Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Supreme Court: কৰ্ণেল ছ’ফীয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়া মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে ক্ষুব্ধ সৰ্বোচ্চ ন্যায়ালয়

    Barpeta Trianga yatra: বৰপেটা জিলা নাগৰিক সমাজৰ উদ্যোগত বৰপেটাত ত্ৰিৰংগা যাত্ৰা

    Guwahati Theft: মহানগৰীৰ এটা ডেম্পত পাণবজাৰ আৰক্ষীৰ অভিযানত জব্দ ৩ কোটি টকাৰ কাঁহ-পিতল

    Charaideo Dist Court Judgement:চৰাইদেউৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

    Cotton University:কটন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী,শ্ৰেণী বৰ্জন শিক্ষাৰ্থীৰ

    সুন্দৰী ইউটিউবাৰৰ পাছত এইবাৰ গ্ৰেপ্তাৰ আন এজন ‘পাক চৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
May 19, 2025
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
3
SHARES
26
VIEWS
ShareShareShareShare

Horoscope: মেষ: মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ সফলতাৰ যোগ। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। ঘৰলৈ সুখ আহিব। স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

ADVERTISEMENT

বৃষ: যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব। প্রেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি থাকিব। কৰ্মচাৰীৰ মনৰ অশান্তি হ’ব। বাণিজ্যত উন্নতিৰ যোগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

মিথুন: সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। চাকৰিৰ ক্ষেত্ৰত সন্মান লাভ হ’ব। সৰু সৰু কথাত মানসিক কিছু প্রভাৱ পেলাব। আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৮।

কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ উন্নত। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

সিংহ: প্ৰেম আৰু পাৰিবাৰিক দিশত সুখ আৰু শান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ’ব। কর্মক্ষেত্রত আপোনাৰ ভাৱমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৬।

কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

তুলা: আজি আপোনাৰ শৰীৰৰ শুভ কাৰক হ’ব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ। কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা। বিদ্যাত যত্নৰ ফল পাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্ৰহৰ হোৱাৰ যোগ। প্রেম-প্রীতি আৰু সাংসাৰিক দুশ্চিন্তাৰ কাৰক। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

ধনুঃ দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অবলম্বন কৰিব। ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱা আশংকা। টকা-পইচা ধাৰত দিলে ঘূৰাই নাপায়। সন্তানৰ ভাল কামে আনন্দ দিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৫।

মকৰ ব্যৱসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। ব্যৱসায়ীসকল টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয়। শুভ ৰং বেঙুনীয়া। শুভসংখ্যা ২।

কুম্ভ: আজি দিনটো আপোনাৰ বাবে শাৰীৰিক সুস্থতা হৈ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অশান্তি হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।

মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। ভ্রমণত সাৱধান। নিজৰ ভুলৰ বাবে ক্ষতি হোৱা ভয় আছে। শুভ, নীলা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৮।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 18, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 17, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 16, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 15, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 14, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d