Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Chirang UPPL: বিপিএফ আজিৰ তাৰিখত এটা বিগ জিৰো: ৰণগৌৰা নাৰ্জাৰী

publisher by publisher
May 26, 2025
in News, Assam
Reading Time: 2 mins read
0
Chirang UPPL: বিপিএফ আজিৰ তাৰিখত এটা বিগ জিৰো: ৰণগৌৰা নাৰ্জাৰী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

Chirang UPPL:

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিটিআৰত নিৰ্বাচনী বতাহ সিমানেই গৰম হোৱা পৰিলক্ষিত হৈছে । দিনে নিশাই ব্যাস্ত হৈ পৰিছে শাসক বিৰোধী ৰাজনৈতিক দল। ইয়াৰে মাজত মিত্ৰজোটৰ দুই দল বিজেপি-ইউপিপিএলে পৃথকে পৃথকে নিৰ্বাচনত অৱতিৰ্ণ হ’ব বিটিচিত। দেওবাৰে চিৰাঙৰ ডাংতল সন্ধিয়া ৭ বজাৰ পৰা ইউপিপিএল দলৰ অনুষ্ঠিত হয় এক যোগদান সভা ।

ADVERTISEMENT

বাংগালডোবা শাখা ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগদান সভাত উপস্থিত থাকে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ মেডিয়া কোষৰ হান্তিগিৰি নাৰ্জাৰী, লগতে ইউপিপিএলৰ চিৰাং জিলা আৰু কাজলগাঁও ব্লক সমিতিৰ নেতৃত্বৰ উপস্থিতিত বিজেপি দলৰ পৰা অহা ৩৬ জন পুৰুষ-মহিলাই ইউপিপিএল দলত যোগদান কৰে । সাংসদ নাৰ্জাৰীয়ে আনুষ্ঠানিক ভাৱে দলীয় গামোচাৰে আদৰি লয় আটাইকে ।

যোগদান অনুষ্ঠানত সাংসদ নাৰ্জাৰীয়ে কয় যে এয়া গণতান্ত্ৰিক দেশ গতিকে ইয়াত সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ । সেয়ে বিজেপি,বিপিএফকে আদি কৰি বিভিন্ন ৰাজনৈতিক দলে প্ৰতিদ্বন্দিতা কৰিব তাত কাৰো কোনো আপত্তি থাকিব নালাগে । আমি ইউপিপিএল দলৰ পৰা যোৱা পৰিষদীয় নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰি বিটিআৰৰ পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছিলো ।

এতিয়া আমাৰ দলৰ স্থিতি অধিক শক্তিশালী হৈছে সেয়ে এইবাৰ আমি ৪০ টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম আৰু পৰিষদ গঠন কৰিবলৈ সক্ষম হম বুলি দাবী কৰে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। তেওঁ লগতে কয় যে আচলতে ৰাইজে সিদ্ধান্ত ল’ব কোন দলক ভোট দিব । যিহেতু আমি যোৱা ৫টা বছৰত বিটিআৰত স্থায়ী শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছোঁ, জাতী ধৰ্ম নিৰ্বিশেষে সম অধিকাৰ আৰু সম উন্নয়ণ কৰিব পাৰিছো সেয়ে ৰাইজে নিশ্চয় আমাক ভোটদান কৰিব ৰাইজৰ ওপৰত সেই আস্থা আছে ।

এবছুৰ সভাপতিৰ আহ্বানত বিপিএফৰ সৈতে আলোচনাৰ কথা ওলাইছিল আৰু আমি আলোচনাত আগবাঢ়িছিলো যদিও এই ক্ষেত্ৰত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সদিচ্ছা নথকা বাবে সেয়া নহ’ল বুলি কয় সাংসদ জনে । হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বহু নেতাই আলোচনা বিচাৰিছিল আৰু সেয়া নোহোৱা বাবে হাগ্ৰামাক এৰি আমাৰ ওচৰলৈ আহিছে । বিটিআৰৰ উন্নয়ণ নিবিচাৰে হাগ্ৰামাই যাৰ বাবে যোৱা ৫ টা বছৰৰ এদিনো পৰিষদীয় সদনত উপস্থিত নহ’ল হাগ্ৰামা মহিলাৰী । তেওঁৰ কোনো দায়বদ্ধতাও নাই । হাগ্ৰামাৰ প্ৰতি মোহভঙ্গ হৈ বিপিএফ এৰি বাঘা বাঘা নেতা ইউপিপিএল দলত যোগদান কৰিলে। বিজেপি দলে প্ৰতিদ্বন্দিতা কৰিলে ইউপিপিএল দলৰ কোনো ক্ষতি নহয় ।

এনেকি প্ৰত্যাহ্বান নহয় বিপিএফ দলেই ইউপিপিএলৰ প্ৰত্যাহ্বান হ’ব যদিও আজিৰ তাৰিখত বিপিএফ দল সূন্য। গতিকে ইউপিপিএলৰ প্ৰতি ৰাইজৰ সঁহাৰি আছিল আৰু থাকিব আৰু পৰৱৰ্তি সময়তো ইউপিপিএল দলেই পৰিষদ গঠন কৰাটো নিশ্চিত বুলি কয় ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি ইউপিপিএলৰ মেডিয়া তেলৰ হান্তিগিৰি নাৰ্জাৰীয়ে কয় বিপিএফ দলে যোৱা ১৭ বছৰ শাসন কৰি অশান্তিৰ সৃষ্টি কৰিছিল বিটিচিত।

উন্নয়ণৰ পৰিৱৰ্তে প্ৰতিটো ক্ষেত্ৰত কেৱল দূৰ্ণীতিহে হৈছিল। কিন্তু যোৱা ৫ বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত স্থায়ী শান্তি প্ৰতিষ্ঠা হ’ল,আশা কৰা ধৰনে উন্নয়ণ হ’ল । গতিকে ইয়াত বিপিএফ দল আজিৰ তাৰিখত এটা বিগ জিৰো হৈ আছে । ইউপিপিএলৰ কোনো বিকল্প নাই বিটিচিত । ৰাইজৰ মৰম আছে আমাৰ লগত আৰু আমি পৰিষদ গঠন কৰিম বিপুল ভোটত জয়ী হৈ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BangaldobaCHIRANGMP Rwngwra NarzaryUPPL Joining Programme
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d