Body of poacher found in Kaziranga:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ দুৰামাৰি বন শিৱিৰ এলেকাত উদ্ধাৰ হয় চিকাৰীটোৰ মৃতদেহ ৷
ADVERTISEMENT
মৃতদেহ কাষত উদ্ধাৰ হৈছে এটা থ্ৰি নট থ্ৰি ৰাইফল, এটা হেণ্ডবেগ, এখন কুঠাৰ৷ বনৰক্ষী সহ জ্যেষ্ঠ বন বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত আৰম্ভ কৰিছে অভিযান ৷ এই পৰ্যন্ত পৰিচয় লাভ কৰা নাই চিকাৰীটোৰ ৷