Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

publisher by publisher
June 2, 2025
in India, News
Reading Time: 1 min read
0
ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 
1
SHARES
13
VIEWS
ShareShareShareShare

ব্রহ্মপুত্ৰৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি ভাৰতক ব্লেকমেইলিঙৰ অপচেষ্টা চলাইছে চীনে। পাকিস্তানী সন্ত্রাসবাদীয়ে যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত কৰা নৰসংহাৰৰ প্ৰত্যুত্তৰৰূপে ভাৰতে কে’বা দশক পুৰণি সিন্ধু জলচুক্তি বাতিল কৰাক লৈ খৰ্গহস্ত হৈ চুবুৰীয়া কমিউনিষ্ট ৰাষ্ট্ৰখনে ভাৰতবিৰোধী ষড়যন্ত্ৰৰ জাল গুঠিছে।

ADVERTISEMENT

সম্প্রতি দেশখনে পাকিস্তানৰ সমৰ্থনত ব্ৰহ্মপুত্ৰৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰৰ স্পষ্ট ইংগিত দিছে। প্রত্যক্ষভাৱে চীন চৰকাৰে এই ব্লেকমেইলিঙৰ কূটনীতিত নমাৰ কথা ঘোষণা কৰা নাই যদিও বেইজিংস্থিত ‘চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল’বেলাইজেচন’ শীর্ষক সংস্থাটোৰ উপাধ্যক্ষ ভিক্টৰ জিকাই গাৱে ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে।

RelatedPosts

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

ইটোৰ পাছত সিটো ভূমিকম্পত ফাট মেলিল কৰাচী জেল !

অপাৰেচন সিন্দূৰৰ সময়ত সেনাৰ গতিবিধিৰ তথ্য সৰবৰাহৰ ! 

ভাৰতক সকীয়াই দি গাৱে কয়, ‘আপোনালোকে নিজৰ ক্ষেত্ৰত যিটো নিবিচাৰে, তেনে কাৰ্য আনৰ প্ৰতি নকৰিব।’ ইয়াৰ দ্বাৰা চীনা বিশেষজ্ঞজনে ভাৰতে পাকিস্তানলৈ পানী বৈ যোৱা বন্ধ কৰি সিন্ধু জলচুক্তি বাতিল কৰাক ইংগিত দিছে। উল্লেখ্য যে অপাৰেছন সিন্দূৰ চলি থকা সময়তে চীনে পাকিস্তানলৈ মুকলি সমর্থন ঘোষণা কৰে।

সম্প্রতি দেশখনে ভাৰতৰ প্ৰতি অধিক শত্রুতাচৰণ কৰিবলৈ লোৱাটো দেশখনৰ বিশেষজ্ঞজনৰ দম্ভালিপূর্ণ ভাষ্যত প্রতিপন্ন হৈছে। লক্ষ্যণীয়ভাবে চীনে ২০২২ৰ পৰা ব্ৰহ্মপুত্ৰৰ জলবৈজ্ঞানিক তথ্যও ভাৰতক প্ৰদান কৰা নাই। ব্ৰহ্মপুত্ৰৰ নৈসমূহৰ জলবৈজ্ঞানিক তথ্য আদান-প্রদানৰ বাবে চীন-ভাৰতৰ মাজত পূর্বে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ নবীকৰণ হোৱা নাই।

ইয়াক লৈ ভাৰতে বিশেষকৈ অসম-অৰুণাচল প্ৰদেশ আদিৰ লোকসকলে উদ্বেগ প্রকাশ কৰি আহিছে। তেনে সময়তে পোহৰলৈ আহে যে চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত বিশ্বৰে সর্বোচ্চ উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি সিংহভাগ পানী নিজৰ দেশলৈ বোৱাই নিয়াৰ পৰিকল্পনা কৰিছে।

লক্ষ্যণীয়ভাৱে দেশৰ প্রাকৃতিক জল উৎসসমূহৰ এক তৃতীয়াংশ অৱদান ব্ৰহ্মপুত্ৰৰ পৰা আহে। তদুপৰি ব্ৰহ্মপুত্রই সমগ্র দেশত ৪০ শতাংশৰো অধিক জলবিদ্যুৎ উৎপাদন সম্ভাৱনা বহন কৰিছে। গতিকে ব্রহ্মপুত্ৰক লৈ চীনে ভাৰতবিৰোধী ষড়যন্ত্ৰত নামিছে।

চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল’বেলাইজেচনৰ উপাধ্যক্ষ গাৱৰ স’তে এক সাক্ষাৎকাৰ এটা ভাৰতীয় সংবাদ প্রতিষ্ঠানে গ্রহণ কৰে। এই সাক্ষাৎকাৰত তেওঁ পাকিস্তানক সহায় কৰাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰৰ পানী চীনে অস্ত্রৰূপে ব্যৱহাৰ কৰিব বুলি তিনিবাৰকৈ উল্লেখ কৰে।

ব্ৰহ্মপুত্র বংগোপসাগৰত মিলিত হোৱাৰ পূৰ্বে উত্তৰ-পূব ভাৰতৰে বৈ থকাত চীনা বিশেষজ্ঞজনে সকীয়নিৰ সুৰত কয় যে এই ক্ষেত্রত ভাৰত মধ্যস্থলৰ দেশৰূপে স্পৰ্শকাতৰ ৰূপত আছে। ভাৰতে সিন্ধু জলচুক্তি বাতিল কৰাৰ দৰে ব্ৰহ্মপুত্ৰক লৈ চীনে অনুৰূপ পদক্ষেপ গ্রহণ কৰিলে ভাৰত জটিলতাৰ সন্মুখীন হ’ব বুলি গাৱে হুংকাৰ দিয়ে।

চীনৰ নদীবান্ধে কেইমিনিটমানৰ ভিতৰতে ধ্বংস কৰিব অসম-অৰুণাচল প্রদেশক ভাৰতবিৰোধী পাকিস্তানৰ কাষত সর্বদা থিয় হৈ অহা চীনে তিব্বতৰ মেদ’গ কাউন্টিত বিশ্বৰে সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ভাৰতৰ সীমান্তৰ পৰা মাথোঁ ৩০ কিলোমিটাৰ নিলগত অৱস্থিত এই স্থানত ৬০ গিগাৱাট বিদ্যুৎ উৎপাদনক্ষম বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি যোৱা ছয় জানুৱাৰীত চীনে ঘোষণা কৰে।

ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত দেশখনে ১৩৭ বিলিয়ন ডলাৰ অৰ্থাৎ সাত হেজাৰ কোটিৰো অধিক টকা ব্যয়ৰে চীনে নির্মাণ কৰিবলৈ লোৱা এই বান্ধ সম্প্ৰতি ভাৰত চৰকাৰৰ মূৰৰ কামোৰণিত পৰিণত হৈছে। এই বান্ধে অসম আৰু অৰুণাচল প্ৰদেশলৈ ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই অনাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।

ভূমিকম্প, নির্মাণগত ত্রুটি অথবা জমা হোৱা পানীয়ে বান্ধটো ভাঙিলে কেইমিনিটমানৰ ভিতৰতে অসম আৰু অৰুণাচল প্রদেশ ধ্বংসস্তূপত পৰিণত হ’ব বুলি বিশেষজ্ঞসকলে ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে। আনকি বান্ধটো নভঙা অৱস্থাতো অসম আৰু অৰুণাচল প্রদেশত ইয়ে ভয়াৱহ দুর্যোগ সৃষ্টি কৰাৰ আশংকা আছে।

বিশেষকৈ বাৰিষাত বান্ধৰ পৰা অতিৰিক্ত পানী চীনে এৰি দিলে নামনি তথা অৰুণাচল প্রদেশ আৰু অসমত ভয়াৱহ বানৰ সৃষ্টি হ’ব পাৰে। কাৰণ উত্তৰ-পূবৰ এই ৰাজ্য দুখনৰ ৪০ শতাংশ ভূমিয়েই বানপ্রবল। উল্লেখ্য যে ব্রহ্মপুত্র অৱবাহিকাই চীন, ভাৰত, ভূটান আৰু বাংলাদেশৰ ৫,৮০,০০০ বর্গ কিলোমিটাৰ ভূমিক সামৰি লৈছে।

ইয়াৰ যাত্রাপথৰ ৩৩.৬ শতাংশ ভূমিয়েই হৈছে ভাৰতৰ। আনহাতে, ব্ৰহ্মপুত্ৰ অসম আৰু অৰুণাচল প্ৰদেশৰ বাবে জীৱনী শক্তিত পৰিণত হৈ আছে। দুয়োখন ৰাজ্যৰ কৃষি, খোৱাপানী আৰু শেহতীয়াভাবে জলবিদ্যুৎ উৎপাদনতো ব্রহ্মপুত্রই ভূমিকা পালন কৰিবলৈ লৈছে।

ব্রহ্মপুত্ৰই প্ৰতি ছেকেণ্ডত উত্তৰ-পূব ভাৰতত সাত লাখ কিউবিক ফুট পানী যোগান ধৰে। এই পানীক লৈয়ে সম্প্রতি চীন ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত নামিছে। একমাত্র পাকিস্তানক সহায় কৰাৰ স্বাৰ্থত দেশখনে এই ষড়যন্ত্ৰৰ জাল গুঠিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BrahmaputraChinaindiaPakistan
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d