Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhing rape accused Faridul Islam and Golap Uddin Surrendered:ধিং বল্যাৎকাৰ কাণ্ডৰ পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনৰ আত্মসমৰ্পণ

পোন্ধৰ দিনে পলাতক অৱস্থাত আছিল দুই অভিযুক্ত, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুই নেতাৰ উদ্যোগত আত্মসমৰ্পণ দুই অভিযুক্ত

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 2 mins read
0
Dhing rape accused Faridul Islam and Golap Uddin Surrendered:ধিং বল্যাৎকাৰ কাণ্ডৰ পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনৰ আত্মসমৰ্পণ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

Dhing rape accused Faridul Islam and Golap Uddin Surrendered:

ৰাজ্য কপাই যোৱা ধিঙৰ কিশোৰী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডৰে জড়িত দুই অভিযুক্তই অৱশেষত আত্মসমৰ্পণ কৰিলে আৰক্ষীৰ ওচৰত ৷

ADVERTISEMENT

পোন্ধৰ দিনে দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন আত্মগোপন কৰি আছিল৷ শেহতীয়াকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ চিদ্দীকিৰ আৰু আন এজন উদ্যোগত দুই অভিযুক্তই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ৷

গাড়ী চালক ফৰিদুল ইছলাম ডিমাপুৰ- নগাঁৱৰ মাজত যাত্ৰীবাহী গাড়ী চলায় ৷ সেই সূত্ৰে তেওঁ ডিমাপুৰত আত্মগোপন কৰি থকাৰ বিপৰীতে আন এজন অভিযুক্ত গোলাপউদ্দিন আত্মগোপন কৰি আছিল হোজাই জিলাৰ মোৰাঝাৰত ৷

আনহাতে ,নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত থকা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ চিদ্দীকে কয়,ধিঙৰ দলবদ্ধ বল্যাৎকাৰ কাণ্ডৰে জড়িত দুই অভিযুক্ত শাস্তি পোৱাটো সংখ্যালঘু ৰাইজেও বিচাৰিছে৷ যিহেতুকে অপৰাধী যি সম্প্ৰদায়ৰে নহওক কিয়,অপৰাধী অপৰাধীয়েই । দীৰ্ঘসময় ধৰি আত্মগোপন কৰি থকা অভিযুক্তদ্বয়ক কৰায়ত্ত হোৱাটো সকলোৱে কামনা কৰিছে ৷

এই সন্দৰ্ভত অভিযুক্তৰ পৰিয়ালৰ স’তে আলোচনা কৰি তেওঁলোকৰ আগ্ৰহত বিশেষ খবৰৰ ভিত্তিত গোলাপউদ্দিনক হোজাইৰ মোৰাঝাৰৰ পৰা আৰু ফৰিদুল ইছলামক ডিমাপুৰৰ আত্মগোপন কৰি থকা স্থানৰ পৰা লৈ অনা হয় ৷ অৱশেষত দুয়োৱে ইতিমধ্যে নগাঁও এছপিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে দুয়োকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে নগাঁও সদৰ আৰক্ষীয়ে।

উল্লেখ্য যে বিগত ১৫ দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ধিং বল্যাৎকাৰ কাণ্ডৰ দুই অভিযুক্তক। পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱৰাত অধিক ক্ষুব্ধ হৈ পৰিছিল ধিঙৰ দল – সংগঠন সহ ধিংবাসী।

পলাতক দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত অব্যাহত আছিল উত্তাল প্ৰতিবাদ। ইয়াৰ মাজতে ইতিপূৰ্বে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলাবলৈ লওঁতেই পুখুৰীত পৰি মৃত্যু হৈছিল এগৰাকী মুল অভিযুক্ত তাফাজ্জুলৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dhing Rape IncidentFaridul Islam and Golap UddinNagaon PoliceNagaon Sp OfficeTwo Main Accused Surrendered
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d