Aminul Islam arrested in NSA:
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম | পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম ৷ নগাঁও জিলা কাৰাগাৰত বন্দী হৈ থকা বিধায়কজনে আজি জামিন লাভ কৰিছিল যদিও পুনৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।
ADVERTISEMENT