Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, অনুষ্ঠান বৰ্জন কৰিলে বিৰোধী দলে

publisher by publisher
May 28, 2023
in India, News
Reading Time: 2 mins read
0
Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Pm Narendra Modi To Open New Parliament Building:

বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও দেওবাৰে নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰু ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন।
উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ADVERTISEMENT

উল্লেখ্য যে অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নকৰি চৰকাৰে পৰম্পৰা ভংগ কৰাৰ অভিযোগ তুলি ইতিমধ্যে বিৰোধী তীব্র সমালোচনাত সৰৱ হৈ পৰিছে।

অৱশ্যে বিৰোধী দলসমূহৰ নেতৃত্বই বৰ্জন কৰিলেও আজি নিৰ্ধাৰিত সূচী অনুসৰি বিভিন্ন আগশাৰীৰ ব্যক্তি, ধৰ্মীয় মুৰব্বী আৰুৰাজনৈতিক নেতাসকল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

মনকৰিবলগীয়া যে, লোকসভাৰ অধ্যক্ষৰ চকীৰ আসনৰ কাষত ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক ছেংগল স্থাপন কৰা হয়। এই উপলক্ষে আজি পুৱাৰে পৰাএখন সর্বধর্ম প্রার্থনা সভাও অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধনী অনুষ্ঠানত ২৫ পইচাৰ বিশেষ মুদ্ৰা মুকলি কৰে।

স্মতৰ্ৱ্য যে,নতুন সংসদ ভৱন নিৰ্মাণত দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষ উপকৰণ সংগ্ৰহ কৰা হৈছিল । সেই অনুসৰি নাগপুৰৰ চেগুন কাঠৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ পৰা অনা কার্পেট আদি সকলো আছে নতুন সংসদ ভৱনত। দেশজুৰি বিভিন্ন ৰাজ্যৰ আগশাৰীৰ শিল্পীসকলক এই কামত নিয়োজিত কৰা হৈছে।

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক তুলি ধৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি সূত্ৰত প্ৰকাশ। উদাহৰণ হিচাপে ৰাজস্থানৰ সৰমথুৰাৰ পৰা ৰঙা আৰু বগা মাৰ্বল পাথৰ আদি ব্যৱহাৰ কৰা হৈছে। ইয়াত ব্যৱহাৰ কৰা চেগুন কাঠ অনা হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা। সংসদৰ দলিচাসমূহ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ পৰা অনা হৈছে।

উদয়পুৰৰ পৰা সেউজীয়া মাৰ্বল পাথৰ, আজমিৰৰ পৰা ৰঙা গ্ৰেণাইট পাথৰ আৰু ৰাজস্থানৰ আমবাজিৰ পৰা অনা হৈছে বগা মাৰ্বল পাথৰ । আনহাতে, নতুন সংসদ ভৱনৰ লোকসভা আৰু ৰাজ্যসভাৰ ‘ফল্‌ছ চিলিং নিৰ্মাণত ব্যৱহৃত ইস্পাতসমূহ কেন্দ্রীয় শাসিত অঞ্চল দমন আৰু ডিউৰ পৰা অনা হৈছে।

একেদৰে নতুন সংসদ ভৱনৰ অশোক স্তম্ভত ব্যৱহৃত সামগ্ৰীসমূহ মহাৰাষ্ট্ৰৰ ঔৰংগবাদ আৰু ৰাজস্থানৰ জয়পুৰৰ পৰা অনা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় বালি হাৰিয়ানাৰ ছৰখি দাদৰিৰ পৰা অনা হৈছে আৰু ইটা অনা হৈছে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা।

উল্লেখযোগ্য নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে উদ্বোধনী বিৰোধিতা কৰিছিল। আনহাতে এন ডি এৰ অংশীদাৰসকলে ইয়াক সমৰ্থন কৰিছে। একে সময়তে, পাঁচটা অ-ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) দল আছে যিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে।

২০ টাতকৈও অধিক বিৰোধী দলে এই উদ্বোধনী অনুষ্ঠানটো বৰ্জন কৰাৰ সিদ্ধান্ত লৈ তেওঁলোকে মন্তব্য প্ৰকাশ কৰি কৈছিল যে, নতুন সংসদ ভৱনটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা উদ্বোধন কৰা উচিত আছিল।

আজি ঐতিহাসিক সংসদৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দলসমূহৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ ৩৯৪ জন সাংসদ, শিৱসেনা (একনাথ শিন্দে গোট)ৰ ১৫ জন সাংসদ, নেচনেল পিপলছ পাৰ্টি, মেঘালয়ৰ ২জন, নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ ১জন, ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ ১ জন ,জননায়ক জনতা পাৰ্টি ১,এ আই ডি এম কেৰ ৫ জন, আই এম কে এম কে আৰু আজছুৰ ১ জনকৈ ,আৰ পি আইৰ (আঠৱালে)১ জন ,মিজো নেচনেল ফ্ৰণ্টৰ ২ জন, তামিল মানিলা কংগ্ৰেছৰ ১ জন , পাট্টালি মাক্কাল কাচ্চিৰ ১জন,মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টি,
আপনা দলৰ ২ জন, সাংসদ,অসম গণ পৰিষদৰ ১ জন সাংসদ উপস্থিত থকাৰ বিপৰীতে এন ডি এক সমৰ্থন কৰি উপস্থিত থাকে লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ ১ জন সাংসদ, বিজু জনতা দলৰ ২১ জন, বহুজন সমাজ পাৰ্টিৰ ১০ জন, তেলেগু দেশম পাৰ্টিৰ ৪ জন, ৱাই এছ আৰ চি পিৰ ৰ ৩১ জন সাংসদ ৷

আনহাতে অনুষ্ঠান বৰ্জন কৰা বিৰোধী দল সমূহ হ’ল কংগ্ৰেছৰ ৮১ জন সাংসদ,ডি এম কেৰ ৩৪ , শিৱসেনা-ইউবিটিৰ ৭ জন সাংসদ, আম আদমী পাৰ্টিৰ ১১ জন ,সমাজবাদী পাৰ্টিৰ ৬ জন,চি পি আইৰ ৪ জন, জে এম এমৰ ২জন , কেৰালা কংগ্ৰেছ-মণিৰ ২ জন, বিদুথালাই চিৰুথিগাল কাচ্চিৰ ১ জন ,ৰাষ্ট্ৰীয় লোক দলৰ ১ জন,তৃণমূল কংগ্ৰেছৰ ৩৫ জন ,জনতা দল (ইউনাইটেড)ৰ ২১ জন ,এন চি পিৰ ৯ জন ,চি পি আই এমৰ ৮, আৰ জে ডিৰ ৬ জন, আই ইউএম এলৰ৪ জন ,সাংসদ
নেচনেল কনফাৰেন্সৰ ৩ জন , আৰএছ পিৰ ১ ,এম ডি এম কেৰ ১ জন আৰু এই এআই এম আই এম ৰ ২জন সাংসদ৷
উল্লেখ্য যে,নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,কে’বা গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,সেনা বাহিনীৰ তিনিও শাখাৰ মুৰব্বী ,বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nee Parliamant Building OpenPM Narendra Modi
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d