Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ChenabTrain Bridge Inauguration: জম্মু- কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা মুকলি বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং

publisher by publisher
June 6, 2025
in News, India
Reading Time: 2 mins read
0
ChenabTrain Bridge Inauguration: জম্মু- কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা মুকলি বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং
1
SHARES
6
VIEWS
ShareShareShareShare

Chenab Train Bridge Inauguration:

পহলগামত নিৰীহ পৰ্যটকৰ হত্যাকাণ্ডৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোদীয়ে চেনাব নদীৰ ওপৰত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰেল দলংখন দেশক দিলে উপহাৰ ৷ এই দলঙৰ জৰিয়তে জম্মু আৰু শ্ৰীনগৰক ৰে’ল সংযোগৰ যোগেদি সংযোগ কৰা হৈছে। বহু বছৰৰ আগতে ৰে’ল নেটৱৰ্কৰ জৰিয়তে উপত্যকাটোক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাৰ সপোন দেখা গৈছিল। এতিয়া সেয়া সঁচা হৈছে। ইয়াৰ দ্বাৰা কেৱল কাশ্মীৰ উপত্যকাত পৰ্যটনৰ প্ৰসাৰ হোৱাই নহয়, ব্যৱসায়তো নতুন ডেউকা পোৱাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

iciআনহাতে প্ৰধানমন্ত্ৰী মোডীৰ দিনজোৰা ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰে বিশেষ বিমানেৰে পুৱা ১০ বজাত উধমপুৰ বায়ুসেনা ষ্টেচনত উপস্থিত হয় ৷তাৰ পৰা হেলিকপ্তাৰেৰে প্ৰধানমন্ত্ৰী ৰাওনা হয় চেনাব দলংলৈপুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ,ৰাজ্যপাল মনোজ সিনহা আৰু জম্মু- কাশ্মীৰৰ মুখ্যমন্ত্ৰ ওমৰ আব্দুলাৰ উপস্থিতিত মুকলি কৰে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন৷ প্ৰধানমন্ত্ৰী আৰু ৰেল’মন্ত্ৰী,ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে ৰে’লত উঠি চেনাব দলঙৰ পৰা অঞ্জী দলংলৈ যাত্ৰা কৰে।

RelatedPosts

Inauguration of LGNBIAirport Terminus Upgradation Project:গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

Ramlala was Revived by Prime Minister Narendra Modi:৫৫০ বছৰীয়াঅপেক্ষাৰ অন্ত পৰিল আজি

Inauguration Of New Cmo Block :জনতা ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে ইউএছবিআৰএল প্ৰকল্পৰ অধীনত অত্যাধুনিক প্ৰযুক্তিৰে ১,৩১৫ মিটাৰ দৈৰ্ঘ্যৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৰে’ল দলং খন ৷ ভাৰতীয় ৰে’ল মন্ত্ৰণালয়ে নিৰ্মাণ কৰিছে দলং খন ৷ দলং খন নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ৪৬ হাজাৰ কোটি টকা ৷ এই দলং খনৰ জৰিয়তে সংযোগ কৰিব কাশ্মীৰ উপত্যকাৰে দেশৰ অন্য প্ৰান্তৰে ৷ উল্লেখ্য যে ,ভাৰত চৰকাৰে ২০০২ চনত ইউএছবিআৰএল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰিছিল।

pm modi 1মনকৰিবলগীয়া যে চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন চেনাব নদীৰ পৰা ১,১৭৮ ফুট উচ্চতাত আছে ৷ একেদৰে ফান্সৰ ৰাজধানী পেৰিছত থকা আইফেল টাৱাৰতকৈ ৩৫ মিটাৰ ওখ চেনাব দলং। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগেৰে ষ্টীল আৰু কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে চেনাব ৰে’ল দলংখন।

আনহাতে প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কাটৰা- শ্ৰীনগৰ সংযোগী বন্দে ভাৰতৰ ৰে’লৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ৪৬,০০০ ব্যয় সাপেক্ষে কে’বাটাও প্ৰকল্প আধাৰশিলা স্থাপন কৰিব ৷

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰক ৰে’ল লাইনৰ জৰিয়তে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰাটো এটা যুগ যুগ ধৰি চলি অহা সপোন আছিল, যিটো এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃঢ় ইচ্ছা আৰু অক্লান্ত প্ৰচেষ্টাৰে বাস্তৱায়িত হৈছে। চেনাৱ ৰেল দলং উদ্বোধন হ’ব দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। ইয়াৰ লগতে দুখন বন্দে ভাৰত ৰে’লৰো উদ্বোধন কৰা হয়, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হ’ব।

অশ্বিনী বৈষ্ণৱে কয় যে জম্মু-কাশ্মীৰৰ ভৌগোলিক প্ৰত্যাহ্বানৰ মাজতো এই প্ৰকল্প সম্পূৰ্ণ কৰাটো এক অভূতপূৰ্ব সাফল্য। জম্মু ষ্টেচনত চলি থকা কামৰ বাবে বন্দে ভাৰতৰ ৰে’ল বর্তমান কাত্রাৰ পৰা শ্ৰীনগৰলৈ চলিব যদিও চলিতবৰ্ষৰ ছেপ্টেম্বৰৰ পৰা এই ৰে’লসমূহ জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা সমগ্ৰ পথত চলিব। এই ৰেল প্ৰকল্পত দুটা অভিযান্ত্ৰিক আশ্চৰ্য্য (চেনাব দলং আৰু অঞ্জি দলং) অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ অত্যাধুনিক প্ৰযুক্তি আৰু ডিজাইনৰ প্ৰতীক।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chenab Train BridgeinaugurationPm Nrendra Modi
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d