Sankarjyoti Baruah Baill granted:
শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত জামিন লাভ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে ৷অচিৰেই কাৰাগাৰৰ বাহিৰলৈ আহিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷
ADVERTISEMENT
উল্লেখ্য যে ১৯ মে’ত বহু বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতিক৷ বিগত ৬ দিনে জে’লত কাৰাবন্দী হৈ আছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকআন ৷