Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

বৃদ্ধি কৰে আয়ুসো : নতুন গৱেষণাত দাবী

publisher by publisher
May 26, 2025
in Lifestyle
Reading Time: 1 min read
0
বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ

Vitamin D : শিক্ষিতসকলে জানে যে শৰীৰে ঘাইকৈ সূৰ্যৰ পোহৰৰ পৰা ‘ডি’ ভিটামিন আহৰণ কৰে। ‘ডি’ ভিটামিনে শৰীৰৰ হাড়ৰ গঠন শক্তিশালী কৰাৰ কথাও বহুতৰে অৱগত।

ADVERTISEMENT

কেৱল হাড়ৰ গঠনেই শক্তিশালী কৰা নহয়, ‘ডি’ ভিটামিনে আন কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰে। ইয়াৰ ভিতৰত ৰোগ প্ৰতিৰোধ, বার্ধক্য আগমনত বাধা দিয়া আদিও আছে।

এইসমূহ তথ্য শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জর্জিয়া চিকিৎসা মহাবিদ্যালয় আৰু মাছ জেনেৰেল ব্রিগহামৰ বিজ্ঞানীসকলৰ গৱেষণাত পোহৰলৈ অহা অনুসৰি, শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ‘ডি’ ভিটামিন থাকিলে ই বার্ধক্যৰ আগমনো পলম কৰে।

কাৰণ এই ভিটামিনৰ ‘এন্টি এজিং’ বা বার্ধক্য প্ৰতিৰোধৰ গুণ আছে। কোৱা বাহুল্য যে অধিকাংশ মানুহেই বার্ধক্যক আদৰি ল’ব নিবিচাৰে। সম্প্রতি এনে লোকসকললৈ স্বস্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে উক্ত গৱেষকসকলে।

তেওঁলোকৰ গৱেষণাত পোহৰলৈ অহা মতে, বার্ধক্য প্রতিৰোধ একমাত্র ‘ডি’ ভিটামিনেহে কৰিব পাৰে। এই গৱেষণাৰ তথ্য আমেৰিকান জাৰ্ণেল অব ক্লিনিকেল নিউট্রিছনত প্রকাশ পাইছে।

কেনেদৰে ‘ডি’ ভিটামিনে বার্ধক্য প্ৰতিৰোধ কৰে!উক্ত গৱেষণাৰ স’তে জড়িত বিজ্ঞানীসকলৰ অন্যতম ডাঃ জোৱান মেন্সনে সাংবাদিকৰ আগত কয় যে শৰীৰত ভিটামিন ‘ডি’ ছাপ্লিমেন্ট বা পৰিপূৰকৰূপে থাকে। ইয়ে বার্ধক্য আগমন পলম কৰে।

শৰীৰৰ অভ্যন্তৰত প্রদাহ হ্রাস কৰি আৰু ৰোগ প্ৰতিৰোধী কোষসমূহক সক্রিয় ৰাখি তথা জটিল ৰোগৰ মাত্রা হ্রাস কৰি এই ভিটামিনে বাৰ্ধক্যৰ আগতীয়া আগমন প্রতিৰোধ কৰে। নতুন কোষৰ সৃষ্টিতো এই ভিটামিনে ভূমিকা পালন কৰে।

কেবল সেয়াই নহয় অস্থিমজ্জাত বীজ কোষত অবস্থান কৰি এই ভিটামিনে অনেক গুৰুত্বপূৰ্ণ কোষৰ সৃষ্টি কৰে। চিকিৎসা বিজ্ঞানীসকলৰ মতে, ৩০ বছৰ বয়সৰ পাছত মানৱ শৰীৰত প্ৰতি ১০ বছৰত হৃদযন্ত্র, যকৃত, বৃক্ক আৰু শ্ৰৱণশক্তিৰ কাৰ্যক্ষমতা পাঁচ-১০ শতাংশকৈ হাস পায়।

গতিকে ৫০ বছৰলৈ মানৱ শৰীৰৰ গুৰুত্বপূর্ণ অংগসমূহৰ ক্ষমতা প্রায় ২০ শতাংশ হ্রাস পায়। এই হিচাপত ৮০ বছৰত এজন ব্যক্তিৰ এনে অংগসমূহৰ ক্ষমতা ৫০ শতাংশ অথবা ততোধিক হ্রাস পায়।

ইয়াৰ কাৰণ হৈছে বয়স বৃদ্ধিৰ লগে লগে কোষৰ ক্ষয় আৰম্ভ হয়। সম্প্রতি গৱেষকসকলে প্রকাশ কৰিছে যে ‘ডি’ ভিটামিনে কোষৰ এই ক্ষয় হ্রাস কৰিব পাৰে। তেওঁলোকৰ মতে, কোষৰ মূল জিনগত উপাদান হ’ল ক্রম’জম।

ক্রম’জমসমূহ দেখাত ‘এক্স’ আখৰৰ নিচিনা। ইয়াৰ দুটা বাহুৰ সৰুটোৰ শেষ প্রান্তক টেল’মিয়াৰ বুলি কোৱা হয়। বয়স বৃদ্ধিৰ লগে লগে এই টেল’মিয়াৰতে ক্ষয় আৰম্ভ হয়। কোষৰ যিমানবাৰ বিভাজন ঘটে, তাৰ হিচাপো লিপিবদ্ধ থাকে।

যেতিয়া কোষৰ বিভাজন প্রক্রিয়া সম্পূর্ণরূপে বন্ধ হয় তেতিয়াই কোষৰ মৃত্যু হয়। সম্প্রতি গৱেষকসকলে দাবী কৰিছে যে ‘ডি’ ভিটামিনে এই প্রক্রিয়াক পিছুৱাব পাৰে।

গতিকে মানৱ শৰীৰত উপযুক্ত পৰিমাণৰ ‘ডি’ ভিটামিন বা ভিটামিন ‘ডি-৩’ থকাৰ প্ৰয়োজন। ইয়ে বয়স বৃদ্ধিৰ পাছতো শৰীৰৰ সকলো অংগ-প্রত্যংগ কার্যক্ষম কৰি বাখে। দৰাচলতে শৰীৰৰ বয়স বৃদ্ধি এই ভিটামিনে প্ৰতিৰোধ কৰে। এই সম্পর্কত অধিক গৱেষণা অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Vitamin D
publisher

publisher

Related Posts

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d