Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্ৰহ্মছ দ্বাৰা বিধ্বস্ত হৈ পৰিল পাকিস্তান!নিজেই স্বীকাৰ কৰিলে শ্বাহবাজ শ্বৰীফে

    নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ

    Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

    ‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !

    ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 

    NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

publisher by publisher
May 27, 2025
in India, News
Reading Time: 1 min read
0
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
1
SHARES
6
VIEWS
ShareShareShareShare

Jharkhand: ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযানত আন এক সফলতা। নিৰাপত্তাৰক্ষীৰ স’তে বন্দুকৰ যুঁজত নিহত শীৰ্ষ মাওবাদী নেতা। মঙলবাৰে পুৱা এই তথ্য প্ৰকাশ কৰে আৰক্ষীয়ে।

ADVERTISEMENT

এই অভিযানত আহত হয় আন এজন মাওবাদী নেতা। যাৰ মূৰৰ দাম ১৫ লাখ টকা।

RelatedPosts

ওড়িছাত মাওবাদীয়ে লুটিলে বিস্ফোৰক ভৰ্তি ট্ৰাক ! আক্ৰমণৰ পৰিকল্পনা? 

মূৰৰ মূল্য আছিল পাঁচ লাখ টকা!

মূৰৰ দাম আছিল কোটি টকা!

তথ্য অনুসৰি, সোমবাৰে নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা পালামৌ জিলাৰ সীটাচুনা অঞ্চলত একাংশ মাওবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে। ইয়াৰ পাছতে নিৰাপত্তাৰক্ষীয়ে অভিযান চলায়। ঘন বনাঞ্চলত অনুসন্ধান আৰম্ভ হোৱাৰ লগে লগে মাওবাদীয়ে নিৰ্বিচাৰে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।

দীৰ্ঘসময় ধৰি বন্দুকৰ যুঁজৰ অন্তত অৱশেষত নিহত হ’ল মাওবাদীৰ এগৰাকী শীৰ্ষ নেতা তুলসী ভূঞা। আহত আন এজন মাওবাদী নেতা। তেওঁৰ নাম নিতেশ যাদৱ। আৰক্ষীৰ সূত্ৰ অনুসৰি এই অভিযানত এটা ৰাইফলসহ কেবাটাও আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

উল্লেখযোগ্য যে,বিগত চাৰি দিনত ঝাৰখণ্ডত তিনিগৰাকী শীৰ্ষ মাওবাদী নেতাৰ মৃত্যু হৈছে। এই তালিকাত আছে মাওবাদী নেতা পাপ্পু লোহৰা। এই পাপ্পু ঝাৰখণ্ডৰ জনমুক্তি পৰিষদৰ মুৰব্বী। যাৰ মূৰৰ দাম আছিল ১০ লাখ টকা।

ঝাৰখণ্ডৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়েও চত্তীশগড়ত ৰঙা সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে ,২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা দিছে গৃহমন্ত্ৰী অমিত শ্বাহে।

তেতিয়াৰ পৰাই চত্তীশগড়, ঝাৰখণ্ডৰ দৰে মাওবাদী আক্রান্ত ৰাজ্যত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JharkhandMaoist
publisher

publisher

Related Posts

ব্ৰহ্মছ দ্বাৰা বিধ্বস্ত হৈ পৰিল পাকিস্তান!নিজেই স্বীকাৰ কৰিলে শ্বাহবাজ শ্বৰীফে
News

May 29, 2025
নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ
News

নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰিল যাত্রীবাহী বাছ

May 29, 2025
Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম
News

Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

May 29, 2025
‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !
India

‘গুৰুদক্ষিণা বিচাৰো পাক অধিকৃত কাশ্মীৰ’, সেনাপ্রধানক গুৰুৰ আদেশ !

May 29, 2025
ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 
News

ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 

May 29, 2025
NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল
News

NHPC Workers Pressmeet:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল

May 29, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d