Horoscope: মেষ: আর্থিক দিশত উন্নতি। সহকর্মীৰ পৰা সহায় লাভ। পেটৰ সমস্যাত ভুগিব পাৰে। প্ৰেমত সমস্যা থাকিব। শুভ ৰং বগা। অশুভ নীলা। শুভ সংখ্যা ২।
বৃষ: সন্তানৰ শৰীৰৰ যত্ন ল’ব। সামাজিক কামত অগ্ৰসৰ হ’ব। পৰীক্ষাত সুনাম বাঢ়িব। ব্যয় বৃদ্ধি হ’ব পাৰে। শুভ ৰং হালধীয়া। অশুভ মুগা। শুভ সংখ্যা ৩।
মিথুন: দুশ্চিন্তা মনলৈ নানিব। নিজ শক্তিৰে আনক পৰাভূত কৰিবলৈ চেষ্টা কৰিব। অতীতৰ স্মৃতি ৰোমন্থন হ’ব। বিদ্যাত শুভ। শুভ ৰং ক’লা। অশুভ ৰঙা। শুভ সংখ্যা ৪।
কর্কট: কর্মত কৃতকার্যতা লাভ কৰিব। প্রতিভা বিকাশৰ সুযোগ পাব। সৎ সাহস পাব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং সেউজীয়া। অশুভ নীলা। শুভ সংখ্যা ২।
সিংহ: আনৰ সমাদৰ হ’ব। ভাগ্যৰ পৰিৱৰ্তন হ’ব। শক্তিবৃদ্ধি পাব। আনৰ পৰা আমনি পাব। প্রেমত শুভ। শুভ ৰং আকাশী। অশুভ নীলা। শুভ সংখ্যা ৫।
কন্যা: মনৰ উদ্যৰ অটুট থাকিব। গোপন শত্রু বৃদ্ধি পাব। কর্ম সচেতনতা। মামলাত জয় লাভ কৰিব। শুভ ৰং হালধীয়া। অশুভ সেউজীয়া। শুভ সংখ্যা ২।
তুলা: উচ্চ শিক্ষাৰ সুনাম পাব। অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। অহংকাৰ পৰিহাৰ কৰক। আয় বৃদ্ধি। শুভ ৰং ৰঙা। অশুভ কমলা। শুভ সংখ্যা ২।
বৃশ্চিক: অনাহকত সময় নষ্ট হ’ব পাৰে। দুষ্ট লোকে প্ৰতাৰণা কৰিব পাৰে। আনৰ দোষ নধৰিব। শুভ ৰং হালধীয়া। অশুভসেউজীয়া। শুভ সংখ্যা ৪।
ধনু: কর্মত আত্মসন্তুষ্টি পাব। প্রয়োজনত মৌন হৈ থাকক আনৰ ওপৰত নিৰ্ভৰশীল নহ’ব। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। শুভ ৰং মুগা। অশুভ সেউজীয়া। শুভ সংখ্যা ৩।
মকৰ: স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। ঘৰুৱা অশান্তি বৃদ্ধি পাব। ব্যয় বৃদ্ধি। ৰক্তচাপ বৃদ্ধি। কর্মক্ষেত্রত জটিলতা। শুভ ৰং গেৰুৱা। অশুভ হালধীয়া। শুভ সংখ্যা ৫।
কুম্ভ: বিবাহৰ যোগাযোগ আছে। মাতৃৰ শৰীৰক লৈ চিন্তা খৰচৰ মাত্রা বৃদ্ধি। নতুন সু-সংবাদ পাব। শুভ ৰং আকাশী। অশুভ ক’লা। শুভ সংখ্যা ২।
মীন: প্রেমত জটিল সমস্যা। পেটৰ সমস্যাত ভুগিব পাৰে। দাম্পত্যত মধ্যম। ব্যয় অধিক। শুভ ৰং বগা। অশুভ কমলা। শুভ সংখ্যা ৬।