Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorhat:যোৰহাটত “স্বাস্থ্যই পৰম ধন” শীৰ্ষক সজাগতা সভা সম্পন্ন

সুস্থ শৰীৰৰ অধিকাৰী হবৰ বাৱে শাৰীৰিক, মানসিক, সামাজিক ভাৱে সুস্থ হব লাগিব: ডাঃ উত্তম কুমাৰ নাথ

publisher by publisher
December 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Jorhat:যোৰহাটত “স্বাস্থ্যই পৰম ধন” শীৰ্ষক সজাগতা সভা সম্পন্ন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Jorhat JB College : যোৰহাটৰ জেবি কলেজৰ ৰেগিং কাণ্ডৰ অভিযুক্তক শাস্তি প্ৰদান

Jorhat:

স্বাস্থ্য মানুহৰ পৰম সম্পদ। স্বাস্থ্য থাকিলেহে সকলো কাম সম্ভৱ। এই লক্ষ আৰু উদ্দেশ্য আগত লৈ বিগত বহু বর্ষ ধৰি কাম কৰি আহিছে বিশিষ্ট দৌৰবিদ অভিজিত বৰুৱাই। আৰু উঠি অহা প্ৰজন্মক এক সুস্থ স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবৰ বাবে নিজা প্ৰচেষ্টা গঠন কৰিছে অভিজিত বৰুৱা ফিটনেছ একাডেমী । যিখন একাডেমীত বৰ্তমান সময়ত যোৰহাট জিলাৰ বহু সংখ্যক ছাত্ৰ- ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সমাজলৈ এক সু- বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ADVERTISEMENT

বিশেষকৈ বৰ্তমান সময়ত উঠি অহা যুৱ প্ৰজন্মই নিজকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে, সেই সময়ত যোৰহাটৰ বিশিষ্ট দৌৰবিদ তথা গ্ৰীনিজ ৰেকৰ্ডৰ অধিকাৰী অভিজিত বৰুৱাৰ নেতৃত্বত গঠন হোৱা অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত আজি যোৰহাটৰ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় “স্বাস্থ্যই পৰম ধন” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।

যোৰহাটৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিত থকা অনুষ্ঠানৰ আৰম্ভণীতেই বন্তি প্ৰজলন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ উৎপল জ্যোতি মহন্তই। বন্তি প্ৰজ্বলন কৰি ডঃ মহন্তই কয় যে, আমাৰ ঘৰখন প্ৰথমে ভাল কৰি ৰাখিব লাগিব। ঘৰখনৰ পৰিবেশ ভাল হলে চুক-চুবুৰী, সমাজ সুস্থ হৈ উঠিব। আৰু এখন শক্তিশালী দেশ গঠন কৰা সম্ভৱ হব। আমি যিদৰে সুস্থ মন লৈ মন্দিৰ নামঘৰলৈ যাওঁ। ঠিক একেদৰে আমি বিদ্যালয়, মহাবিদ্যালয়লৈ যাওঁতে অলাগতিয়াল সামগ্ৰী নিনিয়াকৈ নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ যোৱা উচিত। আমাৰ ভৱিষ্যত দেশ খন চলাই নিব লাগিব আজিৰ প্ৰজন্মই। আৰু আজিৰ প্ৰজন্ম যদি পংগু হৈ পৰে দেশ মাতৃয়ে কাৰ চকুলৈ চাব। সেইবাবে আজিৰ প্ৰজন্মই নিজক সকলো দিশতে সজাগ সচেতন হৈ আগুৱাই যোৱা উচিত।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চি আৰ পি এফৰ কামাণ্ডেণ্ট বিকাশ কুমাৰ সিংহাই কয় যে, স্বাস্থ্যই হৈছে মানৱ জীৱনৰ এক মূল সম্পদ। এক সুন্দৰ স্বাস্থ্য নাথাকিলে এখন শক্তিশালী সমাজ গঢ়ি তুলিবলৈ সক্ষম নহম। শৰীৰক সুস্থ ৰাখিবৰ বাবে আমি মানসিক ভাবেও সুস্থ হৈ থাকিব লাগিব। এখন গাড়ীত যদি পেট্ৰলৰ লগত পানী দিয়া হয় তেন্তে গাড়ী খন অচল হৈ পৰে। আমাৰ মানৱ শৰীৰৰ ক্ষেত্ৰতো একে নিয়ম। অখাদ্য খালে আমাৰ শৰীৰ নষ্ট হব। সেইবাবে সকলোৱে এক স্বাস্থ্য সন্মত খাদ্য খোৱা প্ৰয়োজন।

বিশিষ্ট শিল্পী পঞ্চনন দত্তই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা হয় এই অনুস্থান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ উত্তম কুমাৰ নাথে কয় যে, বৰ্তমান যুগ তথ্য প্ৰযুক্তিৰ যুগ। এই যুগত আমি সকলো নিজক লৈ ব্যস্ত। আৰু পাহৰি গৈছোঁ নিজৰ স্বাস্থ্যৰ যত্ন লবলৈ। কিন্তু স্বাস্থ্য থাকিলেহে সকলো সম্ভৱ। আৰু এই কথা সকলো ছাত্ৰ-ছাত্ৰীয়ে শৈশৱ কালৰ পৰাই অনুধাৱন কৰা উচিত। এক সু-স্বাস্থ্যৰ অধিকাৰী হবৰ বাবে আমি শাৰীৰিক , মানসিক , সামাজিক ভাৱে সুস্থ হব লাগিব। পূৰ্বতে আমি খৰিত ৰান্ধি খাইছিলোঁ। যিটো অতি স্বাস্থ্য সন্মত আছিল।

কিন্তু সেই পৰিবেশ এতিয়া নাই । যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলো সলনি হৈছে। কিন্তু পৰিৱৰ্তিত সময়ৰ লগত আমি নিজকে স্বাস্থ্য সন্মত কৰি ৰাখিব লাগিব। আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডাঃ গোলাপ ডেকা, শিৱ কলিতা, ইউটিউবাৰ দিম্পূ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল। আজিৰ অনুষ্ঠানত উপস্থিত থাকি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ অভিজিত বৰুৱাই কয় যে, স্বাস্থ্যই পৰম ধন এই বাক্য আমাক আমাৰ ককা আইতাই শিকাই গৈছে। আৰু ভাল খাদ্য খালেহে ভাল চিন্তাৰ চিন্তা কৰা সম্ভৱ। আৰু ই সকলো ক্ষেত্ৰত সফলতা দিব পাৰে যুৱ প্ৰজন্মক। আৰু সেই চেষ্টাই আমি কৰি আহিছো আৰু এই একাডেমী প্ৰতিষ্ঠা কৰিছোঁ যাতে উঠি অহা প্ৰজন্ম এক সঠিক দিশত আগুৱাই যাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhijit Baruah Fitness AcademyHealth Awareness MeetingJorhat JB College
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d