Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জলমগ্ন ৰাস্তা ! মুম্বাইত জাৰি কৰা সতৰ্কবাণী

publisher by publisher
May 21, 2025
in India, News
Reading Time: 1 min read
0
জলমগ্ন ৰাস্তা ! মুম্বাইত জাৰি কৰা সতৰ্কবাণী
1
SHARES
7
VIEWS
ShareShareShareShare

Rain: মঙলবাৰৰ পৰা মুম্বাই, পুনেকে ধৰি মহাৰাষ্ট্ৰৰ কেবাটাও ঠাইত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ আৰম্ভ হৈছে। গ্ৰীষ্মৰ প্ৰচণ্ড গৰমৰ পৰা সাময়িকভাৱে সকাহ পোৱা গৈছে যদিও চাৰিওফালে জলমগ্ন হৈ হৈছে ৰাস্তা। সৃষ্টি হৈছে যানযটৰ সমস্যা ।

ADVERTISEMENT

বুধবাৰৰ পৰা অহা চাৰিদিনলৈ ৰাজ্যৰ একাংশ অঞ্চলত একেধৰণৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

RelatedPosts

Sachin Tendulkar’s Son Arjun Tendulkar Just married বিবাহপাশত আবদ্ধ হ’ল শচীন-পুত্র অর্জুন তেন্ডুলকাৰে

মুম্বাইত ৫৭ শতাংশ কৰ্কট আক্ৰান্তৰ ৰোগৰ বাবে দায়ী প্ৰদূষণ 

মুম্বাই উপকূলত আমেৰিকাৰ নিষেধাজ্ঞাপ্ৰাপ্ত ইৰাণসংযুক্ত তিনি তেল টেংকাৰ জব্দ

মঙলবাৰে সন্ধিয়াৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত মুম্বাইৰ পোৱাইৰ দৰে জনবসতিপূৰ্ণ অঞ্চলত যাতায়ত প্ৰায় স্তব্ধ হৈ পৰিছে।

ধুমুহাই জলবায়ু কমপ্লেক্সৰ সমীপৰ গছ উভালি পেলোৱাৰ ফলত যাতায়ত ব্যাহত হয়। ধাৰাসাৰ বৰষুণৰ ফলত ডুব গ’ল আন্ধেৰী ছাবমেট্ৰ’।

অৱশেষত বৃহনমুম্বাই পৌৰসভাৰ এটা দলে ড্ৰেনেজ মেচিন ব্যৱহাৰ কৰি পানী নিষ্কাশন কৰিবলৈ সেই স্থানত উপস্থিত হয়। পুনেতো একেধৰণৰ দৃশ্য দেখা গ’ল।

বিমানবন্দৰতো পানী জমা হৈছে। স্থানীয় ৰাইজৰ দাবী, অপৰিষ্কাৰ নলাৰ পৰা পানী ওফন্দি পথটো উটুৱাই লৈ যায়। থানে জিলাৰ মীৰা-ভয়ান্দৰ আৰু ৰত্নাগিৰি জিলাৰ ভেৰৱালি আৰু ভিলাভাৰে ষ্টেচনৰ মাজত প্ৰচণ্ড বজ্ৰপাত আৰু ভূমিস্খলনৰ হৈছে ।যাৰ বাবে সন্ধিয়া কেবাটাও পথত ৰেল সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে,মুম্বাই আঞ্চলিক বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, কৰ্ণাটক উপকূলৰ পূব-মধ্য আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। যাৰ বাবে বুধবাৰৰ পৰা শনিবাৰলৈ মহাৰাষ্ট্ৰৰ বৃহৎ অঞ্চলত বজ্ৰপাত আৰু বৰষুণ অব্যাহত থাকিব। অধিকাংশ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা।

কিছু ঠাইত বৰষুণৰ লগে লগে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলিব। বুধবাৰে পুনে, ৰত্নাগিৰি, সিন্ধুদুৰ্গ, অহিল্য নগৰ, কলহাপুৰ, বীদ, সোলাপুৰ, ধৰ্মশিৱ আৰু ছাত্ৰপতি সম্ভাজী নগৰৰ বাবে অতি প্ৰবল বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

মুম্বাই, পালঘৰ, থানে, ৰায়গড়, ধূলে, নন্দুৰবাৰ, জলগাঁও, নাশিক, সতৰা, সাংগলী, জালনা, অমৰাৱতী আৰু ভাণ্ডাৰাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heavy RainfallMUMBAIRainThunderstorm
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d