Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Chirang UPPL: বিপিএফ আজিৰ তাৰিখত এটা বিগ জিৰো: ৰণগৌৰা নাৰ্জাৰী

publisher by publisher
May 26, 2025
in News, Assam
Reading Time: 2 mins read
0
Chirang UPPL: বিপিএফ আজিৰ তাৰিখত এটা বিগ জিৰো: ৰণগৌৰা নাৰ্জাৰী
1
SHARES
10
VIEWS
ShareShareShareShare

Chirang UPPL:

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিটিআৰত নিৰ্বাচনী বতাহ সিমানেই গৰম হোৱা পৰিলক্ষিত হৈছে । দিনে নিশাই ব্যাস্ত হৈ পৰিছে শাসক বিৰোধী ৰাজনৈতিক দল। ইয়াৰে মাজত মিত্ৰজোটৰ দুই দল বিজেপি-ইউপিপিএলে পৃথকে পৃথকে নিৰ্বাচনত অৱতিৰ্ণ হ’ব বিটিচিত। দেওবাৰে চিৰাঙৰ ডাংতল সন্ধিয়া ৭ বজাৰ পৰা ইউপিপিএল দলৰ অনুষ্ঠিত হয় এক যোগদান সভা ।

ADVERTISEMENT

বাংগালডোবা শাখা ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগদান সভাত উপস্থিত থাকে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ মেডিয়া কোষৰ হান্তিগিৰি নাৰ্জাৰী, লগতে ইউপিপিএলৰ চিৰাং জিলা আৰু কাজলগাঁও ব্লক সমিতিৰ নেতৃত্বৰ উপস্থিতিত বিজেপি দলৰ পৰা অহা ৩৬ জন পুৰুষ-মহিলাই ইউপিপিএল দলত যোগদান কৰে । সাংসদ নাৰ্জাৰীয়ে আনুষ্ঠানিক ভাৱে দলীয় গামোচাৰে আদৰি লয় আটাইকে ।

RelatedPosts

 Minister UG Brahma:বিজনীত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃ মূল্যায়ন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

Verdict in the gang rape of a minor:নাবালিকাক দলবদ্ধ ধৰ্ষণ গোচৰৰ দুই আচামীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড

যোগদান অনুষ্ঠানত সাংসদ নাৰ্জাৰীয়ে কয় যে এয়া গণতান্ত্ৰিক দেশ গতিকে ইয়াত সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ । সেয়ে বিজেপি,বিপিএফকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলে প্ৰতিদ্বন্দিতা কৰিব তাত কাৰো কোনো আপত্তি থাকিব নালাগে । আমি ইউপিপিএল দলৰ পৰা যোৱা পৰিষদীয় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰি বিটিআৰৰ পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছিলো ।

এতিয়া আমাৰ দলৰ স্থিতি অধিক শক্তিশালী হৈছে সেয়ে এইবাৰ আমি ৪০ টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম আৰু পৰিষদ গঠন কৰিবলৈ সক্ষম হম বুলি দাবী কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। তেওঁ লগতে কয় যে আচলতে ৰাইজে সিদ্ধান্ত ল’ব কোন দলক ভোট দিব । যিহেতু আমি যোৱা ৫টা বছৰত বিটিআৰত স্থায়ী শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ, জাতী ধৰ্ম নিৰ্বিশেষে সম অধিকাৰ আৰু সম উন্নয়ণ কৰিব পাৰিছো সেয়ে ৰাইজে নিশ্চয় আমাক ভোটদান কৰিব ৰাইজৰ ওপৰত সেই আস্থা আছে ।

এবছুৰ সভাপতিৰ আহ্বানত বিপিএফৰ সৈতে আলোচনাৰ কথা ওলাইছিল আৰু আমি আলোচনাত আগবাঢ়িছিলো যদিও এই ক্ষেত্ৰত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সদিচ্ছা নথকা বাবে সেয়া নহ’ল বুলি কয় সাংসদ জনে । হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বহু নেতাই আলোচনা বিচাৰিছিল আৰু সেয়া নোহোৱা বাবে হাগ্ৰামাক এৰি আমাৰ ওচৰলৈ আহিছে । বিটিআৰৰ উন্নয়ণ নিবিচাৰে হাগ্ৰামাই যাৰ বাবে যোৱা ৫ টা বছৰৰ এদিনো পৰিষদীয় সদনত উপস্থিত নহ’ল হাগ্ৰামা মহিলাৰী । তেওঁৰ কোনো দায়বদ্ধতাও নাই । হাগ্ৰামাৰ প্ৰতি মোহভঙ্গ হৈ বিপিএফ এৰি বাঘা বাঘা নেতা ইউপিপিএল দলত যোগদান কৰিলে। বিজেপি দলে প্ৰতিদ্বন্দিতা কৰিলে ইউপিপিএল দলৰ কোনো ক্ষতি নহয় ।

এনেকি প্ৰত্যাহ্বান নহয় বিপিএফ দলেই ইউপিপিএলৰ প্ৰত্যাহ্বান হ’ব যদিও আজিৰ তাৰিখত বিপিএফ দল সূন্য। গতিকে ইউপিপিএলৰ প্ৰতি ৰাইজৰ সঁহাৰি আছিল আৰু থাকিব আৰু পৰৱৰ্তি সময়তো ইউপিপিএল দলেই পৰিষদ গঠন কৰাটো নিশ্চিত বুলি কয় ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি ইউপিপিএলৰ মেডিয়া তেলৰ হান্তিগিৰি নাৰ্জাৰীয়ে কয় বিপিএফ দলে যোৱা ১৭ বছৰ শাসন কৰি অশান্তিৰ সৃষ্টি কৰিছিল বিটিচিত।

উন্নয়ণৰ পৰিৱৰ্তে প্ৰতিটো ক্ষেত্ৰত কেৱল দূৰ্ণীতিহে হৈছিল। কিন্তু যোৱা ৫ বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত স্থায়ী শান্তি প্ৰতিষ্ঠা হ’ল,আশা কৰা ধৰনে উন্নয়ণ হ’ল । গতিকে ইয়াত বিপিএফ দল আজিৰ তাৰিখত এটা বিগ জিৰো হৈ আছে । ইউপিপিএলৰ কোনো বিকল্প নাই বিটিচিত । ৰাইজৰ মৰম আছে আমাৰ লগত আৰু আমি পৰিষদ গঠন কৰিম বিপুল ভোটত জয়ী হৈ ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BangaldobaCHIRANGMP Rwngwra NarzaryUPPL Joining Programme
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d