Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 

বিয়াখন পিচে এলাপেচা বিয়া নহয়

publisher by publisher
May 16, 2025
in News, Assam
Reading Time: 2 mins read
0
Sri Sri Jagannath’s wedding in Nalbari :এমাহজোৰা এটা অঞ্চলৰ ৰাইজৰ ভীষণ ব্যস্ততাৰ অন্তত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল এখন বিয়া 
0
SHARES
4
VIEWS
ShareShareShareShare

Sri Sri Jagannath’s wedding in Nalbari :

এমাহজোৰা নাম প্ৰসংগৰ অন্তত বৃহস্পতিবাৰে ৰাজহুৱা ভাবে অনুষ্ঠিত হয় এখন বিয়া ৷ বিয়াখন আকৌ সাধাৰণ বিয়া নহয়,মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথৰ বিয়া ৷ বৰভাগ ৰাজহচক্ৰ অন্তৰ্গত ছমাৰকুছি নামৰ গাওঁখনত যুগ যুগ ধৰি উদযাপিত হৈ আছে বিয়াখন ৷

ADVERTISEMENT

উল্লেখ্য যে গাওঁখনৰ জীয়ৰী-বোৱাৰীৰ লগতে একাংশ নেতৃস্থানীয় লোক এমাহ ধৰি ভীষণ ব্যস্ত হৈ পৰা দেখা গৈছে বিয়াখনকলৈ৷ ৷ বহাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰুবিহুৰ দিনাৰ গাওঁ খনৰ যুৱতী কিশোৰী সকলে দুই ঠাইত দুটা কলপুলি পুটি উক্ত ঠাইত এমাহজুৰি নাম- প্ৰসংগ অনুষ্ঠিত কৰে ৷ এনেদৰে এমাহ পাল পাতি নাম ধৰাৰ অন্তত বহাগ আৰু জেঠ মাহৰ দোমাহীৰ দিনা পৰম্পৰা ৰীতি অনুযায়ী অনুষ্ঠিত কৰে বিয়াখন৷ ৷

RelatedPosts

আঠ কোটিটকীয়া বুঢ়াদিয়া নৈৰ মথাউৰি নিৰ্মাণৰ নামত প্ৰহসন

Nalbari:নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

সম্পূৰ্ণ বৈদিক পদ্ধতিত মানুহৰ বিয়াৰ নিছিনাকৈ অনুষ্ঠিত কৰে বিয়াখন ৷ দুই ঠাইৰ দুয়োটা কলপুলিক দৰা কইনা সজোৱা হয় ৷ আনহাতে দুজনী অকুমাৰী ছোৱালীৰ ভিতৰত এজনী দৰাৰ মাক আৰু এজনী কইনাৰ মাক হয় ৷ দুয়োজনীয়ে বিয়াৰ দিনা উপবাসে থাকে ৷ বিয়াৰ আগদিনা দৰা পক্ষৰৰ পৰা কইনা পক্ষলৈ জোৰণ পঠিয়াই ৷ জোৰণৰ সামগ্ৰী ভিতৰত সকলো ফুলৰ মালাহে থাকে ৷ কইনা পক্ষই দৰা মতাৰ বাবে এদাল ফুলৰ মালা ব্যৱহাৰ কৰে ৷

ঠিক তেনেদৰে বিয়াৰ দিনাখন দৰা কইনাৰ লগ্ন গাঠি দিয়াৰ বাবে এডাল দীঘল ফুলৰ মালা ব্যবহাৰ কৰে ৷ ঢোলতাল,বেণ্ডপাৰ্টি,আদি মাংগলিক বাদ্য বজাই নিশা কইনা পক্ষলৈ দৰা আহে ৷ দৰা প্ৰভু জগন্নাথ এটা সৰু কলপুলি ঠিক তেনেদৰে কইনা ঘুনুচাও এটা সৰু কলপুলি ৷ দুয়োটাকে ৰঙীন কাগজ কাপোৰ আৰু ফুলৰ মালাৰে সুন্দৰকৈ একোটা মুকুট বনাই সজাই পৰাই তোলে ৷

হোম যজ্ঞ আৰু আয়তীৰ উৰুলিৰ মাজতে জাক জাক বিয়াগীতৰ ধ্বনিত ৰজনজনাই যায় সমগ্ৰ অঞ্চলটো ৷ বিয়াৰ অন্তত দৰা -কইনাক গাৱঁৰ ৰাজহুৱা পুখুৰীত ধৰ্মীয় ৰীতিনীতি অনুযায়ী বিসৰ্জন দিয়ে ৷ প্ৰবাদ অনুযায়ী জানিব পৰা গৈছে যে অতীতত গাওঁখনত মহামাৰীয়ে গ্ৰাস কৰিছিল ৷ ইটোৰ পিচত সিটো পতিত হৈছিল মহামাৰীৰ গ্ৰাসত ৷ এনেকুৱা অৱস্থাতে কোনোবা এজনক মহাপ্ৰভু জগন্নাথে সপোন দেখুৱাই কৈছিল যে গাওঁবাসীয়ে যদি বছৰি উল্লেখিত দিনত মোৰ বিয়াখন পাতে তেতিয়া মহামাৰী আতৰিব ৷ সেইমতে তেতিয়াৰে পৰা গাওঁখনত জগন্নাথৰ বিয়াখন অনুষ্ঠিত হৈ আহিছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Banana SeedingsChamarkuchiNALBARIReligious TraditionsSri Sri Jagannath's wedding
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d