Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

publisher by publisher
June 2, 2025
in India, News
Reading Time: 1 min read
0
ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

ব্রহ্মপুত্ৰৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি ভাৰতক ব্লেকমেইলিঙৰ অপচেষ্টা চলাইছে চীনে। পাকিস্তানী সন্ত্রাসবাদীয়ে যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত কৰা নৰসংহাৰৰ প্ৰত্যুত্তৰৰূপে ভাৰতে কে’বা দশক পুৰণি সিন্ধু জলচুক্তি বাতিল কৰাক লৈ খৰ্গহস্ত হৈ চুবুৰীয়া কমিউনিষ্ট ৰাষ্ট্ৰখনে ভাৰতবিৰোধী ষড়যন্ত্ৰৰ জাল গুঠিছে।

ADVERTISEMENT

সম্প্রতি দেশখনে পাকিস্তানৰ সমৰ্থনত ব্ৰহ্মপুত্ৰৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰৰ স্পষ্ট ইংগিত দিছে। প্রত্যক্ষভাৱে চীন চৰকাৰে এই ব্লেকমেইলিঙৰ কূটনীতিত নমাৰ কথা ঘোষণা কৰা নাই যদিও বেইজিংস্থিত ‘চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল’বেলাইজেচন’ শীর্ষক সংস্থাটোৰ উপাধ্যক্ষ ভিক্টৰ জিকাই গাৱে ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে।

ভাৰতক সকীয়াই দি গাৱে কয়, ‘আপোনালোকে নিজৰ ক্ষেত্ৰত যিটো নিবিচাৰে, তেনে কাৰ্য আনৰ প্ৰতি নকৰিব।’ ইয়াৰ দ্বাৰা চীনা বিশেষজ্ঞজনে ভাৰতে পাকিস্তানলৈ পানী বৈ যোৱা বন্ধ কৰি সিন্ধু জলচুক্তি বাতিল কৰাক ইংগিত দিছে। উল্লেখ্য যে অপাৰেছন সিন্দূৰ চলি থকা সময়তে চীনে পাকিস্তানলৈ মুকলি সমর্থন ঘোষণা কৰে।

সম্প্রতি দেশখনে ভাৰতৰ প্ৰতি অধিক শত্রুতাচৰণ কৰিবলৈ লোৱাটো দেশখনৰ বিশেষজ্ঞজনৰ দম্ভালিপূর্ণ ভাষ্যত প্রতিপন্ন হৈছে। লক্ষ্যণীয়ভাবে চীনে ২০২২ৰ পৰা ব্ৰহ্মপুত্ৰৰ জলবৈজ্ঞানিক তথ্যও ভাৰতক প্ৰদান কৰা নাই। ব্ৰহ্মপুত্ৰৰ নৈসমূহৰ জলবৈজ্ঞানিক তথ্য আদান-প্রদানৰ বাবে চীন-ভাৰতৰ মাজত পূর্বে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ নবীকৰণ হোৱা নাই।

ইয়াক লৈ ভাৰতে বিশেষকৈ অসম-অৰুণাচল প্ৰদেশ আদিৰ লোকসকলে উদ্বেগ প্রকাশ কৰি আহিছে। তেনে সময়তে পোহৰলৈ আহে যে চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত বিশ্বৰে সর্বোচ্চ উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি সিংহভাগ পানী নিজৰ দেশলৈ বোৱাই নিয়াৰ পৰিকল্পনা কৰিছে।

লক্ষ্যণীয়ভাৱে দেশৰ প্রাকৃতিক জল উৎসসমূহৰ এক তৃতীয়াংশ অৱদান ব্ৰহ্মপুত্ৰৰ পৰা আহে। তদুপৰি ব্ৰহ্মপুত্রই সমগ্র দেশত ৪০ শতাংশৰো অধিক জলবিদ্যুৎ উৎপাদন সম্ভাৱনা বহন কৰিছে। গতিকে ব্রহ্মপুত্ৰক লৈ চীনে ভাৰতবিৰোধী ষড়যন্ত্ৰত নামিছে।

চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল’বেলাইজেচনৰ উপাধ্যক্ষ গাৱৰ স’তে এক সাক্ষাৎকাৰ এটা ভাৰতীয় সংবাদ প্রতিষ্ঠানে গ্রহণ কৰে। এই সাক্ষাৎকাৰত তেওঁ পাকিস্তানক সহায় কৰাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰৰ পানী চীনে অস্ত্রৰূপে ব্যৱহাৰ কৰিব বুলি তিনিবাৰকৈ উল্লেখ কৰে।

ব্ৰহ্মপুত্র বংগোপসাগৰত মিলিত হোৱাৰ পূৰ্বে উত্তৰ-পূব ভাৰতৰে বৈ থকাত চীনা বিশেষজ্ঞজনে সকীয়নিৰ সুৰত কয় যে এই ক্ষেত্রত ভাৰত মধ্যস্থলৰ দেশৰূপে স্পৰ্শকাতৰ ৰূপত আছে। ভাৰতে সিন্ধু জলচুক্তি বাতিল কৰাৰ দৰে ব্ৰহ্মপুত্ৰক লৈ চীনে অনুৰূপ পদক্ষেপ গ্রহণ কৰিলে ভাৰত জটিলতাৰ সন্মুখীন হ’ব বুলি গাৱে হুংকাৰ দিয়ে।

চীনৰ নদীবান্ধে কেইমিনিটমানৰ ভিতৰতে ধ্বংস কৰিব অসম-অৰুণাচল প্রদেশক ভাৰতবিৰোধী পাকিস্তানৰ কাষত সর্বদা থিয় হৈ অহা চীনে তিব্বতৰ মেদ’গ কাউন্টিত বিশ্বৰে সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ভাৰতৰ সীমান্তৰ পৰা মাথোঁ ৩০ কিলোমিটাৰ নিলগত অৱস্থিত এই স্থানত ৬০ গিগাৱাট বিদ্যুৎ উৎপাদনক্ষম বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি যোৱা ছয় জানুৱাৰীত চীনে ঘোষণা কৰে।

ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত দেশখনে ১৩৭ বিলিয়ন ডলাৰ অৰ্থাৎ সাত হেজাৰ কোটিৰো অধিক টকা ব্যয়ৰে চীনে নির্মাণ কৰিবলৈ লোৱা এই বান্ধ সম্প্ৰতি ভাৰত চৰকাৰৰ মূৰৰ কামোৰণিত পৰিণত হৈছে। এই বান্ধে অসম আৰু অৰুণাচল প্ৰদেশলৈ ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই অনাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।

ভূমিকম্প, নির্মাণগত ত্রুটি অথবা জমা হোৱা পানীয়ে বান্ধটো ভাঙিলে কেইমিনিটমানৰ ভিতৰতে অসম আৰু অৰুণাচল প্রদেশ ধ্বংসস্তূপত পৰিণত হ’ব বুলি বিশেষজ্ঞসকলে ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে। আনকি বান্ধটো নভঙা অৱস্থাতো অসম আৰু অৰুণাচল প্রদেশত ইয়ে ভয়াৱহ দুর্যোগ সৃষ্টি কৰাৰ আশংকা আছে।

বিশেষকৈ বাৰিষাত বান্ধৰ পৰা অতিৰিক্ত পানী চীনে এৰি দিলে নামনি তথা অৰুণাচল প্রদেশ আৰু অসমত ভয়াৱহ বানৰ সৃষ্টি হ’ব পাৰে। কাৰণ উত্তৰ-পূবৰ এই ৰাজ্য দুখনৰ ৪০ শতাংশ ভূমিয়েই বানপ্রবল। উল্লেখ্য যে ব্রহ্মপুত্র অৱবাহিকাই চীন, ভাৰত, ভূটান আৰু বাংলাদেশৰ ৫,৮০,০০০ বর্গ কিলোমিটাৰ ভূমিক সামৰি লৈছে।

ইয়াৰ যাত্রাপথৰ ৩৩.৬ শতাংশ ভূমিয়েই হৈছে ভাৰতৰ। আনহাতে, ব্ৰহ্মপুত্ৰ অসম আৰু অৰুণাচল প্ৰদেশৰ বাবে জীৱনী শক্তিত পৰিণত হৈ আছে। দুয়োখন ৰাজ্যৰ কৃষি, খোৱাপানী আৰু শেহতীয়াভাবে জলবিদ্যুৎ উৎপাদনতো ব্রহ্মপুত্রই ভূমিকা পালন কৰিবলৈ লৈছে।

ব্রহ্মপুত্ৰই প্ৰতি ছেকেণ্ডত উত্তৰ-পূব ভাৰতত সাত লাখ কিউবিক ফুট পানী যোগান ধৰে। এই পানীক লৈয়ে সম্প্রতি চীন ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত নামিছে। একমাত্র পাকিস্তানক সহায় কৰাৰ স্বাৰ্থত দেশখনে এই ষড়যন্ত্ৰৰ জাল গুঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BrahmaputraChinaindiaPakistan
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d