Drugs Seized In Samaguri:
আৰক্ষীৰ ক্ষীপ্ৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক ৷ বিশেষ খবৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে চামগুৰিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্তকিতে অভিযান চলাই এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT
ধৃত যুৱকজনৰ পৰা বহু কেইটা চাবোনৰ বাকচ জব্দ কৰে ৷ বাকচ কেইটাত আছিল নিষিদ্ধ ড্ৰাগছ । ইতিমধ্যে অধিক জেৰাৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীক ৷