Horoscope :মেষঃ আয় বৃদ্ধি। যানবাহনৰ পৰা সাৱধান হ’ব। দুর্ঘটনা হোৱাৰ আশংকা। অতিথিৰ আগমন। শুভ ৰং নীলা, অশুভ হালধীয়া, শুভ সংখ্যা ৬।
বৃষ: প্ৰেমত বিবাহৰ সংয়োগ। শত্রুয়ে অনিষ্ট কৰিব পাৰে। ভ্রমণত সাৱধান। শুভ ৰং বগা, অশুভ কমলা, শুভ সংখ্যা ৬।
মিথুন: দক্ষতাৰে কাম কৰিব পাৰিব। গুণ গৰিমাৰ অধিকাৰী হ’ব পাৰিব। আনৰ সুনামত আঘাত নকৰিব, বিদ্যাত শুভ। শুভ ৰং হালধীয়া, অশুভ বেঙুনীয়া, শুভ সংখ্যা ৪।
কর্কট: খঙেৰে সমস্যা সমাধান নহ’ব। ধনৰ লালসা কমাওক। শত্ৰুৰ পৰা ভয়, খৰচ বৃদ্ধি। শুভ ৰং ক’লা, অশুভ সেউজীয়া, শুভ সংখ্যা ৪।
সিংহ: ত্যাগ আৰু আদর্শ দাঙি ধৰিব পাৰিব। আনৰ অন্যায় নকৰিব, যানবাহন লাভ। শুভ ৰং কমলা, অশুভ মেৰুণ, শুভসংখ্যা ৫।
কন্যা: অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব। জনপ্রিয়তা অৰ্জনৰ যোগ। মাটিবাৰী লাভ কৰিব পাৰিব। শুভ ৰং হালধীয়া, অশুভ ৰঙা, শুভ সংখ্যা ৫।
তুলা: কোনো কামত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মূল্যৱান তথ্য লাভ কৰিব পাৰিব। বহু পুৰণি স্মৃতিয়ে আমনি কৰিব। আয়বৃদ্ধি। শুভ ৰং কমলা, অশুভ নীলা। শুভ সংখ্যা ২।
বৃশ্চিক: ধৈর্য সহকাৰে কাম কৰিব। কুকুৰ-মেকুৰীৰ পৰা সাৱধান, মাদক দ্রব্য সেৱন নকৰিব। প্ৰেমত শুভ। শুভ ৰং নীলা, অশুভ-ৰঙা, শুভ সংখ্যা ১
ধনু: দুর্ঘটনাৰ আশংকা। তীর্থ ভ্রমণ কৰিব পাৰে। খং কমাব। মনৰ পৰা দুৰ্ভাৱনা আঁতৰিব, ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া, অশুভ কমলা, শুভ সংখ্যা ৩।
মকৰ: সমস্যা বৃদ্ধি, সম্পত্তিৰ লোভ কমাব। যিকোনো লোকক বিশ্বাসত নহ’ব। বিদ্যাত সমস্যা আছে। শুভ ৰং বগা, অশুভক’লা, শুভ সংখ্যা ৪।
কুম্ভ: জিৰণি লওক, হিংসুক মনোবৃত্তি ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। আনক প্রতিশ্রুতি নিদিব। শুভ ৰং কলা, অশুভ সেউজীয়া, শুভ সংখ্যা ৫।
মীন: আনৰ ওপৰত একো নিৰ্ভৰ নকৰিব, যাকে-তাকে সংগ নিদিব, খাদ্যৰ প্ৰতি সচেতন হওক। শুভ ৰং হালধীয়া, অশুভমুগ, শুভ সংখ্যা ৬।
































