৷ এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক চোকা সমালোচনা কৰি কয় যে আজমলে প্রচাৰ চলাইছে আমি নিৰাপদ নহয় ৷ আমি ক’ব বিচাৰিছো অসমত কোনো নিৰাপদ নহয় ? অসমীয়া জনগণৰ আৰ্তনাদ কোনে শুনিব ? এ আই ইউ ডি এফ কংগ্রেছৰ দৰে অপশক্তিক পৰাভূত কৰি আমি উৎসৰ্গিত কৰিব লাগিব বুলি কৈ তেওঁ আমাৰ বাবে দুখৰ কথা এসময়ত ছাত্ৰ সন্থাত থকা কোনো নেতাই কংগ্রেছক ভোট দিব আহ্বান কৰে আৰু গধূলি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰলৈ যায় ৷

কংগ্রেছ আৰু খৰ্গেশ্বৰ তালুকদাৰৰ আত্মা কেতিয়া এক হ’ল বুলি প্রশ্ন উত্থাপন কৰে ৷‌ লগতে কংগ্ৰেছৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই বদৰুদ্দিন আজমলৰ লগত লগ হৈ গৰুখুঁটিৰ উচ্ছেদৰ বিৰুদ্ধে আবেদন জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উত্থাপন কৰি কালে কাকো ক্ষমা নকৰে বুলি মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘আমাৰ অযুত সাহস আছে ৷ অহা পাঁচ বছৰত নেদেখা বহু কথাই আমি দেখিব পাম ৷ সৰু সৰু মানুহবোৰক, গৰীব-দুখীয়াক সহায়ৰ বাবে কাম কৰিম ৷ চৰকাৰী কৰ্মচাৰীয়ে মন্ত্রী-বিধায়কক কৰা ব্যৱহাৰৰ দৰে এই লোকসকলকো একে ব্যৱহাৰ কৰিব লাগিব ৷ ঠেলাচালক-ৰিক্সাচালককো একে ব্যৱহাৰ কৰিব লাগিব ৷ সম্প্রতি নতুন নতুন ধাৰণাৰ আৰম্ভ কৰা হৈছে ৷ কাৰ্যালয়লৈ নোযোৱাকৈ যাতে কাম কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হৈছে ৷ ঘৰতে থাকি ড্রাইভিং লাইচেন্সখন পোৱাৰ ব্যৱস্থা কৰিছো ৷

তেওঁ লগতে কয় যে দুখীয়া আৰু দুৰ্ভগীয়া মানুহৰ ভাগ্য পৰিৱৰ্তনৰ বাবে কাম কৰিছো ৷ চৰকাৰ অহাৰ আগতে এক লাখ নিবনুৱাক চাকৰি দিম বুলি কৈছিলো ৷ গণি গণি এই চাকৰি দিম আৰু কোনো দুখীয়া লোকে চাকৰিৰ নামত যাতে এটকাও দিব লগা নহয় সেয়াও চাই ল’ম বুলি কয় ৷ তেওঁ ভাষণত মাইক্র’ ফাইনেন্সৰ ঋণ মাফ কৰাৰ প্রসংগ উল্লেখ কৰাৰ লগতে অৰুনোদই আঁচনি ভৱানীপুৰত ১৬ হেজাৰ পৰিয়ালক ইতিমধ্যে দিয়াৰ কথা কৈ আৰু সাত হেজাৰক দিয়া হ’ব বুলি আশ্বাস প্রদান কৰে ৷ তেওঁ ৰাজ্যৰ ৪২ লাখ পৰিয়ালত কিবা নহয় কিবা ধন বেংকত সোমায় বুলি কোৱাৰ লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ ধন প্রতি মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ সোমায় বুলিও কয় ৷

আনহাতে, মুখ্যমন্ত্ৰী ড° শৰ্মাই ভৱানীপুৰৰ উপ নিৰ্বাচন সংক্ৰান্তত যেতিয়া অসমত বিধানসভাৰ সাধাৰণ নিৰ্বাচন হৈছিল আমি সকলোৱে আশা কৰিছিলো ভৱানীপুৰত মিত্রজোঁটৰ প্রাৰ্থী জয়ী হ’ব ৷ কিন্তু যিকোনো কাৰণতে নহওক মাত্র তিনি হেজাৰ ভোটৰ ব্যৱধানত হাৰিল । ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ লগত থকাতকৈ জাতি-মাটি-ভেটি ৰক্ষাৰ অংশীদাৰ কৰাৰ বাবে বিধায়ক ফণীধৰ তালুকদাৰক মিত্রজোঁটলৈ আহিবলৈ আহ্বান জনাইছিল বুলি অকপট স্বীকাৰোক্তি দি নিজৰ ভাষণত কয় যে উন্নয়নৰ নতুন বাতাবৰণ এটা সৃষ্টি কৰিব বিচাৰিছো এখন বৰ অসম নিৰ্মাণৰ বাবে যোৱা পাঁচ মাহত চেষ্টা কৰিছো ৷ চৰকাৰ গঠনৰ পাঁচ মাহ পাছত ভৱানীপুৰলৈ এটা সুযোগ আহিছে ৷ বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ অংশীদাৰ হ’বৰ বাবে উপস্থিত ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনাই গলিয়াত দুগ্ধ পাম, টাপাত শিপিনীৰ বাবে বোৱা কটা কেন্দ্ৰ, বাট পথৰ উন্নয়ণকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে ।

আনহাতে, সভাখনত কংগ্ৰেছে আৰম্ভ কৰা সংখ্যালঘুৰ ৰাজনীতি বন্ধ কৰিব লাগিব বুলি অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় ৷ বিজেপিৰ বজালী জিলা কমিটিৰ সম্পাদক কিশোৰ ডেকাই পৰিচালনা কৰা সভাখনত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা, বিজনীৰ বিধায়ক অজয় ৰয়, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ,চলচ্চিত্ৰ অভিনেতা যতীন বৰা, অগপ নেতা ড০ ৰঞ্জিত ডেকা,শিল্পী সীমান্ত শেখৰ, বিজেপিৰ বজালী জিলাৰ তত্বাৱধায়ক বিকুল ডেকা,বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰী, বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাস,সঞ্জীৱ নাথকে ধৰি একাধিক নেতাই অংশগ্ৰহণ কৰি বিজেপি মিত্রজোঁটৰ প্রাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Badruddin AjmalBJPCongressHimanta Biswa Sarma
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d