Mazza cold drink :
এতিয়া গৰমৰ বতৰ ৷ এই বতৰত শৰীৰ শাত পেলাবলৈ প্ৰায়ে লোকৰে প্ৰিয় হৈ পৰে শীতল পানীয়ৰ পেকেট মাজা ৷ কিন্ত এতিয়াৰ পৰা মাজা খাঁওতে হওক সাৱধান ৷ কিয়নোএইবাৰ মাজাৰ পেকেটত ওলাল অখাদ্য ৷ এই ঘটনা সংঘটিত হয় বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকানাবাৰীত ৷ আত্মসহায়ক গোটৰ সভালৈ অনা মাজাৰ পেকেটত ওলাল অখাদ্য ৷
ADVERTISEMENT
আত্মসহায়ক গোটৰ চিআৰপি মাহমুদা খাতুনে কিনি অনা দহটকীয়া মাজাৰ পেকেটৰ ভিতৰত ওলাল উক্ত অখাদ্য সামগ্ৰী ৷ ইতিমধ্যে এই ঘটনাটোক লৈ বঙাইগাঁৱত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ।






























